পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৮২ প্ৰাকৃত-ভূগোেল। সংশয় ছেদ হল। জনা গল যে ওপৰত লি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৮২|প্ৰাকৃত-ভূগোল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
সংশয় ছেদ হল। জনা গল যে ওপৰত লিখা মাটি আ{{বঙালী ৰু}} শিল-তৰপ
৮২
সম্পূৰ্ণ সমুদ্ৰ দ্বাৰা প্ৰক্ষিপ্ত; আ{{বঙালী ৰু}} তাৰ প্ৰমাণ স্ব{{বঙালী ৰূ}}প মাটিৰ
প্ৰাকৃত-ভূগোেল।
সংশয় ছেদ হল। জনা গল যে ওপৰত লিখা মাটি আৰু শিল-তৰপ
সম্পূৰ্ণ সমুদ্ৰ দ্বাৰা প্ৰক্ষিপ্ত; অৰু তাৰ প্ৰমাণ স্বৰূপ মাটিৰ
লগে লগে শামুক ইত্যাদি সামুদ্ৰিক জন্তুৰ শৰীৰৰ অৱশিষ্ট মিহলি
লগে লগে শামুক ইত্যাদি সামুদ্ৰিক জন্তুৰ শৰীৰৰ অৱশিষ্ট মিহলি
হৈ থকা পোৱা যায়। যেতিয়া এই মাটি পতা হয়, উত্তৰ ইউৰোপৰ
হৈ থকা পোৱা যায়। যেতিয়া এই মাটি পতা হয়, উত্তৰ ইউৰোপৰ
আৰু উত্তৰ আশিয়াৰ সমুদায় চাপৰ ভূমি খিনি সমুদ্ৰৰ তলত
আ{{বঙালী ৰু}} উত্তৰ আশিয়াৰ সমুদায় চাপৰ ভূমি খিনি সমুদ্ৰৰ তলত
আছিল। পূৰ্বে উল্লেখ কৰি অহা পৰ্বত বিলাকে ওপৰে ওলাই
আছিল। পূৰ্ব্বে উল্লেখ কৰি অহা পৰ্ব্বত বিলাকে ওপৰে ওলাই
থাকি নিহাৰ-বহু নমাইছিল আৰু বেফিন-বেৰ বৰ্তমান উটা
থাকি নিহাৰ-বাহু নমাইছিল আৰু বেফিনচ্‌-বেৰ বৰ্ত্তমান উটা
বৰফ খণ্ড বিলাকৰ দৰে, তেতিয়াৰ দিনৰ উটা বৰফেও মাটি আৰু
বৰফ খণ্ড বিলাকৰ দৰে, তেতিয়াৰ দিনৰ উটা বৰফেও মাটি আ{{বঙালী ৰু}}
শিল আনি ইংলণ্ড, মধ্য ইউৰোপ আৰু উত্তৰ আশিয়াৰ সমথল
শিল আনি ইংলণ্ড, মধ্য ইউৰোপ আ{{বঙালী ৰু}} উত্তৰ আশিয়াৰ সমথল
বিলাকত সৰাই দিছিলহি। ভাৰতবৰ্ষৰৰ কোনো কোনো ঠাইত
বিলাকত সৰাই দিছিলহি। ভাৰতবৰ্ষৰো কোনো কোনো ঠাইত
অনেক দত এনেকুৱা বল্ডাৰ শিলেৰে মিহলি বল ডাৰ মাটি এতৰপ
অনেক দত এনেকুৱা বল্ডাৰ শিলেৰে মিহলি বল্‌ডাৰ মাটি এতৰপ
পোৱা গৈছে; ইংলণ্ডৰ বৰ মাটিৰে সম্পূৰ্ণ মিলে। তাৰ মাজৰ
পোৱা গৈছে; ইংলণ্ডৰ বল্ডাৰ মাটিৰে সম্পূৰ্ণে মিলে। তাৰ মাজৰ
কোনোটো হত শিলত, পথালি কঙ্কৰ বা ঘৃষ্ট প্ৰস্তৰত পোৱা মিহি
কোনোটো হত শিলত, পথালি কঙ্কৰ বা ঘৃষ্ট প্ৰস্তৰত পোৱা মিহি
লুৰি আৰু আঁক দেখা হয়। ইয়াতে অনুমান হয় অতি প্ৰাচীন
লুৰি আৰু আঁক দেখা হয়। ইয়াতে অনুমান হয় অতি প্ৰাচীন
কালত, ইউৰোপৰ বাৰ মাটি পতা কালত কৈ আগেয়ে, গ্ৰীষ্ম-
কালত, ইউৰোপৰ বল্ডাৰ মাটি পতা কালত কৈ আগেয়ে, গ্ৰীষ্ম-
প্ৰধান ভাৰতবৰ্ষত উটা বৰফ ওলাইছিলহি।
প্ৰধান ভাৰতবৰ্ষতো উটা বৰফ ওলাইছিলহি।

{{center|⸻}}