পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>কিন্তু, হায়! কান্দে প্ৰাণ! কপাল-দোষত
{{blockcenter|<poem>কিন্তু, হায়! কান্দে প্ৰাণ! কপাল-দোষত
দুষ্ট ইয়াগোৱে (৫) পাছে, বিপদ ঘটালে॥
দুষ্ট ইয়াগোৱে (৫) পাছে, বিপদ ঘটালে॥
অন্তৰ কুভাবে ভৰা দুষ্ট ইয়াগোৰ
অন্তৰ কুভাবে ভৰা দুষ্ট ইয়াগোৰ
ইয়াগো নীচ প্ৰকৃতি, পাপীষ্ঠ দোৰ্ঘোৰ॥
ইয়াগো নীচ প্ৰকৃতি, পাপীষ্ঠ দোৰ্ঘোৰ॥


( ২ )
{{gap}}{{gap}}{{gap}}( ২ )
কত ষড়যন্ত্ৰ কৰি, কান্দি উঠে প্ৰাণ!
কত ষড়যন্ত্ৰ কৰি, কান্দি উঠে প্ৰাণ!
কেচিওৰে স’তে (৬), সতি! দিলে অপবাদ
কেচিওৰে স’তে (৬), সতি! দিলে অপবাদ
১৪ নং শাৰী: ১৪ নং শাৰী:
ঢাকিলে হঠাত, হায়! কৰি অন্ধকাৰ॥
ঢাকিলে হঠাত, হায়! কৰি অন্ধকাৰ॥
কত যে হেপাহ কৰি হৃদয়-ক্ষেত্ৰত
কত যে হেপাহ কৰি হৃদয়-ক্ষেত্ৰত
যি লাহৰী আশালতা ৰূলে ওথেলোই
যি লাহৰী আশালতা ৰূলে ওথেলোই</poem>}}
----
----
(৫) Iago–এওঁ এজন সৈনিক; এওঁ বৰ কুপ্ৰকৃতিৰ মানুহ
(৫) Iago–এওঁ এজন সৈনিক; এওঁ বৰ কুপ্ৰকৃতিৰ মানুহ
আছিল।
আছিল।<br/>
(৬) Cassio এওঁ এজন সৈনিক। ইয়াগোৱে মিছা ষড়যন্ত্ৰ কৰি
(৬) Cassio এওঁ এজন সৈনিক। ইয়াগোৱে মিছা ষড়যন্ত্ৰ কৰি
এওঁৰে সৈতেই ডেচ্‌দিমোনাৱ অপবাদ দিয়ে। ওথেলোৰ মনত বিষম
এওঁৰে সৈতেই ডেচ্‌দিমোনাৱ অপবাদ দিয়ে। ওথেলোৰ মনত বিষম
সন্দেহ উপস্থিত হই, উন্মাদৰ দৰে হয়।
সন্দেহ উপস্থিত হই, উন্মাদৰ দৰে হয়।
</poem>}}