পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা। ১৪ “কিয় কঁপ ? কিয় কান্দ| সঘনে সঘনে ?”..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>“কিয় কঁপা? কিয় কান্দা সঘনে সঘনে?”
ডেচ দিমোনা।
দুখেৰে বুলিলা তুমি, “ডেচীৰপৰাণ!”
১৪
“কিয় কঁপ ? কিয় কান্দ| সঘনে সঘনে ?”
সুখেৰে বুলিলা তুমি, ‘ডেচীৰপৰাণ !”
“এয়ে মাথোঁ মনস্তাপ--এয়ে মাথোঁ ভয়
“এয়ে মাথোঁ মনস্তাপ--এয়ে মাথোঁ ভয়
“বিষম সন্দেহ ৰ’ল মনত তোমাৰ
“বিষম সন্দেহ ৰ’ল মনত তোমাৰ
“ই চিন্তাত মাথো মোৰ দহিছে হৃদয় ॥
“ই চিন্তাত মাথোঁ মোৰ দহিছে হৃদয়॥
“ক্ষান্ত হোৱা আজি, নোখ! ৰাতিটো পুৱালে
“ক্ষান্ত হোৱা আজি, নাথ! ৰাতিটো পুৱাঁলে
“সনেহ তোমাৰ মই গুছাম মনৰ
“সন্দেহ তোমাৰ মই গুছাম মনৰ-
“কাট মাৰা যেই কৰ, কৰিবা তেতিয়া
“কাটা মাৰা যেই কৰা, কৰিবা তেতিয়া
“এয়েই প্রার্থনা মোৰ শেষ জীৱনৰ ৷
“এয়েই প্ৰাৰ্থনা মোৰ শেষ জীৱনৰ॥
“বিশ্বাসঘাতিনী মই নহওঁ তোমাব,
“বিশ্বাসঘাতিনী মই নহওঁ তোমাৰ,
“পুৱা হ’েল, দিম, নাথ ! প্রমাণ ইয়াব ৷”
“পুৱাঁ হ’লে, দিম, নাথ! প্ৰমাণ ইয়াৰ॥”

( ১৬ )
( ১৬ )
ওথেলো “সাজু হোৱ।, প্রিয়ে! তুমি মৃত্যুৰ নিমিত্তে
ওথেলো “সাজু হোৱা, প্ৰিয়ে! তুমি মৃত্যুৰ নিমিত্তে
“প্রমাণত আৰু মোৰ নাই প্রয়োজন !
“প্ৰমাণত আৰু মোৰ নাই প্ৰয়োজন!
“খন্তেক অপেক্ষা কৰা তেন্তে, প্ৰাণনাথ !”
“খন্তেক অপেক্ষা কৰা তেন্তে, প্ৰাণনাথ!”
বুলিলামুন্দৰি ! শুমি স্বামীৰ বচন ॥
বুলিলা সুন্দৰি! শুনি স্বামীৰ বচন॥
“যি পাপিনী কলঙ্কিনী” বুলিলে ওথেলে৷
“যি পাপিনী কলঙ্কিনী” বুলিলে ওথেলো
“জ্বলালে অগনি মোৰ হিয়াৰ মাজত,
“জ্বলালে অগনি মোৰ হিয়াৰ মাজত,
“খন্তেকো থাকিব দিয়াসেই পাপীষ্ঠক
“খন্তেকো থাকিব দিয়া সেই পাপীষ্ঠাক</poem>}}