পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৮০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১০ নং শাৰী: ১০ নং শাৰী:
হস্তপদ প্ৰক্ষালিয়া উত্তৰৰ মুখে।
হস্তপদ প্ৰক্ষালিয়া উত্তৰৰ মুখে।
কুশহন্তে আচমন কৰি মহাসুখে॥
কুশহন্তে আচমন কৰি মহাসুখে॥
মূলমন্ত্ৰে অজন্যাস কৰন্যাস কৰি।
মূলমন্ত্ৰে অঙ্গন্যাস কৰন্যাস কৰি।
শুচি সংযমন হুয়া মাধৱক স্মৰি॥
শুচি সংযমন হুয়া মাধৱক স্মৰি॥
নাৰায়ণ কৱচক কৰিবো ধাৰণ।
নাৰায়ণ কৱচক কৰিবে ধাৰণ।
অনায়াসে হৈব ঘোৰ ভয় নিবাৰণ॥
অনায়াসে হৈব ঘোৰ ভয় নিবাৰণ॥
পদ জানু উৰুযুগ উদৰ হৃদিত।
পদ জানু উৰুযুগ উদৰ হৃদিত।