হৰিকো আগুৰাধা
।। ৰাগঃ বেলোৱাৰ ।। তালঃ ৰূপক।।
ধ্ৰুং।। হৰিকো আগুৰাধা আঞ্জুৰি যোড়ি মাগে।
তোহাৰি অধৰ মধুপান বিচুৰি হৰি
হামাকু আৱৰি নাহি লাগে।।
পদ।। দেৱৰ দুৰ্ল্লভ দেৱ তুৱা পদ পঙ্কজ
হামাকেৰি কুচযুগ হাৰা।
তাহেক আশে দাসী তেৰা
বঞ্চবি নাহি হামাৰা।।
ৰাধাকু বাণী শুনিয়ে হৰি
হাসত ভাষত বচন গোবিন্দে।
কহয় মাধৱ দীন মেৰি মন মাজ
ৰহ হৰি-পদ অৰবিন্দে।।