আৱত ব্ৰজেৰ জীৱন ৰে হৰি
ৰাগ।। আশোৱাৰীঃ পৰিতাল।।
ধ্ৰুং|| আৱত ব্ৰজেৰ জীৱন ৰে হৰি|
ত্ৰিভুবন মোহন মধুৰ ৰূপ ধৰি||
পদ।। বিৰাজিত শ্যাম তনু ধেনু পৰ-ৰেণু|
অৰুণ অধৰে পূৰে সুললিত বেণু||
বনজ কুসুমকেৰি মালা উজৰিত|
শৰীৰকু কান্তি সৱদিশ প্ৰজলিত||
ভ্ৰমৰে ৰঞ্জিত উৰে লুলে বনমালা|
ৰতন ভূষণ সৱ শৰীৰ উজ্জ্বালা||
চৰণ পঙ্কজে মণি মঞ্জীৰকু ধ্বনি|
কহয় মাধৱ মেৰি গতি যদুমণি||