ৰাম তেৰি চৰণ কমলে ৰতি লাগো
।। ৰাগঃ মাহুৰ-ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰং।। ৰাম তেৰি চৰণকমলে ৰতি লাগোঁ,
মাগোঁ ভকতি গোসাঞি।
হামু অনাথ নাথ তুহুঁ গোৱিন্দ
অগতিক-গতি আৱৰি কোই নাই।।
পদ।। নিৰমল ভকতি ৰাজ তুৱা নাম গুণ,
তা বিনা পতিতপাৱন নাহি কোই।
হামু পতিত তুমহি একু পালক
ই বেৰি গোহাঞি বঞ্চবি নাহি মোই।।
তুৱা নিজ-দাস-সঙ্গতি, ৰতি, ভকতি
তৃণ দশনে মাগোহোঁ প্ৰভু ৰাম।
তব নিজ দাসকুদাসক লেৱনা
মাধৱ কহয় আৱৰি নাহি কাম।।