পৃষ্ঠা:টেটোন তামুলী.pdf/৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধিত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
(ধনাইৰ প্ৰবেশ) |
<center>(ধনাইৰ প্ৰবেশ)</center> |
||
টেটোন : আও। |
টেটোন : আও। ভিনীহি, তুমি বহুত দিন জীবাঁ দেও। |
||
ধনাই : হেৰ’, কি হ’ল অ’? কোনখন |
ধনাই : হেৰ’, কি হ’ল অ’? কোনখন মঙ্গলত নো পালি, মই বহুত দিন জীম বুলি? |
||
টেটোন – এ, মঙ্গল নহয়, |
টেটোন – এ, মঙ্গল নহয়, ভিনীহি, মানুহৰ নাম লওঁতেই ওলালেহি হেনো তাৰ আয়ুস বাঢ়ে। |
||
ধনাই - অ’, তই তেন্তে মোক |
ধনাই - অ’, তই তেন্তে মোক চৰ্চ্চি হে আছিলি হ’বলা? |
||
টেটোন – সঁচা, তোমাক লৈয়ে নিতৌ মোৰ চৰ্চা বাঢ়িছে |
টেটোন – সঁচা, তোমাক লৈয়ে নিতৌ মোৰ চৰ্চা বাঢ়িছে হওঁতে।−− ঘাইকৈ আজি, −− এইবেলা। |
||
ধনাই – তোৰনো কি ভাগৰ |
ধনাই – তোৰনো কি ভাগৰ ভাতগাল খালোঁ অ’ তাকে যে চৰ্চ্চি থাক? |
||
টেটোন – এ, ভাগৰ ভাত হে |
টেটোন – এ, ভাগৰ ভাত হে বুলিছাঁ, তাৰ লগতে মাছকেটাও যে। ভাততকৈ মাছৰটো ভাবনা হে আগ হৈছে। |
||
ধনাই – বাৰু, তোৰ ভাত-মাছ খোৱা কথাখন থ’ এতিয়া। কচোন, বাপেৰ ক’লৈ |
ধনাই – বাৰু, তোৰ ভাত-মাছ খোৱা কথাখন থ’ এতিয়া। কচোন, বাপেৰ ক’লৈ গ’ল? |
||
টেটোন – (আপোনা-আপুনি) আও। |
টেটোন – (আপোনা-আপুনি) আও। “বাপেৰ!” শহুৰ বুলিবলৈ ‘বৰ মানুহৰ বেটাৰ’ লাজ লাগে! বাৰু শিকাম বাপেৰে ময়ো, ৰবি।’ (ফুটাই) এ, ভিনিহি বোপাই পতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে। |
||
ধনাই – (আপোনা আপুনি) উঃ, কটা, ভাল কথা সুধিলে আকৌ ই পেংলাই হে কৰে! (ফুটাই) বাৰু, বাপেৰৰ কথা বুজিলোঁ, হেৰ’, মাৰ গ’ল ক’লৈ’? |
ধনাই – (আপোনা আপুনি) উঃ, কটা, ভাল কথা সুধিলে আকৌ ই পেংলাই হে কৰে! (ফুটাই) বাৰু, বাপেৰৰ কথা বুজিলোঁ, হেৰ’, মাৰ গ’ল ক’লৈ’? |
||
টেটোন – (ভোৰভোৰাই) |
টেটোন – (ভোৰভোৰাই) উস! শাহু বুলিবলৈকো লাজ। মোৰ আইক শাহু বুলিলে ই ৰজাৰ কোঁৱৰটো সৰু হ’ব। বাৰু, চাম বাপেৰে কিমান উধাব পাৰ। (ফুটাই) এৰা, ভিনীহি, আয়ো নাই। আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ গৈছে। |