পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Dhr|1em}}
{{center|{{Xx-larger|'''পূজাৰ বজাৰ'''}}}}
{{center|{{X-larger|'''পূজাৰ বজাৰ'''}}}}

{{gap}} বেংকৰ কাউন্টাৰৰ পৰা হাতখন উলিয়াই বিমানে মুঠিটোত জোৰেৰে

নোটকেইখন চেপি ধৰি ওলাই আহিল। উঃ কি অসহ্য ভিৰ! বেংকৰ মূল গেটখনৰ

১৪ নং শাৰী: ১৪ নং শাৰী:
উলিয়াই নিবলৈ অহাত বাদে আমাৰ কি সকাম থাকে?<br/>

{{gap}} মালতীৰ এজন গ্ৰাহকৰ ফালে মন দিলেই নচলে। তাই বহি থকাৰ

পৰাই আনফালে চকু দিলে।<br/>
পৰাই আনফালে চকু দিলে।

{{gap}} দোকান মানে সৰু গুম্‌টিঘৰৰ নিচিনা কোঠা এটা। টিনপাতৰ চাল,

টিনপাতৰ বেৰ, টিনপাতৰেই দুৱাৰ-খিৰিকী। চুটি চুটি বেঞ্চ পাঁচখন আৰু ডেস্ক

২০ নং শাৰী: ২১ নং শাৰী:
চৌকাত চাহ বনোৱা হয়। ৰাতিয়েই ঘৰত বনাই অনা লাড়ু, নিমকি, খুৰ্‌মা আৰু

দোকানতে গৰম গৰমকৈ তৈয়াৰ কৰা টেকেলী পিঠা— এয়াই মালতীবাইৰ

দোকানৰ বস্তু। বিমানৰ দৰে মানুহবোৰ এই দোকানৰে স্থায়ী কাষ্টমাৰ।<br/>
দোকানৰ বস্তু। বিমানৰ দৰে মানুহবোৰ এই দোকানৰে স্থায়ী কাষ্টমাৰ।

{{gap}} বিমান সচৰাচৰ সি বহা আসনখনতে বহিলগৈ। চুক এটাত। দোকানৰ

ল'ৰাটোৱে দিয়া পানীগিলাচ খাই সি জেপৰ পৰা ৰুমালখন উলিয়ালে। মুখখন