পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
বৰষিব পাৰে গৈ। যদিও ঐশানিক মৌচুমে প্ৰথমতে উত্তৰ গড়াকে
বৰষিব পাৰে গৈ। যদিও ঐশানিক মৌচুমে প্ৰথমতে উত্তৰ গড়াকে
চোৱেহি তত্ৰাচ সি শুকান বুলি তাৰ পৰাও বহুত তুষাৰ নপৰে।
চোৱেহি তত্ৰাচ সি শুকান বুলি তাৰ পৰাও বহুত তুষাৰ নপৰে।
দ্বিতীয়, তিব্বৎ দেশ খৰা আ{{বঙালী ৰু}} তাৰ বায়ুও খৰাঙ্গ; যিবা অলপ
দ্বিতীয়, তিব্বৎ দেশ খৰাঙ্গ আ{{বঙালী ৰু}} তাৰ বায়ুও খৰাঙ্গ; যিবা অলপ
তুষাৰ উত্তৰ গড়াত পৰে তাৰো সৰহ ভাগক খৰাঙ্গ বায়ুএ শুহি
তুষাৰ উত্তৰ গড়াত পৰে তাৰো সৰহ ভাগক খৰাঙ্গ বায়ুএ শুহি
নেদেখা ভাপ কৰে। কিন্তু দক্ষিণ গড়াৰ বায়ু প্ৰায় পূৰ্ণ-সিক্ত থাকে
নেদেখা ভাপ কৰে। কিন্তু দক্ষিণ গড়াৰ বায়ু প্ৰায় পূৰ্ণ-সিক্ত থাকে
বুলি সৰহ কৈ তুষাৰ শুহিব নোৱাৰে। তৃতীয়, উত্তৰ গড়াৰ খৰাঙ্গ
বুলি সৰহ কৈ তুষাৰ শুহিব নোৱাৰে। তৃতীয়, উত্তৰ গড়াৰ খৰাঙ্গ
বায়ুৰ মাজেদি বেচিকৈ সুৰ্য্যৰ কিৰণ আহিব পাৰে; কাৰণ তাপৰ
বায়ুৰ মাজেদি বেচিকৈ সুৰ্যৰ কিৰণ আহিব পাৰে; কাৰণ তাপৰ
নিমিত্তে ভাপ নথকা বায়ু সম্পূৰ্ণ স্বচ্ছ আ{{বঙালী ৰু}} তাপ বেচি আহে বুলি
নিমিত্তে ভাপ নথকা বায়ু সম্পূৰ্ণ স্বচ্চ আ{{বঙালী ৰু}} তাপ বেচি আহে বুলি
বেচি তুষাৰ দ্ৰৱ হয়। কিন্তু দক্ষিণ গড়াৰ বায়ুত থকা ভাপেই সূৰ্য্যৰ
বেচি তুষাৰ দ্ৰৱ হয়। কিন্তু দক্ষিণ গড়াৰ বায়ুত থকা ভাপেই সূৰ্য্যৰ
কিৰণ কিছু সংবৰণ কৰে; সেই নিমিত্তে উত্তৰ গড়াতকৈ দক্ষিণ
কিৰণ কিছু সংবৰণ কৰে; সেই নিমিত্তে উত্তৰ গড়াতকৈ দক্ষিণ
২৪ নং শাৰী: ২৪ নং শাৰী:
ওপৰৰ তুষাৰ দমৰ হেচা পায়ো তলৰ তুষাৰ খিনি টান হয়। কালত
ওপৰৰ তুষাৰ দমৰ হেচা পায়ো তলৰ তুষাৰ খিনি টান হয়। কালত
এই দৰে সমুদায় তুষাৰ বৰফ হৈ পৰে। বৰফেৰে ভৰি থকা গুহা,
এই দৰে সমুদায় তুষাৰ বৰফ হৈ পৰে। বৰফেৰে ভৰি থকা গুহা,
খাল, বা উপত্যকা ৰিলাকৰ তলী যদি আওগড়ীয়া হয় তেন্তে ওপৰত
খাল, বা উপত্যকা বিলাকৰ তলী যদি আওগড়ীয়া হয় তেন্তে ওপৰত
থকা হাজাৰ-ৰাৰ-শ ফুট তুষাৰৰ কেচা পৰি তলত থকা ৰফ নাকি
থকা হাজাৰ-বাৰ-শ ফুট তুষাৰৰ কেচা পৰি তলত থকা বৰফ নামি