লেখক:জ্যোতিপ্ৰসাদ আগৰৱালা
←লেখকৰ তালিকা | জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩–১৯৫১) |
লেখকৰ সাহিত্যকৰ্ম |
জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী" নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়। |
গল্প
সম্পাদনা কৰককবিতা
সম্পাদনা কৰকউপন্যাস
সম্পাদনা কৰকঅন্যান্য গ্ৰন্থ
সম্পাদনা কৰকশিশু-সাহিত্য
সম্পাদনা কৰক- শিশু কবিতা
- জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু সাহিত্য
নাটক
সম্পাদনা কৰক- শোণিত কুঁৱৰী (১৯১৭)
- কাৰেঙৰ লিগিৰী (১৯৩৭)
- লভিতা (১৯৪৮)
- ৰূপালীম (১৯৬০)
- নিমাতী কইনা (১৯৬৪)
- সোণ পখিলী (১৯৬৪)
- খনিকৰ (১৯৭৭)
- কনকলতা
- সুন্দৰকোঁৱৰ
গীত
সম্পাদনা কৰকএই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )