পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৬৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তৃতীয় সৰ্গ । দুধাৰি, চকুলো টোকে নিৰৱে দুখত । সোণৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem>দুধাৰি, চকুলো টোকে নিৰৱে দুখত?
তৃতীয় সৰ্গ ।
দুধাৰি, চকুলো টোকে নিৰৱে দুখত
সোণৰ সংসাৰ খনি ভাঙ্গি অকালত ঐ
সোণৰ সংসাৰ খনি ভাঙ্গি অকালত ঐ
গহছে স্বৰ্গত !
গইছে স্বৰ্গত!
চাৰিটি ল’র ছোৱালী ডিঙ্গিত দিগই বান্ধি,
চাৰিটি ল’ৰা ছোৱালী ডিঙ্গিত দিগই বান্ধি,
চকুলো টুকিছে জানে৷ তাতো বেজাৰত
চকুলো টুকিছে জানো তাতো বেজাৰত?
যোৰে৷ যে মইনা পাৰে সকলো সহিব ঐ
মোৰো যে মইনা পাৰে সকলো সহিব ঐ
নোৱাৰে মাথোন==
নোৱাৰে মাথোন——
দেখিব বিলাই এই দুৰ্ভগীয়া৷ হিতেশৰ
দেখিব বিলাই এই দুৰ্ভগীয়া হিতেশৰ—
আজি দেখি সি বিলাই- ওলায় কান্দোন ?
আজি দেখি সি বিলাই- ওলায় কান্দোন?
মইনা কি কান্দে আজি ? টুকিছে চকুলো ঐ !
মইনা কি কান্দে আজি? টুকিছে চকুলো ঐ?
পৰিছ৷ মাটিত ?
পৰিছা মাটিত?
চৰণত ধৰে। মই ( যদিহে মহয় ) কোৱা
চৰণত ধৰোঁ মই (যদিহে নহয়) কোৱাঁ
কাৰ চকুপানী তুমি পৰ৷ -নিত ?
কাৰ চকুপানী তুমি পৰা নিত-নিত?
শুনিছে। স্বৰ্গৰ,বোলে দেৱকন্যা সবে ঐ
শুনিছোঁ স্বৰ্গৰ বোলে দেৱকন্যা সবে ঐ
সন্তাপথ নাপায় !
সন্তাপ নাপায়!
নাই তাত দুখ শোক, বিহ বিচ্ছেদ ক্রোধ,
নাই তাত দুখ শোক, বিৰহ বিচ্ছেদ ক্ৰোধ,
স্বৰ্গ বোলে চিৰ সুখ মিলনৰ ঠাই ॥
স্বৰ্গ বোলে চিৰ সুখ মিলনৰ ঠাই॥</poem>}}
( ৩৩ )