পৃষ্ঠা:গাওঁবুঢ়া.pdf/৩১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৮ নং শাৰী: ৮ নং শাৰী:
{{gap}}গুচৰীয়া।— মই বাৰু এই অটকা পেলাইছোঁ। (বাটত টকা থয়) পিচে, মকটমাৰ খৰচাটো এনেই যাব নে?
{{gap}}গুচৰীয়া।— মই বাৰু এই অটকা পেলাইছোঁ। (বাটত টকা থয়) পিচে, মকটমাৰ খৰচাটো এনেই যাব নে?


{{gap}}৩য়, মে।— সেইটো কিন্তু পাচ কথা। মেলত তাৰ কিন্তু যি হয় বিচাৰ হব? কিন্তু গোটৰ চাই কিন্তু তোৰ পেলোৱা কিন্তু হোৱা নাই, আৰু এটকা কিন্তু পেলাব লাগে।
{{gap}}৩য়, মে।— সেইটো কিন্তু পাচ কথা। মেলত তাৰ কিন্তু যি হয় বিচাৰ হব? কিন্তু গোচৰ চাই কিন্তু তোৰ পেলোৱা কিন্তু হোৱা নাই, আৰু এটকা কিন্তু পেলাব লাগে।


{{gap}}গুচৰীয়া।— মোৰ আৰু এইখন কৰোতেই হাত উদং হ'ব লগা হ'লহি! (আৰু এটকা দিয়ে) বাৰু, আৰু অটকা পেলাইছোঁ।
{{gap}}গুচৰীয়া।— মোৰ আৰু এইখন কৰোতেই হাত উদং হ'ব লগা হ'লহি! (আৰু এটকা দিয়ে) বাৰু, আৰু অটকা পেলাইছোঁ।