পৃষ্ঠা:নতুন ধাৰাপাত.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
নতুন ধাৰাপাত
 

৭ - ৭ = ০
৮ - ৭ = ১
৯ - ৭ = ২
১০ - ৭ = ৩
১১ - ৭ = ৪
১২ - ৭ = ৫
১৩ - ৭ = ৬
১৪ - ৭ = ৭
১৬ - ৭ = ৮
১৬ - ৭ = ৯

৮ - ৮ = ০
৯ - ৮ = ১
১০ - ৮ = ২
১১ - ৮ = ৩
১২ - ৮ = ৪
১৩ - ৮ = ৫
১৪ - ৮ = ৬
১৫ - ৮ = ৭
১৬ - ৮ = ৮
১৭ - ৮ = ৯

৯ - ৯ = ০
১০ - ৯ = ১
১১ - ৯ = ২
১২ - ৯ = ৩
১৩ - ৯ = ৪
১৪ - ৯ = ৫
১৫ - ৯ = ৬
১৬ - ৯ = ৭
১৭ - ৯ - ৮
১৮ - ৯ = ৯

১০ - ১০ = ০
১১ - ১০ = ১
১২ - ১০ = ২
১৩ - ১০ = ৩
১৪ - ১০ = ৪
১৫ - ১০ = ৫
১৬ - ১০ = ৬
১৭ - ১০ = ৭
১৮ - ১০ = ৮
১৯ - ১০ = ৯

−♼−

পূৰণৰ সৰু নেওতা

 কোনো সংখ্যাৰ বেছিবাৰ যোগ কৰাৰ চমু নিয়মতে পূৰণ বা গুণ কৰা বুলি কয়।

× এইটো পূৰণ চিন

 দুটা সংখ্যাৰ মাজত এই চিনটো থাকিলে পূৰণ বা গুণ কৰিব লাগে বুলি বুজিব লাগে।

পঢ়াৰ নিয়ম−

একৰ এক গুণ এক;
একৰ তিনি গুণ তিনি,

   

একৰ দুই গুণ দুই,
একৰ চাৰি গুণ চাৰি।