[  ]
 

নতুন
ধাৰাপাত

 
 

শ্ৰীত্ৰিদশ পাঠক

[  ]
 

 প্ৰকাশক –
 শ্ৰীকমল চন্দ্ৰ দাস
 ৰূপায়ণ প্ৰেছ- তামুলপুৰ




 লিখক–
 শ্ৰীত্ৰিদশ পাঠক
প্ৰধান শিক্ষক, তামুলপুৰ বাৰেগাওঁ প্ৰাইমাৰী স্কুল।
 পোঃ— তামুলপুৰ, কামৰূপ (অসম)


 প্ৰথম প্ৰকাশ—
১৯৭৪ ইং চন । ১ এপ্ৰিল

[  ]
 

অসম শিক্ষা বিভাগৰ “নতুন বাৰবছৰীয়া পাঠ্যক্ৰম” অনুসৰি
 মেট্ৰিক পদ্ধতিৰ সকলো জোখ-মাখৰ সৈতে নতুন
 পুৰণি সকলো আৰ্য্যাৰে পৰিপূৰ্ণ একমাত্ৰ
 সচিত্ৰ “নতুন ধাৰাপাত”


 ন তু ন
ধা ৰা পা ত

আগতে আহৰণ তাৰ পিছতহে বিতৰণ ৷



 জয় জয় দেৱী জগত জননী
 সাদৰো আদৰে প্ৰণামো পূজাৰে
কৰা কৃপা দেৱী জ্ঞান বিকাশিণী ৷

[  ]
 

নিবেদন,

শিক্ষক বন্ধু সকললৈ,

  শিক্ষা বিভাগৰ নতুন পাঠ্যক্রম অনুসৰি নতুন প্রথম মান, দ্বিতীয় মান, তৃতীয় মান আৰু চতুর্থ মান শ্ৰেণীৰ বাবে এই ধাৰাপাত খন যুগুত কৰি উলিওৱা হৈছে। ইয়াক লিখােতে কেৰিকুলাম আগত লৈ লিখা হৈছে। ছাত্র-ছাত্ৰী সকলৰ উপকাৰ হােৱাকৈ ৰখা সম্ভৱ সহজ-সৰল ভাবে ইয়াক লিখা হৈছে । কিতাপখনৰ গুণা গুণৰ বিচাৰ ভাৰ শিক্ষক বন্ধু সকলৰ ওপৰত অৰ্পণ কৰিলোঁ৷ দোষ-ত্ৰুটীবােৰ আঙুলিয়াই দিলে কৃতাৰ্থ হ’ম।


 তামুলপুৰ
 ১।১১।৭৩ ইং
  ইতি-
আপোনালোকৰ সহকৰ্ম্মী
 শ্ৰীত্ৰিদশ পাঠক ৷

[  ]

 

বস্তুৰ সহায়েৰে ১০ লৈকে
সংখ্যাৰ ধাৰণা

 

১ এক
২ দুই
৩ তিনি
৪ চাৰি
৫ পাঁচ
৬ ছয়

 


০০
০০০
০০০০
০০০০০
০০০০০০

[  ]


৭ সাত
৮ আঠ
৯ ন
১০ দহ

   


০০০০০০০
০০০০০০০০
০০০০০০০০০
০০০০০০০০০০

০ শূ্ণ্য

 একো নথকা বুজাবলৈ শূণ্য ব্যৱহাৰ কৰা হয়। অকলে থাকিলে শূণ্যৰ কোনো মূল্য নাই। অঙ্কৰ সোঁফালে বহিলে ই দহ গুণ বঢ়ায়।
 

-:00:-

[  ]

১০০ লৈকে সংখ্যা পঢ়া
আৰু লিখা

১ এক
২ দুই
৩ তিনি
৪ চাৰি
৫ পাঁচ
৬ ছয়
৭ সাত
৮ আঠ
৯ ন
১০ দহ
১১ এঘাৰ
১২ বাৰ
১৩ তেৰ
১৪ চৈধ
১৫ পোন্ধৰ

   

১৬ ষোল্ল
১৭ সোতৰ
১৮ ওঠৰ
১৯ উনৈশ
২০ বিশ
২১ একৈশ
২২ বাইশ
২৩ তেইশ
২৪ চৌব্বিশ
২৫ পচিশ
২৬ ছাব্বিশ
২৭ সাতাইশ
২৮ আঠাইশ
২৯ ঊনত্ৰিশ
৩০ ত্ৰিশ

[ ১০ ]


৩১ একত্ৰিশ
৩২ বত্ৰিশ
৩৩ তেত্ৰিশ
৩৪ চৌত্ৰিশ
৩৫ পয়ত্ৰিশ
৩৬ ছয়ত্ৰিশ
৩৭ সাতত্ৰিশ
৩৮ আঠত্ৰিশ
৩৯ ঊনচল্লিশ
৪০ চল্লিশ
৪১ একচল্লিশ
৪২ বিয়াল্লিশ
৪৩ তিয়াল্লিশ
৪৪ চৌৱাল্লিশ
৪৫ পঞ্চল্লিশ
৪৬ ছয়চল্লিশ
৪৭ সাতচল্লিশ
৪৮ আঠচল্লিশ
৪৯ ঊনপঞ্চাশ

   


৫০ পঞ্চাশ
৫১ একাৱন
৫২ বাৱন
৫৩ তেৱন
৫৪ চৌৱন
৫৫ পঁচপন
৫৬ ছাপন
৫৭ সাতাৱন
৫৮ আঠাৱন
৫৯ উনষাঠি
৬০ ষাঠি
৬১ একষষ্ঠি
৬২ বাষষ্ঠি
৬৩ তেষষ্ঠি
৬৪ চৌষষ্ঠি
৬৫ পঁয়ষষ্ঠি
৬৭ সাতষষ্ঠি
৬৮ আঠষষ্ঠি

[ ১১ ]


৬৯ উনসত্তৰ
৭০ সত্তৰ
৭১ একসত্তৰ
৭২ বাসত্তৰ
৭৩ তেসত্তৰ
৭৪ চৌসত্তৰ
৭৫ পঁয়সত্তৰ
৭৬ ছয়সত্তৰ
৭৭ সাতসত্তৰ
৭৮ আঠসত্তৰ
৭৯ ঊনাশী
৮০ আশী
৮১ একাশী
৮২ বিৰাশী
৮৩ তিৰাশী
৮৪ চৌৰাশী


৮৫ পঁচাশী
৮৬ ছিয়াশী
৮৭ সাতাশী
৮৮ আঠাশী
৮৯ উন্‌নব্বৈ
৯০ নব্বৈ
৯১ একানব্বৈ
৯২ বিৰানব্বৈ
৯৩ তিৰানব্বৈ
৯৪ চৌৰানব্বৈ
৯৫ পচানব্বৈ
৯৬ ছিয়ানব্বৈ
৯৭ সাতানব্বৈ
৯৮ আঠানব্বৈ
৯৯ নিৰানব্বৈ
১০০ একশ

⸺ • ⸺

[ ১২ ]

সৰু নেওঁতা

সংখ্যা আৰু আখৰেৰে, দহ, আৰু কুৰি হিচাবে, পঢ়া
আৰু লিখা

১ এক ২ দুই ৩ তিনি ৪ চাৰি

৫ পাঁচ ৬ ছয় ৭ সাত ৮ আঠ

৯ ন

১• একত শূণ্যে দহ একদহ।
১১ একত একে এঘাৰ  একদহ এক।
১২ একত দুয়ে বাৰ  এক দহ দুই
১৩ একত তিনিয়ে তেৰ  এক দহ তিনি।
১৪ একত চাৰিয়ে চৈধ্য  এক দহ চাৰি।
১৫ একত পাঁচে পোন্ধৰ  একদহ পাঁচ।
১৬ একত ছয়ে ষোল্ল  একদহ ছয়।
১৭ একত সাতে সোতৰ  একদহ সাত।
১৮ একত আঠে ওঠৰ একদহ আঠ।
১৯ একত নয়ে উনৈশ একদহ ন
২• দুইত শুণ্যে বিশে এককুৰি দুই দহ।
২১ দুইত একে একৈশ এককুৰি এক দুই দহ এক।
২২ দুইত দুয়ে বাইশ এককুৰি দুই দুই দহ দুই।
২৩ দুইত তিনিয়ে তেইশ এককুৰি তিনি দুই দহ তিনি।
২৪ দুইত চাৰিয়ে চৌব্বিশ এককুৰি চাৰি দুই দহ চাৰি।
২৫ দুইত পাঁচে পচিশ এককুৰি পাঁচ দুই দহ পাঁচ।

[ ১৩ ]

২৬ দুইত ছয় ছাব্বিশ এককুৰি ছয় দুই দহ ছয়।
২৭ দুইত সাতে' সাতাইশ এককুৰি সাত দুই দহ সাত।
২৮ দুইত আঠে আঠাইশ এককুৰি আঠ দুই দহ আঠ।
২৯ দুইত ন উনত্ৰিশ এককুৰি ন দুই দহ ন।
৩০ তিনিত শূণ্যে ত্ৰিশ ডেৰকুৰি তিনি দহ।
৩১ তিনি একে একত্ৰিশ এককুৰি এঘাৰ তিনি দহ এক।
৩২ তিনিত দুই বত্ৰিশ একুৰি বাৰ তিনি দহ দুই।
৩৩ তিনিত তিনি তেত্ৰিশ এককুৰি তেৰ তিনি দহ তিনি।
৩৪ তিনি চাৰি চৌত্ৰিশ এককুৰি চৈধ্য তিনি দহ চাৰি।
৩৫ তিনিত পাঁচে পয়ত্ৰিশ এককুৰি পোন্ধৰ তিনিদহ পাঁচ।
৩৬ তিনিত ছয় ছয়ত্ৰিশ এককুৰি ষোল্ল তিনিদহ ছয়।
৩৭ তিনিত সাতে সাতত্ৰিশ এককুৰি সোতৰ তিনি দহ সাত।
৩৮ তিনি আঠে আঠত্ৰিশ এককুৰি ওঠৰ তিনি দহ আঠ।
৩৯ তিনিত ন উনচল্লিশ এককুৰি উনৈশ তিনি দহ ন।
৪০ চাৰিত শূণ্যে চল্লিশে দুইকুৰি চাৰি দহ।
৪১ চাৰিত একে একচল্লিশ দুইকুৰি এক চাৰি দহ এক।
৪২ চাৰিত দুয়ে বিয়াল্লিশ দুইকুৰি দুই চাৰি দহ দুই।
৪৩ চাৰিত তিনি তিয়াল্লিশ দুইকুৰি তিনি চাৰি দহ তিনি।
৪৪ চাৰিত চাৰি চৌৱাল্লিশ দুইকুৰি চাৰি চাৰি দহ চাৰি।
৪৫ চাৰিত পাঁচে পঞ্চল্লিশ দুইকুৰি পাঁচ চাৰি দহ পাঁচ।
৪৬ চাৰিত ছয় ছিয়াল্লিশ দুইকুৰি ছয় চাৰি দহ ছয়।
৪৭ চাৰিত সাতে সাতচল্লিশ দুইকুৰি সাত চাৰি দহ সাত।
৪৮ চাৰিত আঠে আঠচল্লিশ দুইকুৰি আঠ চাৰি দহ আঠ।
৪৯ চাৰিত ন উনপঞ্চাশ দুইকুৰি ন চাৰি দহ ন।
৫• পাঁচত শূণ্যে পঞ্চাশ আঢ়ৈকুৰি পাঁচ দহ।

[ ১৪ ]

৫১ পাঁচত একে একৱান দুই কুৰি এঘাৰ পাঁচ দহ এক।
৫২ পাঁচত দুই বাৱন দুইকুৰি বাৰ পাঁচ দহ দুই।
৫৩ পাচত তিনি তেৱান দুইকুৰি তেৰ পাঁচ দহ তিনি।
৫৪ পাঁচত চাৰি চৌৱান দুইকুৰি চৈধ্য পাঁচ দহ চাৰি।
৫৫ পাঁচত পাঁচে পঁচপন দুইকুৰি পোন্ধৰ পাঁচ দহ পাঁচ।
৫৬ পাঁচত ছয়ে ছাপন দুইকুৰি যোল্ল পাঁচ দহ ছয়।
৫৭ পাঁচত সাতে সাতাৱান দুইকুৰি সোতৰ পাঁচ দহ সাত।
৫৮ পাঁচত আঠে আঠাৱন দুইকুৰি অঠৰ পাঁচ দহ আঠ।
৫৯ পাঁচত ন উনষাঠি দুইকুৰি উনৈশ পাচ দহ ন।
৬• ছয়ত শূণ্যে ষাঠিয়ে তিনিকুৰি ছয় দহ।
৬১ ছয়ত একে একষষ্ঠি তিনিকুৰি এক ছয় দহ এক।
৬২ ছয়ত দুই বাষষ্ঠি তিনিকুৰি দুই ছয় দহ দুই।
৬৩ ছয়ত তিনি তেষষ্ঠি তিনিকুৰি তিনি ছয় দহ তিনি।
৬৪ দুয়ত চাৰি চৌষষ্ঠি তিনিকুৰি চাৰি ছয় দহ চাৰি।
৬৫ ছয়ত পাঁচে পয়ষষ্ঠি তিনিকুৰি পাচ ছয় দহ পাঁচ।
৬৬ ছয়ত ছয়ে ছয়ষষ্ঠি তিনিকুৰি ছয় ছয় দহ ছয়।
৬৭ ছয়ত সাতে সাতষষ্ঠি তিনিকুৰি সাত ছয় দহ সাত।
৬৮ ছয়ত আঠে আঠষষ্ঠি তিনিকুৰি আঠ ছয় দহ আঠ।
৬৯ ছয়ত ন উনসত্তৰ তিনিকুৰি ন ছয় দহ ন।
৭০ সাতত শূণ্যে সত্তৰে তিনিকুৰি দহ সাত দহ।
৭১ সাতত একে এক সত্তৰ তিনিকুৰি এঘাৰ সাত দহ এক
৭২ সাতত দুই বাসত্তৰ তিনিকুৰি বাৰ সাত দহ দুই।
৭৩ সাতত তিনি তেসত্তৰ তিনিকুৰি তেৰ সাত দহ তিনি
৭৪ সাতত চাৰি চৌসত্তৰ তিনিকুৰি চৈধ্য সাত দহ চাৰি।
৭৫ সাতত পাঁচে পঁয়সত্তৰ তিনিকুৰি পোন্ধৰ সাত দহ পাঁচ।

[ ১৫ ]

৭৬ সাতত ছয়ে ছয়সত্তৰ তিনিকুৰি ষোল্ল সাত দহ ছয়।
৭৭ সাতত সাতে সাতসত্তৰ তিনিকুৰি সোতৰ সাত দহ সাত
৭৮ সাতত আঠে আঠসত্তৰ তিনিকুৰি ওঠৰ সাত দহ আঠ।
৭৯ সাতত ন ঊনাশী তিনিকুৰি ঊনৈশ সাত দহ ন।
৮০ আঠত শূণ্যে আশীয়ে চাৰিকুৰি আঠ দহ।
৮১ আঠত একে একাশী চাৰিকুৰি এক আঠ দহ এক।
৮২ আঠত দুই বিৰাশী চাৰি কুৰি দুই আঠ দহ দুই।
৮৩ আঠত তিনি তিৰাশী চাৰিকুৰি তিনি আঠ দহ তিনি।
৮৪ আঠত চাৰি চৌৰাশী চাৰিকুৰি চাৰি আঠ দহ চাৰি।
৮৫ আঠত পাঁচে পঁচাশী চাৰিকুৰি পাঁচ আঠ দহ পাঁচ।
৮৬ আঠত ছয়ে ছিয়াশী চাৰিকুৰি ছয় আঠ দহ ছয়।
৮৭ আঠত সাতে সাতাশী চাৰিকুৰি সাত আঠ দহ সাত।
৮৮ আঠত আঠে আঠাশী চাৰিকুৰি আঠ আঠ দহ আঠ।
৮৯ আঠত নয়ে ঊনানব্বৈ চাৰিকুৰি ন আঠ দহ ন।
৯০ নত শূণ্যে নব্বৈয়ে চাৰিকুৰি দহ ন দহ।
৯১ নত একে একানব্বৈ চাৰিকুৰি এঘাৰ ন দহ এক।
৯২ নত দুই বিৰান্নব্বৈ চাৰিকুৰি বাৰ ন দহ দুই।
৯৩ নত তিনি তিৰান্নব্বৈ চাৰিকুৰি তেৰ ন দহ তিনি |
৯৪ নত চাৰি চৌৰান্নব্বৈ চাৰিকুৰি চৈধ্য ন দহ চাৰি।
৯৫ নত পাঁচে পচান্নব্বৈ চাৰিকুৰি পোন্ধৰ ন দহ পাঁচ।
৯৬ নত ছয়ে ছিয়ান্নব্বৈ চাৰিকুৰি ষোল্ল ন দহ ছয়।
৯৭ নত সাতে সাতান্নব্বৈ চাৰিকুৰি সোতৰ ন দহ সাত।
৯৮ নত আঠে আঠান্নব্বৈ চাৰিকুৰি ওঠৰ ন দহ আঠ।
৯৯ নত নয়ে নিৰান্নব্বৈ চাৰিকুৰি উনৈশ ন দহ ন।
১০০ দহৰ শূণ্যে শয়ে এশ পাঁচকুৰি দহ দহ।

[ ১৬ ]
সৰু নেওঁতা
পঢ়া আৰু ফলিত লিখা
১১ ২১ ৩১ ৪১ ৫১ ৬১ ৭১ ৮১ ৯১
১২ ২২ ৩২ ৪২ ৫২ ৬২ ৭২ ৮২ ৯২
১৩ ২৩ ৩৩ ৪৩ ৫৩ ৬৩ ৭৩ ৮৩ ৯৩
১৪ ২৪ ৩৪ ৪৪ ৫৪ ৬৪ ৭৪ ৮৪ ৯৪
১৫ ২৫ ৩৫ ৪৫ ৫৫ ৬৫ ৭৫ ৮৫ ৯৫
১৬ ২৬ ৩৬ ৪৬ ৫৬ ৬৬ ৭৬ ৮৬ ৯৬
১৭ ২৭ ৩৭ ৪৭ ৫৭ ৬৭ ৭৭ ৮৭ ৯৭
১৮ ২৮ ৩৮ ৪৮ ৫৮ ৬৮ ৭৮ ৮৮ ৯৮
১৯ ২৯ ৩৯ ৪৯ ৫৯ ৬৯ ৭৯ ৮৯ ৯৯
১০ ২০ ৩০ ৪০ ৫০ ৬০ ৭০ ৮০ ৯০ ১০০
[ ১৭ ]

নতুন দ্বিতীয় মান
শ্ৰেণীৰ বাবে

কৌটিলৈকে সংখ্যাৰ ধাৰণা

১ একক
১০ দহক
১০০ শতক
১০০০ হাজাৰ
১০০০০ অযুত
১০০০০০ লাখ
১০০০০০০ নিযুত
১০০০০০০০ কৌটি

   

১x১ ১ একক
১x১০ ১ দহক
১০x১০ ১ শতক
১০০x১০ ১ হাজাৰ
১০০০x১০ ১০ হাজাৰ
১০০০০x১০ ১ লাখ
১০০০০০x১০ ১ নিযুত
১০০০০০০x১০ ১ কৌটি

যোগ নেওতা

 কোনো সংখ্যাৰ লগত আন কোনো সংখ্যা একে লগ কৰি এটা কৰাকে যোগ কৰা বুলি কয়

“+” এইটো যোগ চিন

“=” এইটো সমান চিন

 সমান চিনে বাওঁ ফালে আৰু সোঁফালে থকা সংখ্যাবোৰৰ সমান বুজায়।

[ ১৮ ]

যেনেঃ— * + * = **; ** + ** = ****

যোগ নেওঁতা পঢ়াৰ নিয়ম

একে একে দুই; একে দুই তিনি; একে তিনি চাৰি

১ + ১ = ২
১+ ২ = ৩
১+ ৩ = ৪
১ + ৪ = ৫
১ + ৫ = ৬
১ + ৬ = ৭
১ + ৭ = ৮
১ + ৮ = ৯
১+ ৯ = ১০
১ + ১০ = ১১
২ + ১ = ৩
২ + ২ = ৪
২ + ৩ = ৫
২ + ৪ = ৬
২ + ৫ = ৭
২ + ৬ = ৮
২ + ৭ = ৯
২ + ৮ = ১০
২ + ৯ = ১১
২ + ১০ = ১২
৩ + ১ = ৪
৩ + ২ = ৫
৩ + ৩ = ৬
৩ + ৪ = ৭
৩ + ৫ = ৮
৩ + ৬ = ৯
৩ + ৭ = ১০
৩ + ৮ = ১১
৩ + ৯ = ১২
৩ + ১০ = ১৩
৪ + ১ = ৫
৪ + ২ = ৬
৪ + ৩ = ৭
৪ + ৪ = ৮
৪ + ৫ = ৯
৪ + ৬ = ১০
৪ + ৭ = ১১
৪ + ৮ = ১২
৪ + ৯ = ১৩
৪ + ১০ = ১৪
৫ + ১ = ৬
৫ + ২ = ৭
৫ + ৩ = ৮
৫ + ৪ = ৯
৫ + ৫ = ১০
৫ + ৬ = ১১
৫ + ৭ = ১২
৫ + ৮ = ১৩
৫ + ৯ = ১৪
৫ + ১০ ১৫
৬ + ১ = ৭
৬ + ২ = ৮
৬ + ৩ = ৯
৬ + ৪ = ১০
৬ + ৫ = ১১
৬ + ৬ = ১২
৬ + ৭ = ১৩
৬ + ৮ = ১৪
৬ + ৯ = ১৫
৬ + ১০ = ১৬
৭ + ১ = ৮
৭ + ২ = ৯
৭ + ৩ =১০
৭ + ৪ = ১১
৭ + ৫ = ১২
৭ + ৬ = ১৩
৭ + ৭ = ১৪
৭ + ৮ = ১৫
৭ + ৯ = ১৬
৭ + ১০ = ১৭
৮ + ১ = ৯
৮ + ২ = ১০
৮ + ৩ = ১১
৮ + ৪ = ১২
৮ + ৫ = ১৩
৮ + ৬ = ১৪
৮ + ৭ = ১৫
৮ + ৮ = ১৬
৮ + ৯ = ১৭
৮ + ১০ = ১৮
৯ + ১ = ১০
৯ + ২ = ১১
৯ + ৩ = ১২
৯ + ৪ = ১৩
৯ + ৫ = ১৪
৯ + ৬ = ১৫
৯ + ৭ = ১৬
৯ + ৮ = ১৭
৯ + ৯ = ১৮
৯ + ১০ = ১৯
১০ + ১ = ১১
১০ + ২ = ১২
১০ + ৩ = ১৩
১০ + ৪ = ১৪
১০ + ৫ = ১৫
১০ + ৬ = ১৬
১০ + ৭ = ১৭
১০ + ৮ = ১৮
১০ + ৯ = ১৯
১০ + ১০ = ২০
[ ১৯ ]

বিয়োগ নেওঁতা

 কোনো ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা এটা বাদ দিয়াকে বিয়োগ কৰা বুলি কয়।

“ - ” এইটো বিয়োগ চিন।

 ডাঙৰ আৰু সৰু সংখ্যাটোৰ মাজত এই চিনটো থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে বুলি বুজিব লাগিব।

যেনে— ♼♼ - ♼‍ = ♼ ; ♼♼♼♼ - ♼ = ♼♼♼

পঢ়াৰ নিয়ম−

 একৰ এক গলে শূণ্য; দুইৰ এক গলে এক, তিনিৰ এক গলে দুই; চাৰিৰ এক গলে তিনি।

১ - ১ = ০
২ - ১ = ১
৩ - ১ = ২
৪ - ১ = ৩
৫ - ১ = ৪
৬ - ১ = ৫
৭ - ১ = ৬
৮ - ১ = ৭
৯ - ১ = ৮
১০ - ১ = ৯

২ - ২ = ০
৩ - ২ = ১
৪ - ২ = ২
৫ - ২ = ৩
৬ - ২ = ৪
৭ - ২ = ৫
৮ - ২ = ৬
৯ - ২ = ৭
১০ - ২ = ৮
১১ - ২ = ৯

৩ - ৩ = ০
৪ - ৩ = ১
৫ - ৩ = ২
৬ - ৩ = ৩
৭ - ৩ = ৪
৮ - ৩ = ৫
৯ - ৩ = ৬
১০ - ৩ = ৭
১১ - ৩ - ৮
১২ - ৩ = ৯

৪ - ৪ = ০
৫ - ৪ = ১
৬ - ৪ = ২
৭ - ৪ = ৩
৮ - ৪ = ৪
৯ - ৪ = ৫
১০ - ৪ = ৬
১১ - ৪ = ৭
১২ - ৪ = ৮
১৩ - ৪ = ৯

৫ - ৫ = ০
৬ - ৫ = ১
৭ - ৫ = ২
৮ - ৫ = ৩
৯ - ৫ = ৪

১০ - ৫ = ৫
১১ - ৫ = ৬
১২ - ৫ = ৭
১৩ - ৫ = ৮
১৪ - ৫ = ৯

৬ - ৬ = ০
৭ - ৬ = ১
৮ - ৬ = ২
৯ - ৬ = ৩
১০ - ৬ = ৪

১১ - ৬ = ৫
১২ - ৬ = ৬
১৩ - ৬ = ৭
১৪ - ৬ = ৮
১৫ - ৬ = ৯

[ ২০ ]

৭ - ৭ = ০
৮ - ৭ = ১
৯ - ৭ = ২
১০ - ৭ = ৩
১১ - ৭ = ৪
১২ - ৭ = ৫
১৩ - ৭ = ৬
১৪ - ৭ = ৭
১৬ - ৭ = ৮
১৬ - ৭ = ৯

৮ - ৮ = ০
৯ - ৮ = ১
১০ - ৮ = ২
১১ - ৮ = ৩
১২ - ৮ = ৪
১৩ - ৮ = ৫
১৪ - ৮ = ৬
১৫ - ৮ = ৭
১৬ - ৮ = ৮
১৭ - ৮ = ৯

৯ - ৯ = ০
১০ - ৯ = ১
১১ - ৯ = ২
১২ - ৯ = ৩
১৩ - ৯ = ৪
১৪ - ৯ = ৫
১৫ - ৯ = ৬
১৬ - ৯ = ৭
১৭ - ৯ - ৮
১৮ - ৯ = ৯

১০ - ১০ = ০
১১ - ১০ = ১
১২ - ১০ = ২
১৩ - ১০ = ৩
১৪ - ১০ = ৪
১৫ - ১০ = ৫
১৬ - ১০ = ৬
১৭ - ১০ = ৭
১৮ - ১০ = ৮
১৯ - ১০ = ৯

−♼−

পূৰণৰ সৰু নেওতা

 কোনো সংখ্যাৰ বেছিবাৰ যোগ কৰাৰ চমু নিয়মতে পূৰণ বা গুণ কৰা বুলি কয়।

× এইটো পূৰণ চিন

 দুটা সংখ্যাৰ মাজত এই চিনটো থাকিলে পূৰণ বা গুণ কৰিব লাগে বুলি বুজিব লাগে।

পঢ়াৰ নিয়ম−

একৰ এক গুণ এক;
একৰ তিনি গুণ তিনি,

   

একৰ দুই গুণ দুই,
একৰ চাৰি গুণ চাৰি।

[ ২১ ]

১ ম ভাগ

১ x ১ =১
১x ২ = ২
১x ৩ = ৩
১ x ৪ = ৪
১ x ৫ = ৫
১ x ৬ = ৬
১ x ৭ = ৭
১ x ৮ = ৮
১x ৯ = ৯
১ x ১০ = ১০
২ x ১ = ২
২ x ২ = ৪
২ x ৩ = ৬
২ x ৪ = ৮
২ x ৫ = ১০
২ x ৬ = ১২
২ x ৭ = ১৪
২ x ৮ = ১৬
২ x ৯ = ১৮
২ x ১০ = ২০
৩ x ১ = ৩
৩ x ২ = ৬
৩ x ৩ = ৯
৩ x ৪ = ১২
৩ x ৫ = ১৫
৩ x ৬ = ১৮
৩ x ৭ = ২১
৩ x ৮ = ২৪
৩ x ৯ = ২৭
৩ x ১০ = ৩০
৪ x ১ = ৪
৪ x ২ = ৮
৪ x ৩ = ১২
৪ x ৪ = ১৬
৪ x ৫ = ২০
৪ x ৬ = ২৪
৪ x ৭ = ২৮
৪ x ৮ = ৩২
৪ x ৯ = ৩৬
৪ x ১০ = ৪০
৫ x ১ = ৫
৫ x ২ = ১০
৫ x ৩ = ১৫
৫ x ৪ = ২০
৫ x ৫ = ২৫
৫ x ৬ = ৩০
৫ x ৭ = ৩৫
৫ x ৮ = ৪০
৫ x ৯ = ৪৫
৫ x ১০ ৫০
৬ x ১ = ৬
৬ x ২ = ১২
৬ x ৩ = ১৮
৬ x ৪ = ২৪
৬ x ৫ = ৩০
৬ x ৬ = ৩৬
৬ x ৭ = ৪২
৬ x ৮ = ৪৮
৬ x ৯ = ৫৪
৬ x ১০ = ৬০
৭ x ১ = ৭
৭ x ২ = ১৪
৭ x ৩ = ২১
৭ x ৪ = ২৮
৭ x ৫ = ৩৫
৭ x ৬ = ৪২
৭ x ৭ = ৪৯
৭ x ৮ = ৫৬
৭ x ৯ = ৬৩
৭ x ১০ = ৭০
৮ x ১ = ৮
৮ x ২ = ১৬
৮ x ৩ = ২৪
৮ x ৪ = ৩২
৮ x ৫ = ৪০
৮ x ৬ = ৪৮
৮ x ৭ = ৫৬
৮ x ৮ = ৬৪
৮ x ৯ = ৭২
৮ x ১০ = ৮০
৯ x ১ = ৯
৯ x ২ = ১৮
৯ x ৩ = ২৭
৯ x ৪ = ৩৪
৯ x ৫ = ৪৫
৯ x ৬ = ৫৪
৯ x ৭ = ৬৩
৯ x ৮ = ৭২
৯ x ৯ = ৮১
৯ x ১০ = ৯০
১০ x ১ = ১০
১০ x ২ = ২০
১০ x ৩ = ৩০
১০ x ৪ = ৪০
১০ x ৫ = ৫০
১০ x ৬ = ৬০
১০ x ৭ = ৭০
১০ x ৮ = ৮০
১০ x ৯ = ৯০
১০ x ১০ = ১০০
[ ২২ ]

দশমিক মুদ্ৰাৰ পৰিচয়

 এই মুদ্ৰা বোৰক দশমিক মুদ্ৰা বা পইচা বোলে। দশমিক মুদ্ৰা সমূহ ইংৰাজী ১৯৫৭ চনৰ ১ এপ্ৰিলৰ পৰা ভাৰতত প্ৰচলিত হয়।

১০০ পইচাই
৫০ পইচা
২৫ পইচা
১০ পইচা
৫ পইচা
৩ পইচা
২ পইচা
১ পইচা

   

১ টকা
১ টকাৰ আধা
১ টকাৰ চাৰি ভাগৰ এভাগ
১ টকাৰ দহ ভাগৰ এভাগ
১ টকাৰ বিশ ভাগৰ এভাগ
১ টকাৰ তেত্ৰিশ ভাগৰ এভাগ
১ টকাৰ পঞ্চাশ ভাগৰ এভাগ
১ টকাৰ এশ ভাগৰ এভাগ

[ ২৩ ]

পইচাৰ সংখ্যা লিখাৰ নিয়ম

১ পইচা
২ পইচা
৩ পইচা
৪ পইচা
৫ পইচা
৬ পইচা
৭ পইচা
৮ পইচা

 

.০১
.০১
.০৩
.০৪
.০৫
.০৬
.০৭
.০৮

 

৯ পইচা
১০ পইচা
২৫ পইচা
৫০ পইচা
১০০ পইচা
১২৫ পইচা
১৫০ পইচা

 

.০৯
.১০
.২৫
.৫০
১.০০
১.২৫
১.৫০

−♼−

পূৰণৰ মাজু নেওঁতা

পঢ়াৰ নিয়ম−

এঘাৰ একগুণ এঘাৰ (১১ × ১ = ১১)
এঘাৰ দুগুণ বাইশ (১১ × ২ = ২২)
এঘাৰ তিনি গুণ তেত্ৰিশ (১১ × ৩ = ৩৩)

১১ × ১ = ১১
১১ × ২ = ২২
১১ × ৩ = ৩৩
১১ × ৪ = ৪৪
১১ × ৫ = ৫৫
১১ × ৬ = ৬৬
১১ × ৭ = ৭৭
১১ × ৮ = ৮৮
১১ × ৯ = ৯৯
১১ × ১০ = ১১০

১২ × ১ = ১২
১২ × ২ = ২৪
১২ × ৩ = ৩৬
১২ × ৪ = ৪৮
১২ × ৫ = ৬০
১২ × ৬ = ৭২
১২ × ৭ = ৮৪
১২ × ৮ = ৯৬
১২ × ৯ = ১০৮
১২ × ১০ = ১২০

১৩ × ১ = ১৩
১৩ × ২ = ২৬
১৩ × ৩ = ৩৯
১৩ × ৪ = ৫২
১৩ × ৫ = ৬৫
১৩ × ৬ = ৭৮
১৩ × ৭ = ৯১
১৩ × ৮ = ১০৪
১৩ × ৯ = ১১৭
১৩ × ১০ = ১৩০

১৪ × ১ = ১৪
১৪ × ২ = ২৮
১৪ × ৩ = ৪২
১৪ × ৪ = ৫৬
১৪ × ৫ = ৭০
১৪ × ৬ = ৮৪
১৪ × ৭ = ৯৮
১৪ × ৮ = ১১২
১৪ × ৯ = ১২৬
১৪ × ১০ = ১৪০

[ ২৪ ]

১৫ × ১ = ১৫
১৫ × ২ = ৩০
১৫ × ৩ = ৪৫
১৫ × ৪ = ৬০
১৫ × ৫ = ৭৫
১৫ × ৬ = ৯০
১৫ × ৭ = ১০৫
১৫ × ৮ = ১২০
১৫ × ৯ = ১৩৫
১৫ × ১০ = ১৫০

১৬ × ১ = ১৬
১৬ × ২ = ৩২
১৬ × ৩ = ৪৮
১৬ × ৪ = ৬৪
১৬ × ৫ =৮০
১৬ × ৬ = ৯৬
১৬ × ৭ = ১১২
১৬ × ৮ = ১২৮
১৬ × ৯ = ১৪৪
১৬ × ১০ = ১৬০

১৭ × ১ = ১৭
১৭ × ২ = ৩৪
১৭ × ৩ = ৫১
১৭ × ৪ = ৬৮
১৭ × ৫ = ৮৫
১৭ × ৬ = ১০২
১৭ × ৭ = ১১৯
১৭ × ৮ = ১৩৬
১৭ × ৯ = ১৫৩
১৭ × ১০ = ১৭০

১৮ × ১ = ১৮
১৮ × ২ = ৩৬
১৮ × ৩ = ৫৪
১৮ × ৪ = ৭২
১৮ × ৫ = ৯০
১৮ × ৬ = ১০৮
১৮ × ৭ = ১২৬
১৮ × ৮ = ১৪৪
১৮ × ৯ = ১৬২
১৮ × ১০ = ১৮০

১৯ × ১ = ১৯
১৯ × ২ = ৩৮
১৯ × ৩ = ৫৭
১৯ × ৪ = ৭৬
১৯ × ৫ = ৯৫
১৯ × ৬ = ১১৪
১৯ × ৭ = ১৩৩
১৯ × ৮ = ১৫২
১৯ × ৯ = ১৭১
১৯ × ১০ = ১৯০

২০ × ১ = ২০
২০ × ২ = ৪০
২০ × ৩ = ৬০
২০ × ৪ = ৮০
২০ × ৫ = ১০০
২০ × ৬ = ১২০
২০ × ৭ = ১৪০
২০ × ৮ = ১৬০
২০ × ৯ = ১৮০
২০ × ১০ = ২০০

নতুন তৃতীয় মান শ্ৰেণীৰ বাবে

পুৰণৰ ৰৰ নেওঁতা

পঢ়াৰ নিয়ম-

 এঘাৰৰ এঘাৰ গুণ এশ একৈশ; এঘাৰৰ বাৰ গুণ এশ বত্ৰিশ

১১ × ১১ = ১২১
১১ × ১২ = ১৩২
১১ × ১৩ = ১৪৩
১১ × ১৪ = ১৫৪
১১ × ১৫ = ১৬৫
১১ × ১৬ = ১৭৬
১১ × ১৭ = ১৮৭
১১ × ১৮ = ১৯৮
১১ × ১৯ = ২০৯
১১ × ২০ = ২২০

১২ × ১২ = ১৪৪
১২ × ১৩ = ১৫৬
১২ × ১৪ = ১৬৮
১২ × ১৫ = ১৮০
১২ × ১৬ = ১৯২
১২ × ১৭ = ২০৪
১২ × ১৮ = ২১৬
১২ × ১৯ = ২২৮
১২ × ২০ = ২৪০

[ ২৫ ]

১৩ × ১৩ = ১৬৯
১৩ × ১৪ = ১৮২
১৩ × ১৫ = ১৯৫
১৩ × ১৬ = ২০৮
১৩ × ১৭ = ২২১
১৩ × ১৮ = ২৩৪
১৩ × ১৯ = ২৪৭
১৩ × ২০ = ২৬০

১৪ × ১৪ = ১৯৬
১৪ × ১৫ = ২১০
১৪ × ১৬ = ২২৪
১৪ × ১৭ = ২৩৮
১৪ × ১৮ = ২৫২
১৪ × ১৯ = ২৬৬
১৪ × ২০ = ২৮০

১৫ × ১৫ = ২২৫
১৫ × ১৬ = ২৪০
১৫ × ১৭ = ২৫৫
১৫ × ১৮ = ২৭০
১৫ × ১৯ = ২৮৫
১৫ × ২০ = ৩০০

১৬ × ১৬ = ২৫৬
১৬ × ১৭ = ২৭২
১৬ × ১৮ = ২৮৮
১৬ × ১৯ = ৩০৪
১৬ × ২০ = ৩২০

১৭ × ১৭ = ২৮৯
১৭ × ১৮ = ৩০৬
১৭ × ১৯ = ৩২৩
১৭ × ২০ = ৩৪০

১৮ × ১৮ = ৩২৪
১৮ × ১৯ = ৩৪২
১৮ × ২০ = ৩৬০

১৯ × ১৯ = ৩৬১
১৯ × ২০ = ৩৮০

২০ × ২০ = ৪০০

দশমিক মুদ্ৰাৰ (টকা পইচা)
আৰ্য্যা

১০০ পইচাই
১০০ টকাই
১০ শ টকাই
১০০ হাজাৰ টকাই
১০০ লাখ টকাই

   

১ টকা।
১ শত টকা।
১ হাজাৰ টকা।
১ লাখ টকা।
১ কৌটি টকা।

[ ২৬ ]

ৰৈখিক পৰিমাণ

(মিটাৰ চেণ্টিমিটাৰ)

 ১৯৫৮ চনৰ অক্টোবৰৰ পৰা ভাৰত মেট্ৰিক বা দশমিক পদ্ধতিৰ ওজন আৰু দৈৰ্ঘ্যৰ মাপ প্ৰচলন হৈছে। মেট্ৰিক পদ্ধতিৰ দৈৰ্ঘ্যৰ একক হিচাপে “মিটাৰ” ব্যৱহাৰ হয়।

মিটাৰ চেণ্টিমিটাৰৰ আৰ্য্যা

১০ মিলিমিটাৰ
১০০ চেণ্টিমিটাৰে
১০০০ মিটাৰে

   

১ চেণ্টিমিটাৰ।
১ মিটাৰ।
১ কিলোমিটাৰ।

সম্পূৰ্ণ আৰ্য্যা

১০০০ মাইক্ৰ মিটাৰত
১০ মিলি মিটাৰত
১০ ছেণ্টিমিটাৰত
১০ ডেচি মিটাৰত
১০ মিটাৰত
১০ ডেকা মিটাৰত
১০ হেক্টোমিটাৰত
১০ কিলোমিটাৰত
১০ মিৰয় মিটাৰত

   

১ মিলিমিটাৰ।
১ ছেণ্টিমিটাৰ।
১ ডেচি মিটাৰ।
১ মিটাৰ।
১ ডেকা মিটাৰ।
১ হেক্টোমিটাৰ।
১ কিলোমিটাৰ।
১ মিৰিয় মিটাৰ।
১ মেগা মিটাৰ।

ওজন পদ্ধতি (কিলোগ্ৰাম–গ্ৰাম)

 মেট্ৰিক পদ্ধতিত ওজনৰ মূল একক হল—

 গ্ৰাম আৰু কিলোগ্ৰাম। কিলোগ্ৰাম ডাঙৰ আৰু গ্ৰাম নিচেই সৰু একক। [ ২৭ ]

কিলোগ্ৰামৰ দগা সমূহ−

 ১০০ গ্ৰাম, ২০০ গ্ৰাম, ৫০০ গ্ৰাম, ১ কিলো, ২ কিলো,

 ৫ কিলোগ্ৰাম, ১০ কিলোগ্ৰাম, ২০ কিলোগ্ৰাম, ৫০ কিলোগ্ৰাম

গ্ৰামৰ দগা সমূহ−

 ১ গ্ৰাম, ২ গ্ৰাম, ৫ গ্ৰাম, ১০ গ্ৰাম, ২০ গ্ৰাম, ৫০ গ্ৰাম

মিলি গ্ৰামৰ দগা সমূহ−

 ১০০ মিলিগ্ৰাম, ২০০ মিলিগ্ৰাম, ৫০০ মিলিগ্ৰাম [ ২৮ ]

গ্ৰাম কিলোগ্ৰামৰ আৰ্য্যা

১০০০ মলিগ্ৰামে
১০০০ গ্ৰামে
১০০ কিলোগ্ৰামে
১০ কুইণ্টল বা ১০০০ কিলোগ্ৰামে

   

১ গ্ৰাম।
১ কিলোগ্ৰাম।
১ কুইণ্টল।
১ মেট্ৰিক টন।

সম্পূৰ্ণ আৰ্য্যা—

১০০০ মাইক্ৰ গ্ৰামত
১০ মিলিগ্ৰামত
১০ চেণ্টিগ্ৰামত
১০ ডেচিগ্ৰামত
১০ গ্ৰামত
১০ ডেকা গ্ৰামত
১০ হেক্টো গ্ৰামত
১০ কিলোগ্ৰামত
১০ মিৰিয়গ্ৰামত
১০ কুইণ্টলত

   

১ মিলিগ্ৰাম।
১ ছেণ্টিগ্ৰাম।
১ ডেচিগ্ৰাম।
১ গ্ৰাম।
১ ডেকা গ্ৰাম।
১ হেক্টো গ্ৰাম।
১ কিলোগ্ৰাম।
১ মিৰিয়গ্ৰাম।
১ কুইণ্টল।
১ মেট্ৰিকটন।

লিটাৰ

 জুলীয়া বস্তুৰ আয়তনৰ হিচাপত “লিটাৰ” ব্যৱহাৰ কৰা হয়।

১০০০ মিলিমিটাৰে
১০০০ লিটাৰে

   

১ লিটাৰ।
১ কিলোলিটাৰ।

[ ২৯ ]

সম্পূৰ্ণ আৰ্য্যা

১০ মিলিলিটাৰত
১০ ছেণ্টিলিটাৰত
১০ ডেচিলিটাৰত
১০ লিটাৰত
১০ ডেকা লিটাৰত
১০ হেক্টো লিটাৰত

   

১ ছেণ্টিলিটাৰ।
১ ডেচিলিটাৰ।
১ লিটাৰ।
১ ডেকা লিটাৰ।
১ হেক্টোলিটাৰ।
১ কিলোলিটাৰ।

জুলীয়া বস্তু জোখা পাত্ৰ সমূহ -

 পিয়লা বা মগৰ আকাৰৰ পাত্ৰ-

 এইবিধ এলুমিনিয়ামৰ পিয়লা বা মগৰ আকাৰৰ গাত হাতোৰা লগোৱা পাত্ৰ।

 ইয়াৰ পৰিমাণ হ'ল−

 ২০ মিলি লিটাৰ, ৫০ মিলি লিটাৰ, ১০০ মিলি লিটাৰ, ২০০ মিলি লিটাৰ, ৫০০ মিলি লিটাৰ, ১ লিটাৰ, ২ লিটাৰ।

নতুন চতুৰ্থ মান
শ্ৰেণীৰ বাবে−

(কালি পৰিমাণৰ আৰ্যা)
আৰ, হেক্টাৰ

মাটি কালিৰ দীঘল পুতল জুখি উলিওৱাৰ মূল একক [ ৩০ ] হ'ল – আৰ্। দীঘে ১০ মিটাৰ আৰু পুতলে ১০ মিটাৰ ধৰি পূৰণ কৰিলে যি কালি পোৱা যায় তাকেই আৰ্ বোলা হয়।

১ বৰ্গ মিটাৰে   ১ ছেণ্টি আৰ্।
১০০ বৰ্গ মিটাৰ
 বা ১ আৰ্।
১০০ ছেণ্টি আৰে
১০০ আৰে  ১ হেক্টাৰ।

দশমিক (*) বিন্দুদি টকা পইচা লিখাৰ দৰে হেক্টাৰ আৰু আৰ ও সেইদৰে লিখা হয়। ১৪ হেক্টাৰ ৫ আৰ লিখোতে এইদৰে লিখা হয় – ১৪.০৫ হেক্টাৰ। দশমিক বিন্দুৰ বাওঁফালে থকা সংখ্যাক হেক্টাৰআৰু সোফালে থকা সংখ্যাক আৰ বুলি পঢ়িব লাগে।

কাল পৰিমাণৰ আৰ্যা

( চেকেণ্ড মিণিট )

৬০ চেকেণ্ড ১ মিণিট।
৬০ মিণিটে ১ ঘণ্টা।
২৪ ঘণ্টাত ১ দিন।

[ ৩১ ]

৭ দিনত
৩০ দিনত
৩৬৫ দিন বা
৫২ সপ্তাহ বা
১২ মাহত
৩৬৬ দিনে
৯২ বছৰত
১০০ বছৰত

   

১ সপ্তাহ।
১ মাহ।

১ বছৰ।

১ লিপিয়াৰ।
১ যুগ।
১ শতাব্দী।

বস্তু কাগজ আদিৰ গণনা

বস্তু গণণা আৰ্য্যা

১২ টাই ডজন।
১২ ডজনে
২০ টাই
১২ গ্ৰোছে

   

১ ডজন।
১ গ্ৰোছ।
১ স্কোৰ।
১ গ্ৰেট গ্ৰেছ।

কাগজ গণণাৰ আৰ্য্যা

২৪ খিলাই
২০ দিস্তাই
২০ ৰীমে

   

১ দিস্তা।
১ ৰীম।
১ বেল।

কাগজৰ মিলত ২৫ খিলাই ১ দিস্তা ধৰে।


[ ৩২ ]

কুৰিলৈ ইংৰাজী আৰু ৰোমান সংখ্যা
ৰোমান সংখ্যা সাধাৰণতে ঘড়ীত ব্যৱহাৰ কৰা হয়।

 অসমীয়া   ইংৰাজী   ৰোমান 










১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০

1 ওৱান
2 টু
3 থ্ৰি
4 ফোৰ
5 ফাইভ
6 ছিক্স
7 ছেভেন
8 এইট
9 নাইন্
10 টেন
11 ইলেভেন্
12 টুৱেলভ
13 থাৰটিন
14 ফোৰটিন
15 ফিফটিন
16 ছিক্সটিন
17 ছেভেনটিন
18 এইটটিন্
19 নাইনটিন
20 টুৱেন্‌টি

I
II
III
IV
V
VI
VII
VIII
IX
X
XI
XII
XIII
XIV
XV
XVI
XVII
XVIII
XIX
XX

[ ৩৩ ]

ইংৰাজী মাহৰ দিনৰ সংখ্যা—

ত্ৰিশ দিনে হয় লৰা মাহ চেপ্তেম্বৰ।
তেনেকৈ এপ্ৰিল আৰু জুন নবেম্বৰ॥
ফেব্ৰুৱাৰী মাহ আঠাইশ দিন ধৰে।
চতুৰ্থ বছৰে তাৰ একদিন বাঢ়ে॥
বাকী সাত মাহ একত্ৰিশ দিন গণে।

 অসমীয়া   ইংৰাজী   মুছলমানী 

বহাগ ৩১
জেঠ ৩১
আহাৰ ৩২
শাওণ ৩১
ভাদ ৩১
আহিন ৩১
কাতি ৩২
আঘোণ ৩০
পুহ ২৯
মাঘ ২৯
ফাগুণ ৩০
চ’ত ৩১

জানুৱাৰী ৩১ দিন
ফেব্ৰুৱাৰী ২৮ ”
মাৰ্চ্চ ৩১ ”
এপ্ৰিল ৩০ ”
মেই ৩১ ”
জুন ৩০ ”
জুলাই ৩১ ”
আগষ্ট ৩১ ”
ছেপ্তেম্বৰ ৩০ ”
অক্টোবৰ ৩১ ”
নবেম্বৰ ৩০ ”
ডিচেম্বৰ ৩১ ”

মহৰম
শফৰ
ৰবিয়ল আউয়ল
ৰবিয়স চানি
জমাদিয়ল আউয়ল
জমাদিয়ল চানি
ৰজ্জব
শাবান
ৰমজান
শওয়াল
জেল্‌বাদ
জেলহজ্জ

[ ৩৪ ]

কেতবোৰ জ্ঞাতব্য বিষয়

অসমীয়া সাত বাৰৰ নাম

 ৰবি বা দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰ বা শুকুৰবাৰ আৰু শনিবাৰ

ইংৰাজী বাৰৰ নাম

 চান্ ডে, মন্ ডে, টিউচ ডে, ওৱেডনেচ ডে, থাৰ্চ্‌ ডে, ফ্ৰাই ডে, অৰু চেটাৰ ডে,।

মুছলমানী বাৰৰ নাম

 এতোৱাৰ, পীৰ, মঙ্গল, বুধ, জোমেৰাত, জুম্মা, শনিচাৰ।

ফাৰ্চী বাৰৰ নাম

 একশুম্বা, দ্বোশুম্বা, চেশুম্বা, চাহাৰ শুম্বা, পাঁচশুম্বা বা জুম্বা, শুম্বা বা হপ্তা।

হিন্দী বাৰৰ নাম

 ইতৱাৰ, সোমৱাৰ, মঙ্গলৱাৰ, বুধৱাৰ, গুৰুৱাৰ, শনিচৰ।

মুছলমানী মাহৰ নাম

 মহৰম, চফৰ, ৰবিয়াল আউৱাল, ৰবিয়স চানি, জমাদিয়ল আউৱাল, জমাদিয়স চানি, ৰজ্জব, চাবান, ৰমজান, চৱাল, জেলকদ্ জেলহজ্জ।

হিন্দী মাহৰ নাম

 বৈশাখ, জ্যৈষ্ঠ, আষাৰ, শ্ৰাৱন, ভাদ্ৰপদ, আশ্বিন, কাৰ্ত্তিক মাৰ্গশীৰ্ষ, পৌষ, মাঘ, ফাল্গন আৰু চৈত্ৰ।

[ ৩৫ ]

দুই পক্ষ

 কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ।

ছয় ঋতু

১। বসন্ত - ফাগুণ আৰু চ'ত মাহ।
২। গ্ৰীষ্ম - বহাগ আৰু জেঠ।
৩। বৰ্সা − আহাৰ শাওণ।

   

৪। শৰৎ - ভাদ আৰু আহিন।
৫। হেমন্ত - কাতি, আঘোণ।
৬। শীত - পুহ, মাঘ।

ছয় ৰস

 তিতা, কেঁহা, জলা, টেঙা, লুণীয়া আৰু মিঠা।

পোন্ধৰ তিথি

 প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নবমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী, পৃৰ্ণিমা বা অমাবস্যা।

দহ দিশ

 উত্তৰ, দক্ষিণ, পূৱ, পশ্চিম, অগ্নি, ঈশান, বায়ু, নৈঋত, উৰ্দ্ধ আৰু অধঃ।

সাত ৰং

 বেগুণীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

বাৰ ৰাশি

 মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনুঃ, মকৰ, কুম্ভ আৰু মীন।

পঞ্চ শস্য

 ধান, মাহকলাই, তিল, মুগ আৰু যৱ। [ ৩৬ ]

পঞ্চ কন্যা

 অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী।

পঞ্চাইন্দ্ৰিয়

 হাত, ভৰি, মলদ্বাৰ, গুপ্তাংগ আৰু বাক্‌ইন্দ্ৰিয়।

পঞ্চ ক্লেশ

 অবিদ্যা, অস্মিতা, ৰাগ, দ্বেষ আৰু অভিনিবেশ।

গৃহস্থীৰ পঞ্চ যজ্ঞ

 অধ্যয়ণ, পিতৃযজ্ঞ, দেৱষজ্ঞ, ভূতযজ্ঞ আৰু অতিথি পূজা।

মানৱ দেহৰ মূল পঞ্চ পদাৰ্থ

 ক্ষিতি, অপ, তেজ, মৰুৎ আৰু ব্যোম।

মহা পাপ পাঁচটা

 ব্ৰহ্ম হত্যা, মদ্যপান, চুৰি, গুৰুপত্নী গমন আৰু এই বিলাকৰ লগত সংসৰ্গ কৰা।

পঞ্চামৃত

 দধি, দুগ্ধ, ঘৃত, শৰ্কৰা আৰু মধু।

পঞ্চগব্য

 গোমুত্ৰ, গোময়, গোদুগ্ধ, গব্য দধি আৰু গব্য ঘৃত।

পঞ্চ ৰত্ন

 সোণ, হীৰা, নীলমণি, পৰাগ আৰু মুক্তা।

কিছুমানৰ মতে – সোণ, ৰূপ, প্ৰবাল, মুক্তা আৰু মণি। [ ৩৭ ]

পঞ্চ পল্লৱ

 আম্ৰ, প্লক্ষ (পাকৰী) বট, অশ্বথ (পলাশ) আৰু যজ্ঞ ডিমৰু।

নৱ ৰত্ন

 মুক্তা, মাণিক, বৈদুৰ্য্য মণি, গোমদ মণি, হীৰা, বিদ্ৰুম মণি, পদ্মৰাগ মণি, মৰকত আৰু নীলমণি।

পঞ্চ কষায়

 জামুকছাল, শিমলু ছাল, বগৰী ছাল, বকুলৰ ছাল আৰু সোণবৰীয়ালৰ ছাল, সমান জোখৰ এই ছালবোৰ থেতেলাই পানীত তিয়াই ৰাখিলে সেই পানীক পঞ্চ কষায় পানী বোলে।

পঞ্চ তীৰ্থ

 নৈমিষাৰণ্য, প্ৰয়াগ, শৌকৰ, বিশ্ৰন্তি আৰু পুস্কৰ।

পঞ্চগুৰিঃ [পূজাদিত আৱশ্যকীয়]

 শ্বেতবৰ্ণ, ৰক্ত বৰ্ণ, পীতবৰ্ণ, শ্যামবৰ্ণ আৰু কৃষ্ণবৰ্ণ।

কামদেৱৰ পঞ্চশৰ

 দ্ৰবন, শোষণ, তাপন, মোহন আৰু উন্মাদন।

স্বৰ্গৰ পঞ্চ বৃক্ষ

 কল্পতৰু, পাৰিজাত, মদাৰ, সন্তান আৰু হৰিচন্দন।

পঞ্চ গঙ্গা

 গঙ্গা, যমুনা, সৰস্বতী, কিৰণ আৰু ধুত পাপা।

পঞ্চোপচাৰ

 গন্ধ, পুষ্প, ধূপ, দীপ, আৰু নৈবেদ্য। [ ৩৮ ]

পঞ্চ পৰ্ব্ব

 অষ্টমী, চতুৰ্দ্দশী, অমাবস্যা, পূৰ্ণিমা আৰু সংক্ৰান্তি।

পঞ্চ দেৱতা

 শিৱ, দুৰ্গা, গণেশ, বিষ্ণু আৰু সূৰ্য্য।

জীৱনৰ পঞ্চ ভাগ

 শৈশৱ, কৈশোৰ, যৌৱন, প্ৰৌঢ়তা আৰু বৃদ্ধৱস্থা।

ভকতৰ পঞ্চ চিহ্ন

 ধ্বজ, ব্ৰজ, পংকজ, অংকুশ আৰু যব।

পিতৃ পাঁচজন

 অন্নদাতা, ত্ৰাতা, জন্মদাতা, দীক্ষাদাতা আৰু শিক্ষাদাতা।

মুক্তি পাঁচ প্ৰকাৰ

 সালোক্য, সমীপা, সাযুজ্য, সাৰূপ্য আৰু নিৰ্ব্বাণ।

হিন্দু ধৰ্ম্মৰ ভাগ পাঁচোটা

 শৈৱ, শাক্ত, সৌৰ, গাণপত্য আৰু বৈষ্ণৱ।

নিষিদ্ধ বাদ্য

 শিৱ মন্দিৰত কৰতাল, সূৰ্য্য গৃহত শঙ্খ, দুৰ্গা মণ্ডপত বাঁহী আৰু মাধুৰী, ব্ৰহ্ম গৃহত ঢাক আৰু লক্ষ্মী গৃহত ঘণ্টা বজাব নেলাগে।

 

—8—
—8সমাপ্ত8—
—8—

[ ৪০ ]
 

মুদ্ৰক— ৰূপায়ণ প্ৰেছ, তামুলপুৰ


 

মূল্য— ৬০ পইচা

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )