শ্ৰেণী:বুঢ়ী আইৰ সাধু

বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধু সংকলন। লক্ষ্মীনাথ বেজবৰুৱা দেৱে নানা প্ৰৱন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সাধু সংকলনৰূপে প্ৰকাশ কৰিছিল। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত।

"বুঢ়ী আইৰ সাধু" শ্ৰেণীৰ পৃষ্ঠাসমূহ

মুঠ ৩২ টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ ৩২ টা পৃষ্ঠা আছে।