পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৭৬ প্ৰাকৃত-ভূগোল। যদিও কঠিন বস্তু তথাপি নামি অহা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৭৬|প্ৰাকৃত-ভূগোল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
৭৬
প্ৰাকৃত-ভূগোল।
যদিও কঠিন বস্তু তথাপি নামি অহাৰ পক্ষে সম্পূৰ্ণ তৰল বস্তু
যদিও কঠিন বস্তু তথাপি নামি অহাৰ পক্ষে সম্পূৰ্ণ তৰল বস্তু
নিচিনা। পানী বোৱা দৰে সঘনে'এৰাই আৰু সঘনে যোব খাই;
নিচিনা। পানী বোৱা দৰে সঘনে এৰাই আৰু সঘনে {{SIC|যোবা|যোৰা}} খাই;
যত বাট ঠেক তাত বেগাই আৰু যত বহল তাত বেগ চিলাই আৰু
যত বাট ঠেক তাত বেগাই আ{{বঙালী ৰু}} যত বহল তাত বেগ ঢিলাই আৰু
কাশকতকৈ মাজত বেগ বেচি কৰি বৰফ বব প'ৰে; আৰু নৈৰ
কাশৰতকৈ মাজত বেগ বেচি কৰি বৰফ বব পাৰে; আ{{বঙালী ৰু}} নৈৰ
দৰে পৰ্বত উপত্যকাৰ ভাঁজ লৈ চিৰ-নিহাৰ বাহু বয়। কিন্তু চিৰ-
দৰে পৰ্ব্বত উপত্যকাৰ ভাঁজ লৈ চিৰ-নিহাৰ বাহু বয়। কিন্তু চিৰ-
নিহাৰ-ৰাহুৰ গতি অত্যন্ত ধীৰ, চকুৰে ঠাবৰিব নোৱাৰি, কেৱল
নিহাৰ-বাহুৰ গতি অত্যন্ত ধীৰ, চকুৰে ঠাবৰিব নোৱাৰি, কেৱল
শিলেৰে বৰফৰ ওপৰত চিন দি, কেইবা দিনে চালেহে ঠিক কৰিব
শিলেৰে বৰফৰ ওপৰত চিন দি, কেইবা দিনে চালেহে ঠিক কৰিব
পৰা হব। বিজ্ঞান-নিপুন টিনটন চাহাবে এই দৰে জোখ কৰি
পৰা হব। বিজ্ঞান-নিপুন টিনটন চাহাবে এই দৰে জোখ কৰি
কৈছে যে মিহাৰ বাহুএ দিনটোত ৫ ইঞ্চিৰ পৰা ৩৬ ইঞ্চিলকে
কৈছে যে নিহাৰ বাহুএ দিনটোত ৫ ইঞ্চিৰ পৰা ৩৬ ইঞ্চিলকে
আগ বাঢ়িব পাৰে। নদী বিলাকৰ দস্তুৰেৰে চিৰ-নিহাৰ-বাহুৰৰ
আগ বাঢ়িব পাৰে। নদী বিলাকৰ দস্তুৰেৰে চিৰ-নিহা{{বঙালী ৰ}}-বাহুৰো
শ খা আক কতলীয়া চিৰ-নিহাৰ-বাহু থাকে; আৰু কে
{{SIC|শ খা|শাখা}} আ{{বঙালী ৰু}} কৰতলীয়া চিৰ-নিহাৰ-বাহু থাকে; আ{{বঙালী ৰু}} কেবা
খনো সৰু সৰু জুৰিস্বৰূপ নিহাৰ বাহু গোট খাই ডাঙ্গৰ নিহাৰ
খনো সৰু সৰু জুৰিস্বৰূপ নিহাৰ বাহু গোট খাই ডাঙ্গৰ নিহাৰ
ৰাহু বিলাক কৰে। কোনো খন ইমান ডাঙ্গৰ যে দেখিলে এখন
বাহু বিলাক কৰে। কোনো খন ইমান ডাঙ্গৰ যে দেখিলে এখন
ব্ৰহ্মপুত্ৰ দৈ মাৰি আছে এনে বোধ হয়। হিমালয় আৰু আব,
ব্ৰহ্মপুত্ৰ দৈ মাৰি আছে এনে বোধ হয়। হিমালয় আ{{বঙালী ৰু}} আল্‌পচ্‌ পৰ্ব্বতৰ অতি ওখ উপত্যকা বিলাকত এনেকুৱা চিৰ
নিহাৰ-বাহুৰেই বৃহৎ বৃহৎ পথাৰ স্বৰূপ হৈ আছে। কোনো
পচ পৰ্বতৰ অতি ওখ উপত্যকা বিলাকত এনেকুৱা চিৰ
নিহাৰ-বাহৰেই বৃহৎ বৃহৎ পথাৰ স্বৰূপ হৈ আছে। কোনো
খন ডাঠে কেবা শ ফুট, দীঘলে অনেক মাইল যুৰি বয়। ইয়াৰ
খন ডাঠে কেবা শ ফুট, দীঘলে অনেক মাইল যুৰি বয়। ইয়াৰ
আৰু তিব্বৎ দেশৰ মাজত থকা কাৰকৰম পৰ্বত শ্ৰেণীৰ
কণ্ড আৰু তিব্বৎ দেশৰ মাজত থকা কাৰকৰম পৰ্ব্বত শ্ৰেণীৰ
পৰা নামি অহা বাটৰৰ চিৰ নিহাৰ বাছ বহলে ২। ৩ মাইল আৰু
পৰা নামি অহা বালটৰৰ চিৰ নিহাৰ বাহু বহলে ২। ৩ মাইল আ{{বঙালী ৰু}}
দীঘলৈ ৩৬ মাইলতকৈ কম নহয়। চিৰ-নিহাৰ বাহ যতে অন্ত
দীঘলৈ ৩৬ মাইলতকৈ কম নহয়। চিৰ-নিহাৰ বাহু যতে অন্ত
পৰে, তাৰ পৰা বৰ দ্ৰৱ হোৱা পানীৰ জুৰি আৰম্ভ হয়।
পৰে, তাৰ প{{বঙালী ৰা}} বৰফ দ্ৰৱ হোৱা পানীৰ জুৰি আৰম্ভ হয়।
হিয়ালয়ৰ পৰা ওলোৱা প্ৰধান প্ৰধান নদী বিলাক এই জৰে
হিয়ালয়ৰ পৰা ওলোৱা প্ৰধান প্ৰধান নদী বিলাক এই দৰে
‘চিৰ-নিহাৰ-ৰাহুৰ মুৰৰ পৰা আৰম্ভ হৈছে। “সিন্ধু নদী মুস্তাক্ষ চিৰ-
চিৰ-নিহাৰ-বাহুৰ মূৰৰ পৰা আৰম্ভ হৈছে। “সিন্ধু নদী মুস্তাক্ষ চিৰ-
নিহাৰ-বাহুৰ পৰা, যমুনা নদী যমুনোতৰি পৰ্বতৰ চিৰ-নিহাৰ-বাহুৰ
নিহাৰ-বাহুৰ পৰা, যমুনা নদী যমুনোত্তৰি পৰ্ব্বতৰ চিৰ-নিহাৰ-বাহুৰ
পৰৰ আৰু গ্ৰঙ্গ গঙ্গোত্তৰি পৰ্বতৰ চিৰ-নিহাৰ-বাহুৰপৰা উৎপন্ন
পৰা আৰু গঙ্গা গঙ্গোত্তৰি পৰ্ব্বতৰ চিৰ-নিহাৰ-বাহুৰপৰা উৎপন্ন
হৈছে। তিন্স নী'সাৰ কৰলীয়া নদী বিলকে কাঞ্চনজম
হৈছে। তিস্তা নদী{{বঙালী ৰু}} তাৰ কৰলীয়া নদী বিলাকো কাঞ্চনজঙ্ঘা,