পৃষ্ঠা:পৰিদৰ্শন.djvu/৯৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদৰ্শন মাইকীৰ লগত দ্বন্দ্ব কৰা, ল'ৰা ছোৱালীক গা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পৰিদৰ্শন
মাইকীৰ লগত দ্বন্দ্ব কৰা, ল'ৰা ছোৱালীক গালি পৰা,
মাইকীৰ লগত দ্বন্দ্ব কৰা, ল'ৰা ছোৱালীক গালি পৰা,
ইত্যাদি নানাপ্ৰকাৰ শব্দ তাৰ কাণত পৰিছেহি। সি
ইত্যাদি নানাপ্ৰকাৰ শব্দ তাৰ কাণত পৰিছেহি। সি
উচ পিচ কৰি ইফাল-সিফাল কৰি আছে। অথচ তাৰৰ
উচ্ পিচ কৰি ইফাল-সিফাল কৰি আছে। অথচ তাৰো
মাতিবৰ সাহ হোৱা নাই। কাৰণ, এই ঘৰ হৈছে স্কুল
মাতিবৰ সাহ হোৱা নাই। কাৰণ, এই ঘৰ হৈছে স্কুল চোৱা বাবু ছব-ইন্সপেক্টৰৰ আৰু সি নিজে এজন পণ্ডিত কামৰ প্ৰাৰ্থী।

চোৱা বাবু ছব-ইন্সপেক্টৰৰ আৰু সি নিজে এজন পণ্ডিত
{{gap}}প্ৰায় তিনমান বজাত চকু-মুখ মোহাৰি মোহাৰি গাত
কামৰ প্ৰাৰ্থী।
প্ৰায় তিনমান বজাত চকু-মুখ মোহাৰি মোহাৰি গাত
গেঞ্জি এটা পিন্ধি আৰু হাতত হোকা এটা লৈ বাহিৰলৈ স্বয়ং
গেঞ্জি এটা পিন্ধি আৰু হাতত হোকা এটা লৈ বাহিৰলৈ স্বয়ং
ছব-ইন্সপেক্টৰ ওলাই আহিল। তেওঁ অহাৰ সহাৰি পাই
ছব-ইন্সপেক্টৰ ওলাই আহিল। তেওঁ অহাৰ সঁহাৰি পাই
ল'ৰাজনে খপ কৰে বেঞ্চৰ পৰা উঠিল। আৰু আহি সমুখ
ল'ৰাজনে খপ্ কৰে বেঞ্চৰ পৰা উঠিল। আৰু আহি সমুখ
পোৱা মাকতে হাতযোৰ কৰি কঁকাল হলাই চালাম কৰিলে।
পোৱা মাত্ৰকতে হাতযোৰ কৰি কঁকাল হলাই চালাম কৰিলে।
ছব-ইন্সপেক্টৰে সুধিলে, “কি হ’ল, ক'ৰ পৰা ওলালাহি তুমি?
ছব-ইন্সপেক্টৰে সুধিলে, “কি হ’ল, ক'ৰ পৰা ওলালাহি তুমি?
কিবাচোন তোমাৰ নামটো?”
কিবাচোন তোমাৰ নামটো?”

শ’ৰাজয়ৰাম, দেউতা! দেউতাক এবাৰ সেৱা জনাই
{{gap}}ল’ৰা—জয়ৰাম, দেউতা! দেউতাক এবাৰ সেৱা জনাই
যাবলৈ আহিলো। চাপ্ৰাছীক এবাৰ মাতিব লাগিছিল!
যাবলৈ আহিলোঁ। চাপ্ৰাছীক এবাৰ মাতিব লাগিছিল!
ছব-ইন্সপেক্টৰ—( হাঁহৰ ডিমা আৰু ঘি উলৈ চাই) এইবোৰ

কি আনিছ? নাপায় নহয় চৰকাৰী বিষয়ালৈ আনিবলৈ।
{{gap}}ছব-ইন্সপেক্টৰ—( হাঁহৰ ডিমা আৰু ঘিঁউলৈ চাই) এইবোৰ কি আনিছা? নাপায় নহয় চৰকাৰী বিষয়ালৈ আনিবলৈ।
ল’ৰা -শুদা হাতে আহিবলৈ বেয়া লাগে, দেউতা।

ছব-ইন্সপেক্টৰ-বাৰু, আনিছা, ভাল হৈছে দিয়া। তোমা-
{{gap}}ল’ৰা—শুদা হাতে আহিবলৈ বেয়া লাগে, দেউতা।
লোকে যেতিয়ালৈকে আনি থাকা, তেতিয়ালৈকে খাই

{{gap}}ছব-ইন্সপেক্টৰ—বাৰু, আনিছা, ভাল হৈছে দিয়া। তোমালোকে যেতিয়ালৈকে আনি থাকা, তেতিয়ালৈকে খাই
থাকিম। পাচত আকৌ বেনামী দৰখাস্ত নকৰিবা।
থাকিম। পাচত আকৌ বেনামী দৰখাস্ত নকৰিবা।

[ ৯৪ ]
<center>[ ৯৪ ]</center>