মুদ্ৰণ সংশোধন

সম্পাদনা কৰক

কেৱল ছবি থকা পৃষ্ঠাবোৰ মুদ্ৰণ সংশোধন কৰা বুলি ধৰা নহয়। গতিকে আপোনাৰ কেইটামান পৃষ্ঠা “লিখা নথকা” স্থিতিলৈ সলনি কৰা হৈছে। দিব্য দত্ত (বাৰ্তা) ২২:৫২, ১৭ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

ধন্যবাদ। ৰ্তমান চলি থকা মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত তলত দিয়া ধৰণৰ ৬/৭ খনমান কবিতা পুথি সংযোগৰ বাবে অনুৰোধ জনালোঁ। Scatter2021 (বাৰ্তা) ০০:২৮, ১৯ আগষ্ট ২০২১ (IST)Scatter2021উত্তৰ দিয়ক

  1. ৰহঘৰা-দণ্ডিনাথ কলিতা
  2. ৰূদ্ৰ যামল
  3. শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ

নতুন কিতাপ?

সম্পাদনা কৰক

নমস্কাৰ, প্ৰতিযোগিতাত কোনো নতুন কিতাপ যোগ দিয়া হৈছে নেকি? MS Sakib (বাৰ্তা) ০২:৩০, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

নাই হোৱা। মই কৰি থকাখন কৰিব পাৰিব। সেইখন সূচীত আছে।Scatter2021 (বাৰ্তা) ০২:৩২, ৩০ আগষ্ট ২০২১ (IST)Scatter2021উত্তৰ দিয়ক
আপুনি সূচী:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf কিতাপখন তালিকাত যোগ কৰি দিব পাৰিবনে? MS Sakib (বাৰ্তা) ০২:৪৮, ৩০ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক
মই নোৱাৰিম যে। প্ৰশাসকেহে পাৰিব।

ৱিকিউৎসৰ ভোটাতৰা পদক

সম্পাদনা কৰক
  ৱিকিউৎসৰ ভোটাতৰা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২১ (আগষ্ট) সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

Indic Wikisource Proofreadthon August 2021 - Result

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear Scatter2021, the results of the Indic Wikisource Proofreadthon August 2021 have been published. Kindly visit the project page for your position. Congratulations !!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 10 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource program officer, CIS-A2K


Thank you, Sir. I have filled up the form. -Scatter2021 (বাৰ্তা) ১৫:৪৬, ২২ ছেপ্টেম্বৰ ২০২১ (IST)Scatter2021উত্তৰ দিয়ক

WikiConference India 2023: Program submissions and Scholarships form are now open

সম্পাদনা কৰক

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) ১৬:৫৪, ১৬ নৱেম্বৰ ২০২২ (IST)উত্তৰ দিয়ক

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline

সম্পাদনা কৰক

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) ২১:৫০, ২ ডিচেম্বৰ ২০২২ (IST)উত্তৰ দিয়ক

On Behalf of, WCI 2023 Core organizing team.

মুদ্ৰণ সংশোধন আৰু বৈধকৰণ

সম্পাদনা কৰক

সন্মানীয় সদস্য, একেজন ব্যক্তিয়ে দুটা একাউণ্ট ব্যৱহাৰ কৰাটো ৱিকিউৎসৰ নীতিবিৰুদ্ধ। এই কথা আপোনাৰো জ্ঞাত। সেয়ে, একেজন ব্যক্তিয়ে মুদ্ৰণ সংশোধন কৰি আন এটা একাউণ্টৰ পৰা বৈধকৰণ কৰাটো ন্যায়সংগত নহয়। আশাকৰোঁ, আপুনি এনে কামৰ পৰা বিৰত থাকিব।Pranamikaadhikary (বাৰ্তা) ২১:১৮, ২ নৱেম্বৰ ২০২৪ (IST)উত্তৰ দিয়ক

এই বিষয়ে জয়ন্ত নাথ ছাৰক মই নিজে সুধিছিলোঁ। ছাৰে পাৰিম বুলি কোৱাৰ পিছত কৰি আছিলোঁ। ছাৰে মাত্ৰ কৈছিল যে কেৱল প্ৰতিযোগিতাত ভাগ লব নোৱাৰি, বাকী একেজনে কেইবাটাও একাউণ্টৰ পৰা কাম কৰিব পাৰে। Scatter2021 (বাৰ্তা) ২২:১২, ২ নৱেম্বৰ ২০২৪ (IST)উত্তৰ দিয়ক
ইয়াত প্ৰতিযোগিতা অথবা পাৰে, নোৱাৰে আদিৰ কথা নাই। ৱিকিউৎসৰ সকলো কাম সমূহীয়া। এজন ব্যক্তিৰ চকুত সকলো শুদ্ধ যেন লাগিলেও আন এজনৰ দৃষ্টিত সুক্ষ্ম ত্ৰুটি ধৰা পৰে, আৰু এনেকৈ সম্পূৰ্ণ নিখুঁতভাৱে এখন গ্ৰন্থ ৰাইজলৈ উলিয়াই দিয়াৰ প্ৰচেষ্টা থাকে। সেয়ে, যিয়ে সংশোধন কৰে, তাৰ দৃষ্টিত বৈধকৰণৰ পৃষ্ঠাটো ধৰা নপৰে। আগলৈ আপুনি সংশোধন কৰা পৃষ্ঠা বৈধকৰণ নকৰিব বুলি আশা থাকিল, অন্যথা ই পৰম্পৰাত পৰিণত হ’লে অসমীয়া ৱিকিউৎসৰ বাবে ভয়ংকৰ কথা হ’ব পাৰে। Pranamikaadhikary (বাৰ্তা) ০০:১৯, ৩ নৱেম্বৰ ২০২৪ (IST)উত্তৰ দিয়ক