ফৰ্মেটিংসম্পাদনা কৰক

মূল অংশৰ সম্পূৰ্ণ পাঠ্য গাঢ় কৰাৰ প্ৰয়োজন নাই। সাধাৰণতে শিৰোনাম, অধ্যায় এইবোৰহে গাঢ়কৈ থাকে। "জ্ঞান-মালিনী.djvu/৬০"ৰ পৰা কেইপৃষ্ঠামান সামান্য ভুলকৈ সংশোধন কৰা হৈছে। সদ্যহতে শুধৰাই দিম। Gitartha.bordoloi (talk) ১৭:১৮, ৯ May ২০২০ (IST)

বানান, শৈলীসম্পাদনা কৰক

"গুৰুচৰিত" সংশোধন কৰোঁতে কেইবাটাও পৃষ্ঠাত header-ত থাকিবলগীয়া কিতাপৰ নাম মূল অংশত দিছে আৰু ব্লক চেণ্টাৰৰ ঠাইত চেণ্টাৰ টেগ্‌‌ ব্যৱহাৰ কৰিছে। চকুত পৰাবোৰ শুধৰাই দিছোঁ। Gitartha.bordoloi (talk)

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদকসম্পাদনা কৰক

  ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:১০, ৩১ May ২০২০ (IST)

Indic Wikisource Proofreadthon II 2020সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it