পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৮৪ প্ৰাকৃত-ভুগোল। বিলাক দক্ষিণলৈ, অথচ অলপমান ঐশন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৮৪|প্ৰাকৃত-ভূগোল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
বিলাক দক্ষিণলৈ, অথচ অলপমান ঐশানিক হৈ বৈছে।
৮৪
প্ৰাকৃত-ভুগোল।
বিলাক দক্ষিণলৈ, অথচ অলপমান ঐশনিক হৈ বৈছে।
যথাৰ্থতে মানচিত্ৰৰ নদী বিলাকৰ দিশলৈ মন কৰিলেই কব পাৰি
যথাৰ্থতে মানচিত্ৰৰ নদী বিলাকৰ দিশলৈ মন কৰিলেই কব পাৰি
ভূমি কোন ফাললৈ দৰ্শ আৰু কোন ফাললৈ ওখ। দুখন ওচৰা-উচৰি
ভূমি কোন ফাললৈ আ{{বঙালী ৰু}} কোন ফাললৈ ওখ। দুখন ওচৰা-উচৰি
জল-সত্ৰৰ মাজত এনে এক ঠাই থাকে”যাৰ অলপমান ইফালে বৰষুণ
জল-সত্ৰৰ মাজত এনে এক ঠাই থাকে যাৰ অলপমান ইফালে বৰষুণ
পৰিলে বা তুষাৰ দ্ৰৰ হলে এখন নৈলৈ আহিব আৰু অলপ
পৰিলে বা তুষাৰ দ্ৰৱ হলে এখন নৈলৈ আহিব আ{{বঙালী ৰু}} অলপ
সিফালে পৰিলে সিখন নৈলৈ যাব; এই ঠাইৰ নাম জলকৰ ভূমি
সিফালে পৰিলে সিখন নৈলৈ যাব; এই ঠাইৰ নাম জলকৰ ভূমি
জলুকৰ ভূমিৰেই জলসত্ৰৰ সীমা। এই নিমিত্তে প্ৰধান নদীৰ আৰু
জলকৰ ভূমিৰেই জলসত্ৰৰ সীমা। এই নিমিত্তে প্ৰধান নদীৰ আৰু
তাৰ কৰতলীয়া নদী বিলাকৰ মূল এক ৰেখাৰ দ্বাৰা সংযোগ
তাৰ কৰতলীয়া নদী বিলাকৰ মূল এক ৰেখাৰ দ্বাৰা সংযোগ
কৰিলেই জলকৰ ভূমি পোৱা যায়। জলকৰ ভূমি কেতিয়াবা ও
কৰিলেই জলকৰ ভূমি পোৱা যায়। জলকৰ ভূমি কেতিয়াবা ও
পৰ্বতৰ ওপৰতত হব পাৰে নতু সমান মাটিৰ ওপৰতত হব পাৰে।
পৰ্ব্বতৰ ওপৰতত হব পাৰে নতু সমান মাটিৰ ওপৰতত হব পাৰে।

তুষাৰাবৃত পৰ্বতৰ সংযোগ, দেশৰ বৰষুণৰ পৰিমাণ, প্ৰধানকৈ
{{gap}}তুষাৰাবৃত পৰ্ব্বতৰ সংযোগ, দেশৰ বৰষুণৰ পৰিমাণ, প্ৰধানকৈ
জল-সত্ৰৰ পৰিমাণ অনুসাৰে নদ নদী ডাঙ্গৰ সৰু হয়। এমেজন
জল-সত্ৰৰ পৰিমাণ অনুসাৰে নদ নদী ডাঙ্গৰ স{{বঙালী ৰু}} হয়। এমেজন
নদীৰ জল-সত্ৰৰ সমান ডাঙ্গৰ আৰু কোনো নদীৰ জলসত নহয়
নদীৰ জল-সত্ৰৰ সমান ডাঙ্গৰ আ{{বঙালী ৰু}} কোনো নদীৰ জলসত্ৰ নহয়
এই নিমিত্তে সেই নদীও অতুল্য। ভাৰত বৰ্ষত গঙ্গা, ব্ৰহ্মপুত্ৰৰ,
এই নিমিত্তে সেই নদীও অতুল্য। ভাৰত বৰ্ষত গঙ্গা, ব্ৰহ্মপুত্ৰৰ,
জল সত্ৰৰ সমান নম্মদাৰ খন নহয় এই নিমিত্তে নৰ্মদা নদী
জল সত্ৰৰ সমান নম্মদাৰ খন নহয় এই নিমিত্তে নৰ্ম্মদা নদী
সেই দুই ও নদীতকৈ সৰু। অত্যন্ত বিস্তীৰ্ণ, কোনো ঠাইত
সেই দুই ও নদীতকৈ স{{বঙালী ৰু}}। অত্যন্ত বিস্তীৰ্ণ, কোনো ঠাইত
ইপাৰ সিপাৰ নেদেখা নানা সুতিৰে অহৰহ, অবিচ্ছেদে, দ্ৰুত
ইপাৰ সিপাৰ নেদেখা নানা সুতিৰে অহৰহ, অবিচ্ছেদে, দ্ৰুত
গতিৰে বৈ থকা ব্ৰহ্মপুত্ৰৰ পানী অতবোৰ কৰ পৰা আহে ইয়াক
গতিৰে বৈ থকা ব্ৰহ্মপুত্ৰৰ পানী অতবোৰ কৰ পৰা আহে ইয়াক
ভাবি একো স্থিৰ কৰিব নোৱাৰি, অনেকে আচৰিত হৈ ব্ৰহ্মপুত্ৰকে
ভাবি একো স্থিৰ কৰিব নোৱাৰি, অনেকে আচৰিত হৈ ব্ৰহ্মপুত্ৰকে
দেৱতাৰ সকলো গুণৰ আধাৰ বুলি মানিছে। তেঁওৰ পৰাক্ৰম
দেৱতাৰ সকলো গুণৰ আধাৰ বুলি মানিছে। তেঁওৰ পৰাক্ৰম
দেখি সকলে আসামবাসী তম্মান। তৰৰ ভীম গৰ্জন, হুৰ হুৰ
দেখি সকলে আসামবাসী তম্মান্‌। তৰৰ ভীম গৰ্জ্জন, হুৰ হুৰ
শব্দেৰে তট খুলন দেখি, পানীত ওপথিকা ইকৰা পাখিৰ নিচিনা
শব্দেৰে তট স্খলন দেখি, পানীত ওপঙ্গিথকা ইকৰা পাখিৰ নিচিনা
ব্ৰহ্মপুত্ৰৰ গৰ্ভত থকা নাৱৰ মাজি বিলাক ভয়তে অত্ৰাহিত। কিন্তু
ব্ৰহ্ম পুত্ৰৰ গৰ্ভত থকা নাৱৰ মাজি বিলাক ভয়তে অত্ৰাহিত। কিন্তু
অলপ গধুৰকৈ ভাবি চালে পোৱা যাব যে ব্ৰহ্মপুত্ৰ আসাম প্ৰদেশৰ
অলপ গধুৰকৈ ভাবি চালে পোৱা যাব যে ব্ৰহ্মপুত্ৰ আসাম প্ৰদেশৰ
এটি বাড়িয়লীয়া খালৰ নিচিনা মাথোন। সমুদায় আসাম দেশৰ
এটি বাড়িয়লীয়া খালৰ নিচিনা মাথোন। সমুদায় আসাম দেশৰ
পান ব্ৰহ্মপুত্ৰেই অকলে টন স্কুলে এনে দুখন ব্ৰহ্মপুত্ৰই জেটিলে
পান ব্ৰহ্মপুত্ৰেই অকলে টন হলে এনে দুখন ব্ৰহ্মপুত্ৰই হে আঁটিলে