পৃষ্ঠা:টেটোন তামুলী.pdf/২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
JyotiPN (আলোচনা | বৰঙণি)
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:


গৃহস্থ ⸺এৰা, পাটীত পৰি নাে লাভ কি! তাতো কাণেৰে পহৰা
গৃহস্থ ⸺এৰা, পাটীত পৰি নাে লাভ কি! তাতো কাণেৰে পহৰা দিয়া হে!

দিয়া হে!
শােঃ কোঃ পৰা ⸺তেন্তে, দিনত শুই ৰাতি পহৰা দিবলৈ নিয়ম কৰাই
শােঃ কোঃ পৰা ⸺তেন্তে, দিনত শুই ৰাতি পহৰা দিবলৈ নিয়ম কৰাইভাল। এই দৰে টোপনি খতি কৰিলে গা নাঠাৱৰে নহয়।

ভাল। এই দৰে টোপনি খতি কৰিলে গা নাঠাৱৰে নহয়।
গৃহস্থ ⸺ হয়, নিয়মটো বেয়া নহয়। এতিয়াৰপৰা তাকে হে কৰিব লাগিব।
গৃহস্থ ⸺ হয়, নিয়মটো বেয়া নহয়। এতিয়াৰপৰা তাকে হে কৰিব লাগিব। বাৰু, গৈছোঁ।
বাৰু, গৈছোঁ।
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}(দুৱাৰ-ঘৰ আকৌ চকুফুৰাই চাই প্রস্থান)
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}(দুৱাৰ-ঘৰ আকৌ চকুফুৰাই চাই প্রস্থান)
<center>⸺⸺⸺⸺</center>
<center>⸺⸺⸺⸺</center>