পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৫৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৫ নং শাৰী: ৫ নং শাৰী:
কৰিলন্ত ছয় প্ৰশ্ন সুতৰ আগত॥
কৰিলন্ত ছয় প্ৰশ্ন সুতৰ আগত॥
ঘোৰ কলিকালে লোক হৈব পাপমতি।
ঘোৰ কলিকালে লোক হৈব পাপমতি।
কোন ধৰ্মে তাসন্থাৰ সাধিবেক গতি॥
কোন ধৰ্মে তাসম্বাৰ সাধিবেক গতি॥
কৃষ্ণদেবে জন্ম ধৰিলন্ত কিবা কাজে।
কৃষ্ণদেবে জন্ম ধৰিলন্ত কিবা কাজে।
কোন ধৰ্ম্ম কৰিলন্ত ৰহি মহীমাঝে॥
কোন ধৰ্ম্ম কৰিলন্ত ৰহি মহীমাঝে॥
১৯ নং শাৰী: ১৯ নং শাৰী:
কেবল হৰিৰ নাম সৰ্ব্বধৰ্ম্ম সাৰ॥
কেবল হৰিৰ নাম সৰ্ব্বধৰ্ম্ম সাৰ॥
কৃষ্ণেসে সমস্তে দেৱতাতে শ্ৰেষ্ঠ দেৱ।
কৃষ্ণেসে সমস্তে দেৱতাতে শ্ৰেষ্ঠ দেৱ।
তাতে বিনে ভজনীয় আন নাহি কেৱ॥
তান্তে বিনে ভজনীয় আন নাহি কেৱ॥
দেৱকীত জনমি অসুৰ সংহৰিলা।
দেৱকীত জনমি অসুৰ সংহৰিলা।
জগত পাবন প্ৰচাৰিলা বহুলীলা॥
জগত পাবন প্ৰচাৰিলা বহুলীলা॥
২৬ নং শাৰী: ২৬ নং শাৰী:
তৃতীয় অধ্যায়ে সেহি অৱতাৰ গণ।
তৃতীয় অধ্যায়ে সেহি অৱতাৰ গণ।
লীলা সমন্বিতে তাক কৰিলা বৰ্ণন॥
লীলা সমন্বিতে তাক কৰিলা বৰ্ণন॥
পুৰুষাৰ তাৰ আৰু সনত কুমাৰ।
পুৰুষাব তাৰ আৰু সনত কুমাৰ।
শুকৰ নাৰদ নৰ নাৰায়ণ আৰ॥
শুকৰ নাৰদ নৰ নাৰায়ণ আৰ॥
কপিল শ্ৰীদত্ত যজ্ঞ ঋষভ শ্ৰীহৰি।
কপিল শ্ৰীদত্ত যজ্ঞ ঋষভ শ্ৰীহৰি।