লেখক:জ্যোতিপ্ৰসাদ আগৰৱালা
←লেখকৰ তালিকা | জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩–১৯৫১) |
![]() |
জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয় । ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী" নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়। |
গল্পসম্পাদনা কৰক
কবিতাসম্পাদনা কৰক
- লুইতৰ পাৰৰ অগ্নিসুৰ
- জ্যোতি ৰামায়ণ
- kanchanjangharburanji
উপন্যাসসম্পাদনা কৰক
অন্যান্য গ্ৰন্থসম্পাদনা কৰক
শিশু-সাহিত্যসম্পাদনা কৰক
- শিশু কবিতা
নাটকসম্পাদনা কৰক
- শোণিত কুঁৱৰী (১৯১৭)
- কাৰেঙৰ লিগিৰী (১৯৩৭)
- লভিতা (১৯৪৮)
- ৰূপালীম (১৯৬০)
- নিমাতী কইনা (১৯৬৪)
- সোণ পখিলী (১৯৬৪)
- খনিকৰ (১৯৭৭)
- কনকলতা
- সুন্দৰকোঁৱৰ
গীতসম্পাদনা কৰক
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )