ৱিকিউৎস:মাহটোৰ ৱিকিউৎস-অসমীয়া
মাহটোৰ মুদ্ৰণ সংশোধনলৈ আপোনাক আদৰিছোঁ!
প্ৰতিমাহে ৱিকিউৎস সম্প্ৰদায়ে মুদ্ৰণ সংশোধনৰ বাবে উপযোগী কিছুমান পাঠ্য বাছনি কৰে৷ এই কাৰ্যত যিকোনো ব্যক্তিয়ে সহায় কৰিব পাৰে। প্ৰকল্পটোৰ উদ্দেশ্য হৈছে ৱিকিউৎসত সংশোধিত গ্ৰন্থৰ সংখ্যা বৃদ্ধি কৰা আৰু প্ৰকল্পটোৰ সামগ্ৰিক মান উন্নত কৰা।
ইয়াৰ দিশসমূহ হৈছে:
- প্ৰতিমাহে কিছুমান পাঠ্যৰ মুদ্ৰণ সংশোধন আৰু বৈধকৰণ কৰা৷
- নতুন সদস্যক ৱিকিউৎসৰ বিষয়ে জানিবলৈ অধিক কৌতূহলী কৰি তুলিব৷
- প্ৰকল্পটোছে ৱিকিউৎসৰ মূল সংগ্ৰহটোক শক্তিশালী কৰি তুলিব আৰু বিনামূলীয়া, স্কেন সমৰ্থিত ই-বুকসমূহ সকলোৰে বাবে সুলভ কৰি তুলিব।
নেপথ্য
সম্পাদনা কৰকমাহৰ ভাৰতীয় ৱিকিউৎস হৈছে ভাৰতৰ ১২টা ভাৰতীয় ৱিকিউৎস ভাষা সম্প্ৰদায়ক সহায় কৰিবলৈ CIS-A2K দলৰ দ্বাৰা আৰম্ভ কৰা এক কাৰ্যসূচী। বিগত চাৰি বছৰৰ পৰ্যবেক্ষণমতে, ভাৰতীয় ৱিকিউৎস প্ৰুফৰিড-এ-থনৰ সময়ত মাত্ৰ ৬টা সক্ৰিয় ভাষা সম্প্ৰদায়ৰহে মানসম্পন্ন স্বেচ্ছাসেৱী ভিত্তি আছে। বাকী ছটা সম্প্ৰদায়ৰ উল্লেখযোগ্য অৱদান চকুত পৰা নাছিল৷ আন এটা দিশত, তুলনামূলকভাৱে সক্ৰিয় বাকীবোৰ ভাষা সম্প্ৰদায় কিছুমান কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে৷ তেওঁলোক শক্তিশালী হোৱাৰো একাধিক থল আছে৷ সেই সমস্যালানি সমাধানৰ হেতুকেই এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
লক্ষ্য আৰু উদ্দেশ্য
সম্পাদনা কৰক- এটা নিৰ্দিষ্ট মাহত সম্প্ৰদায়সমূহক সকলো দিশতে সহায় কৰা আৰু ঘনিষ্ঠভাৱে কামত নিযুক্ত কৰোৱা।
- বৰ্তমান সম্প্ৰদায়সমূহে সন্মুখীন হোৱা সমস্যাবোৰ জানি-বুজি সেইবোৰৰ সমাধানসূত্ৰ আগবঢ়োৱা৷
- অনলাইন প্ৰশিক্ষণ আৰু সমৰ্থনৰ হেতু ব্যক্তিগতকৃত প্ৰশিক্ষণ এজনৰ পৰা অইন এজনলৈ আৰু আৰু গোটত সমূহীয়াকৈ আগবঢ়োৱাৰ প্ৰয়াস।
- মাহৰ প্ৰুফৰিডথন পৰিচালনা কৰা।
অংশগ্ৰহণকাৰী
সম্পাদনা কৰকৱিকিউৎস প্ৰুফৰিডথন
সম্পাদনা কৰক
- Date
- Start date and time: 2023-02-01 00:00:01
- End date and time: 2023-02-28 23:59:59
- URL
- http://wscontest.toolforge.org/c/95
- Index pages
User | Points | Contributions | Validations | |
---|---|---|---|---|
Rumi Borah~aswiki | 398 | 192 | 89 | Details |
Joli Rumi | 12 | 12 | 12 | Details |
Chiring chandan | 10 | 10 | 10 | Details |
Rajdweep225 | 6 | 2 | 0 | Details |
Pallabi Dutta.Baruah | 3 | 1 | 0 | Details |