পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধৰাপাত
 


৬৯ উনসত্তৰ
৭০ সত্তৰ
৭১ একসত্তৰ
৭২ বাসত্তৰ
৭৩ তেসত্তৰ
৭৪ চৌসত্তৰ
৭৫ পঁয়সত্তৰ
৭৬ ছয়সত্তৰ
৭৭ সাতসত্তৰ
৭৮ আঠসত্তৰ
৭৯ ঊনাশী
৮০ আশী
৮১ একাশী
৮২ বিৰাশী
৮৩ তিৰাশী
৮৪ চৌৰাশী


৮৫ পঁচাশী
৮৬ ছিয়াশী
৮৭ সাতাশী
৮৮ আঠাশী
৮৯ উন্‌নব্বৈ
৯০ নব্বৈ
৯১ একানব্বৈ
৯২ বিৰানব্বৈ
৯৩ তিৰানব্বৈ
৯৪ চৌৰানব্বৈ
৯৫ পচানব্বৈ
৯৬ ছিয়ানব্বৈ
৯৭ সাতানব্বৈ
৯৮ আঠানব্বৈ
৯৯ নিৰানব্বৈ
১০০ একশ

⸺ • ⸺