ৰাধাকু আগুহাৰী বোলত চাতুৰি
।। ৰাগঃ গৌৰী।। তালঃ পৰি।।
ধ্ৰুং।। ৰাধাকু আগুহাৰী বোলত চাতুৰি। তুমহি ৰাধে
হামাকেৰি কৈচে ভূষণ কয়লি চুৰি।।
পদ।। হামাৰি ওহি গোকুল মহ
ৰাধা বাঢ়লি চোৰ।
এক হামু শুতিয়ে ৰহলহি
ভূষণ কয়লি চুৰি মোৰ।
দিৱস সময়েকহো ৰাজবাট মহ
সাহস ঐছন তোই।
ৰয়নী সময়েকহো তোহাৰি ৰাধে
চুৰি কৰিতে কোন হোই।
হামু বিচাৰি কয় দেখলো আৱৰি
চোৰ ৰাধা বিনু নাই।
ঘৰহি ঘৰহি সব ফিৰত চকোৱা
ঐছন বাত জনাই।।
গোপায়ে নাহি পাৰি মেৰি ভূষণ
দেহল মাৱকু ঠাই।
নন্দ-নন্দনকহো ঐছন খেলনা
দীন মাধৱ দাস গায়।।