পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:
{{center|(পুৰণি আখ্যায়িকাৰপৰা।)}}
{{center|(পুৰণি আখ্যায়িকাৰপৰা।)}}


{{center|( )}}
{{center|(১)}}


{{gap}}বাৰাণসী ৰাজ-অন্তঃপুৰৰ ফুলনি-গঙ্গাৰ পাৰৰপৰা বাৰাণসী-
{{gap}}বাৰাণসী ৰাজ-অন্তঃপুৰৰ ফুলনি— গঙ্গাৰ পাৰৰপৰা বাৰাণসী-ৰাজ
ৰাজ কৃকীৰ প্ৰাসাদলৈ বিয়পি থকা ফুলনি। নানাপ্ৰকাৰ ফুল-
কৃকীৰ প্ৰাসাদলৈ বিয়পি থকা ফুলনি। নানাপ্ৰকাৰ ফুল—
গোলাপ, ঘূতি, জাই, চম্পা, গুলঞ্চ, গুটিমালী, লবঙ্গ প্ৰভৃতি
গোলাপ, যূতি, জাইঁ, চম্পা, গুলঞ্চ, গুটিমালী, লবঙ্গ প্ৰভৃতি
কুসুমবিলাকে, সূৰ্য অস্ত গমনোন্মুখ সময়ত, ৰবিৰ ৰাঙলী ৰশ্মি
কুসুমবিলাকে, সূৰ্য্য অস্ত গমনোন্মুখ সময়ত, ৰবিৰ ৰাঙলী ৰশ্মি
পৰি থকা ভাগীৰথীৰ পবিত্ৰ সলিল শোধিত বায়ুৰে সৈতে নিজৰ
পৰি থকা ভাগীৰথীৰ পবিত্ৰ সলিল শোধিত বায়ুৰে সৈতে নিজৰ
সৌৰভ মিহলি কৰি উদ্যান দেৱীক অৰ্জন কৰিব ধৰিছে। ওপৰত
সৌৰভ মিহলি কৰি উদ্যান দেৱীক অৰ্চ্চনা কৰিব ধৰিছে। ওপৰত
ডাঙৰ ডাঙৰ গছত পৰি চৰাই বিলাকে সূৰ্য্যদেৱক শোক সঙ্গীত
ডাঙৰ ডাঙৰ গছত পৰি চৰাই বিলাকে সূৰ্য্যদেৱক শোক সঙ্গীত
গাই বিদায় দি নিজৰ পোৱালিবিলাকে কি কৰিছে, কি নকৰিছে
গাই বিদায় দি নিজৰ পোৱালিবিলাকে কি কৰিছে, কি নকৰিছে
চাবলৈ ধৰিছে। এনে সময়ত এজন উন্নত-ললাট, দীৰ্ঘবাহু, সুশ্ৰী
চাবলৈ ধৰিছে। এনে সময়ত এজন উন্নত-ললাট, দীৰ্ঘবাহু, সুশ্ৰী
যুবকৰ লগত ৰূপ-লাবণ্যযুত এজনী যুবতী সেই গঙ্গা-তীৰৰ
যুবকৰ লগত ৰূপ-লাবণ্যযুতা এজনী যুবতী সেই গঙ্গা-তীৰৰ
উদ্যানলৈ আহিল। যি ঠাইলৈ মানুহে শতসহস্ৰ শোকত পীড়িত
উদ্যানলৈ আহিল। যি ঠাইলৈ মানুহে শতসহস্ৰ শোকত পীড়িত
হৈ গলেও সুখ লভে, সেই ঠাইত এনে দুজন যুবক-যুবতী বহি
হৈ গলেও সুখ লভে, সেই ঠাইত এনে দুজন যুবক-যুবতী বহি
২০ নং শাৰী: ২০ নং শাৰী:
নোৱাৰি। যুবক-যুবতী উভয়ে নীৰবে আহি বকুল গছৰ তলত
নোৱাৰি। যুবক-যুবতী উভয়ে নীৰবে আহি বকুল গছৰ তলত
থকা শিল এটিত বহিল। বহুত পৰলৈ উভয়ে নীৰব। প্ৰকৃতিও
থকা শিল এটিত বহিল। বহুত পৰলৈ উভয়ে নীৰব। প্ৰকৃতিও
নীৰব; কাৰণ, এতিয়া দিনৰ ভাগ নাই। কেবল কুসুমামৃত
নীৰব; কাৰণ, এতিয়া দিনৰ ভাগ নাই। কেবল কুসুমামৃত-পিপাসু
পিপাসু মলয়াৰ সংঘৰ্ষণত কোমল কুসুমৰ কোমল অঙ্গৰ পৰা যি
মলয়াৰ সংঘৰ্ষণত কোমল কুসুমৰ কোমল অঙ্গৰ পৰা যি
শব্দ উঠিছিল, তাকে মাথোন শুনা গৈছিল। বহুত পৰৰ মূৰত
শব্দ উঠিছিল, তাকে মাথোন শুনা গৈছিল। বহুত পৰৰ মূৰত