পৃষ্ঠা:দদাইৰ পজা.pdf/৬০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}বেচেলৰ মনৰ আনন্দ চাই কোনে? গিৰীয়েকক শুধিলে
{{gap}}ৰেচেলৰ মনৰ আনন্দ চাই কোনে? গিৰীয়েকক শুধিলে
‘সঁচাই নে?”
‘সঁচাই নে?”


৫ নং শাৰী: ৫ নং শাৰী:
নগৰৰ ওচৰৰ বজাৰ খনত দুটা মানুহ আৰু এজনী বুঢ়ীক
নগৰৰ ওচৰৰ বজাৰ খনত দুটা মানুহ আৰু এজনী বুঢ়ীক
দেখি আহিছে। তাৰে এজনে কলে যে, তাৰ নাম
দেখি আহিছে। তাৰে এজনে কলে যে, তাৰ নাম
হাবিস্। আৰু সিয়েই যে এই ল’ৰাৰ বাপেক হাৰিস্
হাবিস্। আৰু সিয়েই যে এই ল’ৰাৰ বাপেক হ্যাৰিস্
নিশ্চয়।”
নিশ্চয়।”


১৮ নং শাৰী: ১৮ নং শাৰী:


{{gap}}ৰুথে আনন্দত চিয়ঁৰিব ধৰিলে। ৰেচেলে কলে, “ৰুথ,
{{gap}}ৰুথে আনন্দত চিয়ঁৰিব ধৰিলে। ৰেচেলে কলে, “ৰুথ,
মনে মনে থাক আই। ক চোন বাৰু এই বাতৰিৰ কথা
মনে মনে থাক্‌ আই। ক চোন্‌ বাৰু এই বাতৰিৰ কথা
এতিয়াই তাইক কম নে?”
এতিয়াই তাইক কম নে?”


{{gap}}“কম নে? অৱশ্যে কবি, এই মুহুত্ততে কবি। চা চোন
{{gap}}“কম নে? অৱশ্যে কবি, এই মুহুত্ততে কবি। চা চোন্‌
বাৰু মোৰ জন্ যদি এনেকৈ একে অৱস্থাতে আহি ওলাল হি
বাৰু মোৰ জন্ যদি এনেকৈ একে অৱস্থাতে আহি ওলাল হি
হেতেন, তেনেহলে মই এনে এটা বতৰা শুনি কেনে আনন্দ
হেতেন, তেনেহলে মই এনে এটা বতৰা শুনি কেনে আনন্দ