পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/৩৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:
নকৰিবা সময়ন্তি কুৰু পাণ্ডৱৰ॥
নকৰিবা সময়ন্তি কুৰু পাণ্ডৱৰ॥
সৰ্পে মুষে ইষ্টতা নৰহে চিৰ কাল।
সৰ্পে মুষে ইষ্টতা নৰহে চিৰ কাল।
আওৰ কি কৌৰবে পাণ্ডৱক দেখেভাল॥.১৬২
আওৰ কি কৌৰবে পাণ্ডৱক দেখেভাল॥ ১৬২
চুল ধৰি দ্ৰোপদীক ঘষাই আছে আগে।
চুল ধৰি দ্ৰোপদীক ঘষাই আছে আগে।
পাণ্ডৱৰ মনত কৌৰৱ আৰো লাগে॥
পাণ্ডৱৰ মনত কৌৰৱ আৰো লাগে॥
কৌৰবেও আমাত নেৰিবে মনে ৰাগ।
কৌৰবেও আমাত নেৰিবে মনে ৰাগ।
কৈত শুনি আছা এক চোঙ্গে দুই বাঘ॥১৬৩
কৈত শুনি আছা এক চোঙ্গে দুই বাঘ॥ ১৬৩
বতাসৰ তুলা শসাৰ যেন ঘোল।
বতাসৰ তুলা শসাৰ যেন ঘোল।
যুধিষ্ঠিৰ ভীম অৰ্জ্জুনৰো সেহি বোল॥
যুধিষ্ঠিৰ ভীম অৰ্জ্জুনৰো সেহি বোল॥