পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অসম শিক্ষা বিভাগৰ “নতুন বাৰবছৰীয়া পাঠ্যক্ৰম” অনুসৰি
 মেট্ৰিক পদ্ধতিৰ সকলো জোখ-মাখৰ সৈতে নতুন
 পুৰণি সকলো আৰ্য্যাৰে পৰিপূৰ্ণ একমাত্ৰ
 সচিত্ৰ “নতুন ধাৰাপাত”


 ন তু ন
ধা ৰা পা ত

আগতে আহৰণ তাৰ পিছতহে বিতৰণ ৷



 জয় জয় দেৱী জগত জননী
 সাদৰো আদৰে প্ৰণামো পূজাৰে
কৰা কৃপা দেৱী জ্ঞান বিকাশিণী ৷