পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৯৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

সম্মুখত যাকে পালে তাকে কাটিলে। তাকে দেখি এটা মৰাণে

ফুকনৰ পিঠিত যাঠিৰে হানিলে। ষাঠি পিঠিয়ে সোমাই বুকুৱে
ফুকনৰ পিঠিত যাঠিৰে হানিলে। যাঠি পিঠিয়ে সোমাই বুকুৱে
ওলাই গ'ল। ফুকন মৰিল, কিন্তু ৰাঘৱৰ বন্দী নহ'ল। ফুকনক

ৰক্ষা কৰিবলৈ খেদি যাওঁতেই লিগিৰাকো এটা মৰাণে পিচ

ফালৰ পৰা ঘাপ মাৰি কাটিলে।
ফালৰ পৰা ঘাপ মাৰি কাটিলে।

{{gap}}এইবাৰ মায়ামৰীয়া সৈন্য দলে-বলে ৰংপুৰলৈ আগ

বাঢ়িল। দুৱলীয়া পানী ফুকনৰ মৃত্যু আৰু মায়ামৰীয়া আগ

১৬ নং শাৰী: ১৭ নং শাৰী:
মৰিল আৰু কিছুমান পলাল। অগত্যা বৰবৰুৱায়ো ৰণ-ভূমি

এৰি পলায়ন কৰিলে।
এৰি পলায়ন কৰিলে।

{{gap}}এইবাৰ শেষ যুদ্ধত জয়লাভ কৰি মায়ামৰীয়া আনন্দত

মতলীয়া হৈ উঠিল আৰু ৰজাৰ নগৰ অধিকাৰ কৰিবলৈ আগ