পৃষ্ঠা:গণ-বিপ্লৱ.pdf/২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:


{{gap}}শিৱ।–তেন্তে সিংহাসন ৰাখিবৰ উপায় নাই?
{{gap}}শিৱ।—তেন্তে সিংহাসন ৰাখিবৰ উপায় নাই?


{{gap}}জ্যোতি।—পোনপটিয়ে নাই; আওপাকে দি আছে।
{{gap}}জ্যোতি।—পোনপটিয়ে নাই; আওপাকে দি আছে।


{{gap}}শিৱ।–মই বুজা নাই।
{{gap}}শিৱ।—মই বুজা নাই।


{{gap}}জ্যোতি।– আপুনি সিংহাসনত থাকিলে তাৰ পৰা নামিব'ই
{{gap}}জ্যোতি।– আপুনি সিংহাসনত থাকিলে তাৰ পৰা নামিবই
লাগিব। তেতিয়া কোন তাৰ গৰাকী হয় ঠিক নাই। এতিয়া
লাগিব। তেতিয়া কোন তাৰ গৰাকী হয় ঠিক নাই। এতিয়া
আপুনি যদি সেই সময়লৈ বাট নাচাই আগতে নিজে সিংহাসন
আপুনি যদি সেই সময়লৈ বাট নাচাই আগতে নিজে সিংহাসন
১৯ নং শাৰী: ১৯ নং শাৰী:
নোৱাৰে তেনে জনক বহুৱাওক।”
নোৱাৰে তেনে জনক বহুৱাওক।”


{{gap}}শিৱ।-তেনে জন যে ওলাব মোৰ বিশ্বাস নহয়।
{{gap}}শিৱ।—তেনে জন যে ওলাব মোৰ বিশ্বাস নহয়।


{{gap}}জ্যোতি।-ওলাব। স্বৰ্গদেৱে আঁতৰলৈ চকু দিছে, ওচৰলৈ
{{gap}}জ্যোতি।—ওলাব। স্বৰ্গদেৱে আঁতৰলৈ চকু দিছে, ওচৰলৈ
মনকে কৰা নাই।
মনকে কৰা নাই।


{{gap}}শিৱ।–তাৰ মানে?
{{gap}}শিৱ।—তাৰ মানে?


{{gap}}জ্যোতি।–তাৰ মানে –আপুনি যদি আই-কুৱঁৰীক পাটত
{{gap}}জ্যোতি।–তাৰ মানে –আপুনি যদি আই-কুৱঁৰীক পাটত
৩১ নং শাৰী: ৩১ নং শাৰী:


{{gap}}দৈবজ্ঞৰ কথা ৰজাৰ মনোমত হ'ল আৰু তেওঁক আশাতীত
{{gap}}দৈবজ্ঞৰ কথা ৰজাৰ মনোমত হ'ল আৰু তেওঁক আশাতীত
ৰূপে পাৰিতোষিক দি বিদায় দিলে। তাৰ পাচত ৰজাই পাত্ৰ-{{nop}}
ৰূপে পাৰিতোষিক দি বিদায় দিলে। তাৰ পাচত ৰজাই পাত্ৰ-