লভিতা
  • লভিতা - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • লভিতা - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • লভিতা - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • লভিতা - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • লভিতা - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন


চৰিত্ৰসমূহ সম্পাদনা কৰক

  • ভাওবিলাক
    • তিৰোতা
    • লভিতা : ফুলগুৰি গাঁৱৰ খেতিয়ক বাণেশ্বৰ বৰুৱাৰ জীয়েক। শিক্ষিতা, ধুনীয়া
    • সোণ : ফুলগুৰি গাঁৱৰ গাভৰু ছোৱালী
    • ৰূপ: ফুলগুৰি গাঁৱৰ গাভৰু ছোৱালী
    • হীৰা: ফুলগুৰি গাঁৱৰ গাভৰু ছোৱালী
    • মৌজাদাৰণী: লহৰজান মৌজাৰ মৌজাদাৰৰ ভাৰ্যা।

কেইজনীমান অসমীয়া নাৰ্ছ, নগা-ছোৱালী, ব্ৰহ্মদেশীয় ছোৱালী।


    • মুনিহ
    • বাণেশ্বৰ বৰুৱা: লভিতাৰ বাপেক।
    • গোলাপ: ফুলগুৰি গাঁৱৰ এজন শিক্ষিত ডেকা এ আৰ পি কেপ্টেইন।
    • পুলিচ চাহাব
    • পুলিচ ইন্সপেক্টৰ
    • পুলিচ এ এচ আই
    • এ আৰ পি অফিচাৰ: গোলাঘাট অঞ্চলৰ
    • গাওঁবুঢ়া: লহৰজান মৌজাৰ
    • মৌজাদাৰ: লহৰজানৰ
    • ইলাহীবকছ্:এজন লহৰজানৰ মুছলমান বুঢ়া
    • লেফটেনেণ্ট বৰুৱা: আজাদ হিন্দ ফৌজৰ অসমীয়া লেফটেনেণ্ট
    • ডাক্তৰ হাজৰিকা: জাপানীয়ে ধৰি নিয়া এজন ডাক্তৰ
    • কেপ্টেইন শৰ্মা:এজন আসাম ৰেজিমেণ্টৰ অফিচাৰ
    • শিখ কামাণ্ডাৰ: আজাদ হিন্দ ফৌজৰ কামাণ্ডাৰ
নিগ্ৰো সৈন্য, ভাৰতীয় সৈন্য, কংগ্ৰেছ ভলেণ্টিয়াৰ, এ আৰ পি; গাঁৱলীয়া মুনিহ-তিৰোতাবোৰ, পাইলট, নগা-মানুহ আৰু বৰ্মা জাপানী সৈন্য, আমোলা-ঠিকাদাৰ, মাৰোৱাৰী ব্যৱসায়ী, পুলিচ, দাৰোগা, এম পি ইত্যাদি।


প্ৰথম অঙ্ক সম্পাদনা কৰক

  1. প্ৰথম দৰ্শন, ঠাই-লহৰজান মৌজাৰ ফুলগুৰি গাঁও

সময়-সন্ধিয়াৰ আগভাগ

  1. দ্বিতীয় দৰ্শন
  2. তৃতীয় দৰ্শন

দ্বিতীয় অঙ্ক সম্পাদনা কৰক

  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন

তৃতীয় অঙ্ক সম্পাদনা কৰক

  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন

চতুৰ্থ অঙ্ক সম্পাদনা কৰক

  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন

পঞ্চম অঙ্ক সম্পাদনা কৰক

  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন