পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "নদী, হ্ৰদ আৰু উৎস। ইতেন। কিন্তু যেই সেই জলসত্ৰতে য..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||নদী, হ্ৰদ আ{{বঙালী ৰু}}ৰু উৎস।|৮৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
হেতেন। কিন্তু যেই সেই জলসত্ৰতে যিমান পানী ৰৰষুণ বা তুষাৰ
নদী, হ্ৰদ আৰু উৎস।
স্ব{{বঙালী ৰূ}}পে পৰে তাৰ ভালেমান খিনি গছ বনে শোহে আ{{বঙালী ৰু}} ভাপ হৈ
ইতেন। কিন্তু যেই সেই জলসত্ৰতে যিমান পানী ঘৰষুণ বা তুষাৰ
স্বৰূপে পৰে তাৰ ভালেমান খিনি গছ বনে শশাহে আৰু ভাপ হৈ
উড়ি যায়, কিছু মানে মাটিৰ ভিতৰে নিজৰি গৈ বৰষুণৰ পাছতো,
উড়ি যায়, কিছু মানে মাটিৰ ভিতৰে নিজৰি গৈ বৰষুণৰ পাছতো,
বহু দিনলকে গোটেই খৰালি কালটো নৈক সজীব ৰাখে। কি
বহু দিনলকে গোটেই খৰালি কালটো নৈক সজীব ৰাখে। কি
জানি আধা মান মাত্ৰ ওপৰে বাগৰি গৈ ঢল হয়। ভোঠ তিব্বৎ
জানি আধা মান মাত্ৰ ওপৰে বাগৰি গৈ ঢল হয়। ভোঠ তিব্বৎ
(যি দুই দেশৰৰ বৰষুণ বা তুষাৰ স্বৰূপে পৰা পানী পুত্ৰেৰ
(যি দুই দেশৰো বৰষুণ বা তুষাৰ স্ব{{বঙালী ৰূ}}পে পৰা পানী ব্ৰহ্মপুত্ৰেদি
সাগৰলৈ যায় সেই দুই ঠাইৰ কথাকে নকও) কেৱল যদি আসাম
সাগৰলৈ যায় সেই দুই ঠাইৰ কথাকে নকওঁ) কেৱল যদি আসাম
দেশৰ বৰষুণৰ পানীৰ লেখ ধৰা যায়, জন যাব যে সেইএ ব্ৰহ্মপুত্ৰ
দেশৰ বৰষুণৰ পানীৰ লেখ ধৰা যায়, জন যাব যে সেইএ ব্ৰহ্মপুত্ৰত
যোৱা পানী খিনিত কৈ সৰহ। চিৰা পুঞ্জি এৰি আসাম দেশত, গড়ে
যোৱা পানী খিনিত কৈ সৰহ। চিৰা পুঞ্জি এৰি আসাম দেশত, গড়ে
বছৰত ৮৮ ইঞ্চি পানী,বৰষুণ ৰূপে পৰে ব্ৰহ্মপুত্ৰৰ জল-সত্ৰৰ যি ভাগ
বছৰত ৮৮ ইঞ্চি পানী,বৰষুণ {{বঙালী ৰূ}}পে পৰে ব্ৰহ্মপুত্ৰৰ জল-সত্ৰৰ যি ভাগ
আসামৰ ভিতৰত ধৰিব পাৰি তাৰ পৰিমাণ ফল ৩৯,২১৫ বৰ্গ
আসামৰ ভিতৰত ধৰিব পাৰি তাৰ পৰিমাণ ফল ৩৯,২১৫ বৰ্গ
মাইল; ইমান ঠাইৰ ওপৰত যদি এমাহতে সমানে মুঠ বৰষুণ ১২
মাইল; ইমান ঠাইৰ ওপৰত যদি এমাহতে সমানে মুঠ বৰষুণ ১২
ইঞ্চিকৈয়ে পৰে, তেও সৰ্ব্ব মুঠ পানী ১,,২২৬ কোটি ঘন ফুট হব।
ইঞ্চিকৈয়ে পৰে, তেও সৰ্ব্ব মুঠ পানী ১,০৯,২২৬ কোটি ঘন ফুট হব।
গোৰালপাড়ত ব্ৰহ্মপুত্ৰৰ বেগ আৰু ছেদ, মুখৰ পৰিমাণ মাপি জনা
গোৰালপাড়ত ব্ৰহ্মপুত্ৰৰ বেগ আ{{বঙালী ৰু}} ছেদ, মুখৰ পৰিমাণ মাপি জনা
গৈছিল যে খৰালি কালি এই নৈএদি সেকেণ্ডত ১৪৬,১ ৮ ঘন
গৈছিল যে খৰালি কালি এই নৈএদি সেকেণ্ডত ১৪৬,১ ৮ ঘন
ফুট পানী বৈ যাব। এই নিৰিখত পূব্বোক্ত ঘন ফুট পানীৰ বোৱাই
ফুট পানী বৈ যাব। এই নিৰিখত পূব্বোক্ত ঘন ফুট পানীৰ বোৱাই
নিবলৈ ব্ৰহ্মপুত্ৰক খৰালি কালিৰ ৩ মাহৰ কমে নাটে। বছৰেকত
নিবলৈ ব্ৰহ্মপুত্ৰক খৰালি কালিৰ ৩ মাহৰ কমে নাটে। বছৰেকত
মুঠ বৰষুণ ৪৮ ইঞ্চি পৰিলেও খৰালি কালিৰ দৰে নিবলৈ এৰছৰৰ
মুঠ বৰষুণ ৪৮ ইঞ্চি পৰিলেও খৰালি কালিৰ দৰে নিবলৈ এবছৰৰ
আৱশ্যক কিন্তু প্ৰায় তাৰ দুগুণ বৰষুণ পৰে; তেনে হলে সকল
আৱশ্যক কিন্তু প্ৰায় তাৰ দুগুণ বৰষুণ পৰে; তেনে হলে সকল
আসাম গৰ্ত্তৰ পানীয়েই বাৰিষা তিনি মাহত, সেকেণ্ডত চাৰিগুণকৈ
আসাম গৰ্ব্ভৰ পানীয়েই বাৰিষা তিনি মাহত, সেকেণ্ডত চাৰিগুণকৈ
বলেও যে বছেৰেকলৈ আঁটি, ভাপহৈ উডি যাবলৈ আৰু গছ বনৰ
বলেও যে বছেৰেকলৈ আঁটি, ভাপহৈ উডি যাবলৈ আ{{বঙালী ৰু}} গছ বনৰ
বৃদ্ধি সাধন কৰিবলৈ বাকি থাকিব, তাৰ আশ্চৰ্য কি! সমুদায়
বৃদ্ধি সাধন কৰিবলৈ বাকি থাকিব, তাৰ আশ্চৰ্য কি! সমুদায়
জলসত্ৰৰ পানী একে খন নৈত গোট খাই বুলি সৰহ দেখুৱায় কিন্তু
জলসত্ৰৰ পানী একে খন নৈত গোট খাই বুলি সৰহ দেখুৱায় কিন্তু
লেখত কম হয়। আন অন নৈৰ সম্পৰ্কে ব্ৰহ্মপুত্ৰৰ উদাহৰণেই
লেখত কম হয়। আন অন নৈৰ সম্পৰ্কে ব্ৰহ্মপুত্ৰৰ উদাহৰণেই
থেষ্ঠ হব। জানিব লাগে যে সকলো ঠাইতে নৈৰ গৰ্ভ তাৰ জন্ধ
যথেষ্ঠ হব। জানিব লাগে যে সকলো ঠাইতে নৈৰ গৰ্ভ তাৰ জন্ধসত্ৰত কৈ অনেক গুণে স{{বঙালী ৰু}}। আ{{বঙালী ৰু}} জল সত্ৰত পৰা সমুদায় পানীৰ
সত কৈ অনেক গুণে সৰু। আৰু জল সন্ত্ৰত পন্য সম্মান পানীয়