পৃষ্ঠা:দদাইৰ পজা.pdf/৬৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}ফিনিত্ৰসে ক'লে “এৰা, মই শুনি আহিছোঁ। মই কোনো
{{gap}}ফিনিত্ৰসে ক'লে “এৰা, মই শুনি আহিছোঁ। মই কোনো
কোনো ঠাইত যেতিয়া শোঁও মই মোৰ এখন কাণসাৰে থৈ
কোনো ঠাইত যেতিয়া শোঁও মই মোৰ এখন কাণসাৰে থৈ<ref>ইংৰাজীত আছে "Sleep with one ear open” ইয়াৰ মানে কাণ সাৰ কাণ সঁহাৰি মাৰি শোৱাও হয়।</ref>
শোঁও।” ই যে ভাল কথা মই সদাই কওঁ। কালি ৰাতি এটি
শোঁও।” ই যে ভাল কথা মই সদাই কওঁ। কালি ৰাতি এটি
খাদ্যাশ্ৰমত ( টেভাৰ্ণ ) জিৰাইছিলোঁ। গোটাই দিন গাড়ী
খাদ্যাশ্ৰমত ( টেভাৰ্ণ ) জিৰাইছিলোঁ। গোটাই দিন গাড়ী
২২ নং শাৰী: ২২ নং শাৰী:
শাস্তি দি আনবোৰ নিগাৰক পলোৱাৰ কি ফল দেখুয়াব।
শাস্তি দি আনবোৰ নিগাৰক পলোৱাৰ কি ফল দেখুয়াব।
আৰু তাৰ ঘৈণীয়েকক সিহঁতৰে ভিতৰত দুজনে নিউ অৰলীন্সত
আৰু তাৰ ঘৈণীয়েকক সিহঁতৰে ভিতৰত দুজনে নিউ অৰলীন্সত
-------
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{reflist}}
{{gap}}* ইংৰাজীত আছে "Sleep with one ear open” ইয়াৰ মানে
কাণ সাৰ কাণ সঁহাৰি মাৰি শোৱাও হয়।