পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|ডেচ্‌দিমোনা}}{{সোঁ|১২}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>“কিন্তু, নাথ! কোৱাঁ মোক আজি কৃপা কৰি,
{{blockcenter|<poem>{{gap}}“কিন্তু, নাথ! কোৱাঁ মোক আজি কৃপা কৰি,
“সন্দেহ কিয়নো কৰা মোৰ চৰিত্ৰত?
{{gap}}“সন্দেহ কিয়নো কৰা মোৰ চৰিত্ৰত?
“ভাঙ্গি কোৱা মোক, নাথ, ধৰিছোঁ পাৱত॥”
{{gap}}“ভাঙ্গি কোৱা মোক, নাথ, ধৰিছোঁ পাৱত॥”


( ১৩ )
{{gap}}{{gap}}{{gap}}( ১৩ )
ওথেলো{{gap}}{{gap}}“প্ৰণয়ৰ উপহাৰ, ভালপোৱা-চিন
ওথেলো{{gap}}“প্ৰণয়ৰ উপহাৰ, ভালপোৱা-চিন
“দিছিলো তোমাক, প্ৰিয়ে ৰুমাল পাটৰ;
{{gap}}“দিছিলো তোমাক, প্ৰিয়ে ৰুমাল পাটৰ;
“সি ৰুমাল খনি তুমি দিলা কেচিওক
{{gap}}“সি ৰুমাল খনি তুমি দিলা কেচিওক
“গোপনীয় ভাৱে চিন গুপ্ত প্ৰণয়ৰ॥”
{{gap}}“গোপনীয় ভাৱে চিন গুপ্ত প্ৰণয়ৰ॥”
“স্বোৱামীৰ কথা শুনি হলা আশ্চৰিত,
{{gap}}“স্বোৱামীৰ কথা শুনি হলা আশ্চৰিত,
“কান্দি কান্দি ক’লা, ডেচি! “নহওঁ নিশ্চয়
{{gap}}“কান্দি কান্দি ক’লা, ডেচি! “নহওঁ নিশ্চয়
“বিশ্বাসঘাতিনী মই তিৰুতা তোমাৰ,
{{gap}}“বিশ্বাসঘাতিনী মই তিৰুতা তোমাৰ,
“পবিত্ৰ কেচিও, নাথ! কলঙ্কী নহয়।
{{gap}}“পবিত্ৰ কেচিও, নাথ! কলঙ্কী নহয়।
“কেচিওৰে মোৰে প্ৰেম ভাই-ভনী-প্ৰেম,
{{gap}}“কেচিওৰে মোৰে প্ৰেম ভাই-ভনী-প্ৰেম,
“সি প্ৰেমত পাপ-ভাব লেশো, নাথ! নাই
{{gap}}“সি প্ৰেমত পাপ-ভাব লেশো, নাথ! নাই
“নাই দিয়া কেচিওক প্ৰেম-উপহাৰ,
{{gap}}“নাই দিয়া কেচিওক প্ৰেম-উপহাৰ,
‘ৰুমাল পাইছে জানো বাটত হেৰাই॥
{{gap}}“ৰুমাল পাইছে জানো বাটত হেৰাই॥
“মিছা কলঙ্কৰ মাথোঁ এই অপবাদ;
{{gap}}“মিছা কলঙ্কৰ মাথোঁ এই অপবাদ;
“কেচিও পবিত্ৰ, নাথ! নিৰ্ম্মল স্বভাব।”</poem>}}
{{gap}}“কেচিও পবিত্ৰ, নাথ! নিৰ্ম্মল স্বভাব।”</poem>}}