হনুমান চালীসা
হনুমান চালীসা
[ ২ ] মোৰ কবলগীয়া,
অসমীয়া ভাষাত হনুমান চালিসা পুথিখনিৰ অভাৱ অনুভৱ কৰি মই অসমীয়া ভাষালৈ অনুবাদ কৰি পুঁথিখনি আইসকলৰ হাতত তুলি দিবলৈ ক্ষীণ প্ৰয়াস কৰিলো। হিন্দী লিপিত পুথিখনি পাঠ কৰিবলৈ বহুতে টান পোৱা বাবে অসমীয়া লিপিত পুথিখনি প্ৰকাশ কৰিলো। মোৰ স্বামী শ্ৰদ্ধেয় ড° পুলিন চন্দ্ৰ বৰুৱা, শ্ৰদ্ধেয়া বাইদেউ জোৎস্না দেৱী লগতে মৰমৰ ল'ৰা আৰু বোৱাৰীৰ অনুৰোধত কিতাপখনি আপোনালোকৰ হাতত তুলি দিবলৈ সমৰ্থ হলো। ‘লৰ্ড প্ৰিণ্টাৰ্ছৰ স্বত্বাধিকাৰী ও কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ।
সদাশয় পঢ়ুৱৈ সকলে ইয়াত যদি কিবাভুল ত্ৰুটি হৈছে তাৰ বাবে যেন ক্ষমা কৰে এয়ে আপোনালোকলৈ মোৰ একান্ত অনুৰোধ।
প্ৰণতি বৰুৱা
সুন্দৰপুৰ
গুৱাহাটী
[ ৩ ] Hanuman Salisa: A Religious book of Prayer Lord Hanuman translated from the original Hindi Hanuman Salisa to Assamese script by Pranati Boruah
লেখিকাৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত
প্ৰকাশক : প্ৰতিম
প্ৰথম সংখ্যা : ২৩ মাৰ্চ ২০০৬ চন
মূল্য : ২০.০০ টকা (বিশ টকা)
মুদ্ৰক : “লৰ্ড প্ৰিন্টাৰ্চ” গনেশগুৰি চাৰিআলি
গুৱাহাটী - ৬
প্ৰণতি বৰুৱা
শ্ৰী গুৰু চৰণ সৰোজ ৰজ।
নিজ মনু মুকুৰ সুধাৰি॥
বৰনউ ৰঘুবৰ বিমল জসু।
জো দায়ক ফল চাৰি।
শ্ৰীগুৰু মহাৰাজৰ চৰণ কমলৰ ধূলিৰে নিজৰ মনৰূপী দৰ্পনক পবিত্ৰ কৰি শ্ৰীৰঘুবাৰৰ নিৰ্মল, যশৰ বৰ্ণনা কৰো, যিয়ে চাৰি ফল (ধৰ্ম, অৰ্থ, কাম, মোক্ষ) দিব।
বুদ্ধিহীন তনু জানিকে।
সুমিৰো পৱন কুমাৰ॥
বলবুদ্ধি বিদ্যা দেহু মোহি
হুবহু কলেশ বিকাশ
“হে পবন কুমাৰ! মই আপোনাক স্মৰণ কৰো! আপুনি মোৰ শৰীৰ আৰু বুদ্ধি নিৰ্ব্বল বুলি জানে। মোক শাৰিৰীক বল, সদ বুদ্ধি, জ্ঞান দিয়ক আৰু মোৰ দুখ আৰু দোষ নাশ কৰক।
জয় হনুমানজ্ঞান গুণ সাগৰ।
জয় কপীস তিহুঁ লোক উজাগৰ॥
হে হনুমানজী। আপোনাৰ জয় হওঁক। আপোনাৰ জ্ঞান আৰু গুণ অপাৰ। হে কপীশ্বৰ! আপোনাৰ জয় হওঁক। তিনি লোকত (স্বৰ্গলোক, ভূলোক আৰু পাতাল লোক) সকলোতে আপোনাৰ কীৰ্ত্তি বিৰাজমান হওঁক।
ৰামদূত অতুলিত বল ধাম॥
অজ্ঞানি পুত্ৰ পৱন সুত নামা ॥
হনুমান চালীসা পৃষ্ঠা # ১
হে পবনসুত অঞ্জনি নন্দন! শ্ৰীৰামদূত।
আপোনাৰ সমান দ্বিতীয় বলবান নাই।
মহাবীৰ বিক্ৰম বজৰঙ্গী।
কুমতি নিবাৰ সুমতি কে সঙ্গী॥
হে মহাবীৰ বজৰঙ্গবলী। আপুনি অতি পৰাক্ৰমী, আপুনি মনৰ কুবুদ্ধি দূৰ কৰে আৰু সৎ বুদ্ধিৰ লোকৰ সহায়ক হয়।
কাঞ্চন বৰণ বিৰাজ সুবেসা।
কানন কুণ্ডল কুঞ্চিত কেশা
আপুনি সোনালী ৰং, সুন্দৰ বস্ত্ৰ, কানত কুণ্ডল আৰু কেকোঁৰাচুলিৰে সুশোভিত হৈ থাকে।
হাথ ব্ৰজ ঔৰ ধ্বজা বিৰাজৈ।
কাঁধে মুজেঁ জনেও সাজৈ॥
আপোনাৰ হাতত ব্ৰজ আৰু ধ্বজা আছে আৰু কাঁন্ধত মূৰ্জৰ লগুনেৰে শোভিত হৈ আছে।
শঙ্কৰ সুবন কেশৰী নন্দন।
তেজ প্ৰতাপ মহা জগ বন্দন॥
হে শঙ্কৰৰ অৱতাৰ। হে কেশৰী নন্দন। আপোনাৰ পৰাক্ৰম আৰু মহান যশৰ কথা সংসাৰত প্ৰচাৰ হৈ আছে।
বিদ্যাবান গুণী অতি চাতুৰ।
ৰাজ কাজ কৰিবে কো আতুৰ॥
আপুনি অতি বিদ্যাবান হৈ গুণবান, হৈ আৰু অতি কাৰ্য্যকুশল হৈ শ্ৰীৰামৰ কাৰ্য্য কৰিবলৈ সদায় আতুৰ হৈ থাকে।
প্ৰভু চৰিত্ৰ শুনিবেকো ৰসিয়া।
ৰাম-লক্ষণ সীতা মন বসিয়া॥
আপুনি শ্ৰীৰামচৰিত শুনি আনন্দ ৰস পাই। শ্ৰীৰাম, সীতা, লক্ষণ আপোনাৰ হৃদয়ত বসবাস কৰি আছে।
সুক্ষ্ম ৰূপ ধৰি সিয়াঁহি দিখায়া।
বিকট ৰূপ ধৰি লঙ্কা জৰায়া॥
আপুনি অতি সুক্ষ্মৰূপ ধৰি সীতাক দেখুৱালে আৰু বিৰাট ৰূপধৰি লঙ্কা জ্বলালে।
ভীমৰূপ ধৰি অসুৰ সংহাৰে।
ৰামচন্দ্ৰকে কাজ সঁৱাৰে॥
আপুনি ভীমৰূপ ধৰি ৰাক্ষসক মাৰিলে আৰু ৰামচন্দ্ৰৰ কাৰ্য্যও সফল কৰিলে।
লায় সঞ্জীবন লক্ষণ জিয়ায়ে।
শ্ৰীৰঘুবীৰ হৰষি উৰ লায়ে॥
আপুনি সঞ্জীবনী বুটী লৈ আহি লক্ষণক জিয়ালে আৰু শ্ৰীৰঘুবীৰে তেতিয়া হৰ্ষিত হৈ আপোনাক আকোঁৱালি ললে।
ৰঘুপতি কীন্হী বহুত বঢ়াই।
তুম মম প্ৰিয় ভৰত সম ভাই।
শ্ৰীৰামচন্দ্ৰই আপোনাক প্ৰশংসা কৰি ভৰতৰ নিচিনা মৰমৰ ভাই বুলি কলে।
সহস বদন তুমহাৰো যশ গাৱৈ।
অস কহি শ্ৰীপতি কণ্ঠ লগাৱৈ॥
শ্ৰীৰামে তোমাৰ যশ হজাৰ মুখে বন্দন হওঁক বুলি হৃদয়েৰে লগাই লৈ ক’লে।
সনকাদিক ব্ৰহ্মাদি মুনীসা।
নাৰদ সাৰদ সহিত অহীসা॥
যম কুবেৰ দিগপাল জহাঁতে।
কবি কোবিদ কহি সকে কহাঁতে॥
শ্ৰীসনক, শ্ৰীসনাতন, শ্ৰীসনন্দন, শ্ৰীসনত কুমাৰ মুনি, ব্ৰহ্মা আদি দেবতা, নাৰদজী, সৰস্বতী জী, শেষনাগজী, যমৰাজ, কুবেৰ আদি সকলো দিশৰ ৰক্ষক, কবি, বিদ্বান, পণ্ডিত, আদি কোনোৱে আপোনাৰ যশ পূৰ্ণৰূপে পূৰ্ণ বৰ্ণনা কৰিব নোৱাৰে।
তুম উপকাৰ সুগ্ৰীবহি কীন্হা।
ৰাম মিলায় ৰাজপদ দীন্হা।
আপুনি সুগ্ৰীবজীক শ্ৰীৰামৰ লগত মিলাই উপকাৰ কৰিলে যাৰ কাৰনে তেওঁ ৰজা হবলৈ সক্ষম হ’ল।
তুমহাৰো মন্ত্ৰ বিভীষণ মানা।
লঙ্কেশ্বৰ ভয়ে সব জগ জানা॥
আপোনাৰ উপদেশ পালন কৰি বিভীষণ ৰজা হল, সেই কথা সকলো সংসাৰে জানে।
যুগ সহস্ৰ যোজন পৰ ভানু।
লীল্যো তাহি মধুৰ ফল জানু॥
যি সূৰুয ইমান দূৰত আছে, যাৰ ওচৰ পাবলৈ বহুত হাজাৰ যুগ লাগে। সেই হাজাৰ যোজন দূৰত্ব থকা সুৰুটোক মিঠা ফল বুলি আপুনি গিলি দিলে।
প্ৰভু মুদ্ৰিকা মেলি মুখ মাহী।
জলধি লাঙিঘ গয়ে অচৰজ নাহি॥
আপুনি শ্ৰীৰামচন্দ্ৰৰ আঙুঠি মুখত লৈ সমুদ্ৰ পাৰ হ’ল। এইটো একা আশৰ্য্যৰ কথা নহয়।
দুৰ্গম কাজ জগতকে জেতে।
সুগম অনুগ্ৰহ তুমহাৰে তেতে॥
সংসাৰত যিমান কঠিন কাম আছে সকলো আপুনিয়ে সিদ্ধ কৰে।
ৰাম দুৱাৰে তুম ৰখৱাৰে।
হোত ন আজ্ঞা বিন পসাৰে॥
আপুনি শ্ৰীৰামচন্দ্ৰৰ দুৱাৰৰ ৰক্ষক য'ত আপোনাৰ আজ্ঞা বিনা কোনো যাব নোৱাৰে। অৰ্থাৎ শ্ৰীৰামৰ কৃপা পাবলৈ হলে আপোনাক প্ৰসন্ন কৰিব লাগিব।
সব সুখ লহে তুমহাৰী সৰনা।
তুম ৰক্ষক কাহু কো ডৰনা ॥
হনুমান চালীসা পৃষ্ঠা # ৪
ৰক্ষক যেতিয়া ভয়ৰ একো কাৰণ নাই।
আপন তেজ সংহাৰো আপৈ।
তিনিলোক হাকতে কাঁপৈ।
আপোনাৰ বাহিৰে কোনেও আপোনাৰ গতি ৰোধ কৰিব নোৱাৰে। আপোনাৰ গৰ্জ্জনত তিনিও লোক কঁপি যায়।
ভূত-পিশাচ নিকট নহী আৱৈ।
মহাবীৰ জব নাম সুনাৱৈ॥
য’ত মহাবীৰ হনুমানজীৰ নাম শুনোৱা হয় তাত ভুত-পিশাচ কোনো আহিব নোৱাৰে।
নাসৈ ৰোগ হৰে সব পীৰা।
জপত নিৰন্তৰ হনুমত বীৰা॥
বীৰ হনুমানজী! আপোনাক নিৰন্তৰ জপ কৰিলে সকলো ৰোগ নাইকীয়া হয় আৰু দুখ-কষ্ট পীড়া লাঘৱ হয়।
সংকটত হনুমান ছুৰাৱৈ।
মনক্ৰম বচন ধ্যান লাৱৈ॥
হে, হনুমানজী বিচাৰ কৰাত, কৰ্ম কৰাত আৰু কথা কোৱাত যাৰ ধ্যান মনলৈ আহে তেওঁক আপুনি সকলো সঙ্কটৰ পৰা ৰক্ষা কৰে।
সব পৰ ৰাম তপস্বী ৰাজা।
তিনকে কাজ সকল তুম সাজা।
তপস্বী ৰাজ ৰামচন্দ্ৰজী সকলোতকৈ শ্ৰেষ্ঠ, তেওঁৰ সকলো কাৰ্য্য আপুনিয়ে সহজ কৰি দিলে।
ঔৰ মনোৰথ জো কোই লাৱৈ।
সোই অমিত জীৱনফল পাৱৈ॥
যিজনৰ ওপৰত আপোনাৰ কৃপা হয়, তেওঁ যি অভিলাষা কৰে সেই ফল পাই।
- হনুমান চালীসা পৃষ্ঠা # ৫
চাৰো যুগ পৰতাপ তুমহাৰা।
হৈ পৰসিদ্ধ জগত উজিয়াৰা॥
চাৰো যুগ (সত্য যুগ, দ্বাপৰ, ত্ৰেতা আৰু কলিযুগ) ত আপোনাৰ যশ বিয়পি গৈছে। জগতত আপোনাৰ কীৰ্ত্তি সকলোতে বিৰাজমান।
সাধু সন্তকে তুম ৰখৱাৰে।
অসুৰ নিকন্দন ৰাম দুলাৰে॥
হে শ্ৰীৰামৰ প্ৰিয় সন্তান। আপুনি সজ্জনক ৰক্ষা কৰে আৰু দুষ্টক নাশ কৰে।
অস্ত সিদ্ধি নৌনিধিকে দাতা।
অস বৰ দীন জানকী মাতা॥
মাতা জানকীৰ পৰা আপুনি বৰদান পালে যে আপুনি আঠ সিদ্ধি আৰু ন বিধিৰ বৰ দিব পাৰে।
ৰাম ৰসায়নতুমহাৰে পাসা।
সদাৰহোৰঘুপতি কে দাসা॥
আপুনি নিৰন্তৰ শ্ৰীৰামজীৰ চৰণৰ সেৱক। যাৰ পৰা আপোনাৰ ওচৰত বৃদ্ধ অবস্থা আৰু অসাধ্য বেমাৰ নাশৰ ৰাম নাম’ ঔষধ আছে।
তুমহাৰে ভজন ৰাম কো পাৱে।
জনম-জনম কেদুখ বিচাৰাৱে॥
অন্তকাল ৰঘুবৰ পুৰ জাই।
জহাঁ জন্ম হৰি ভক্ত কহাই॥
আপোনাৰ ভজন কৰিলে শ্ৰীৰামজী প্ৰাপ্ত হয়। জন্ম জন্মান্তৰৰ দুখ দূৰ হয় আৰু অন্ত সময়ত শ্ৰীৰামৰ ধামলৈ গতি কৰে। আকৌ যদি জন্ম লায় আৰু ভক্তি কৰে তেতিয়া শ্ৰীৰামৰ ভক্ত বুলি কয়।
ঔৰ দেৱতা চিত্য ন ধৰই।
হনুমত সেই সৰ্ব সুখকৰই॥
হে হনুমানজী! আপোনাৰ সেৱা কৰিলে সকলো প্ৰকাৰ সুখ পোৱা যায় আৰু অন্য কোনো দেৱতাৰ আৱশ্যকতা নাথাকে।
হনুমান চালীসা পৃষ্ঠা # ৬
সঙ্কট কটে মিতে সব পীৰা।
জো সুমিৰে হনুমত বলবীৰা॥
হে বীৰ হনুমানজী! যিজনে আপোনাক স্মৰণ কৰে তেওঁৰ সকলো সংকট কটা যায় আৰু সকলো পীড়া আঁতৰি যায়।
জয় জয় জয় হনুমান গোঁসাই।
কৃপা কৰহ গুৰুদেৱ কী নাই॥
হে স্বামী হনুমান জী। আপোনাৰ জয় হওঁক, জয় হওঁক। আপুনি মোৰ ওপৰত কৃপালু শ্ৰীগুৰুজীৰ সমান কৃপা কৰক।
ইয়ে শতবাৰ পাঠ কৰে জোই।
ছুটহি বন্দী মহা সুখ হোই॥
যিজনে এই হনুমান চালিসা শ বাৰ পঢ়ে তেওঁ সকলো বন্ধনৰ পৰা মুক্ত হৈ যাই আৰু তেওঁ পৰমানন্দ প্ৰাপ্ত কৰে।
যে ইহ পঢ়ৈ হনুমান চালীসা।
হোই সিদ্ধি সাখী গৌৰীসা॥
ভগবান শঙ্কৰে এই হনুমান চালিসাখন লিখাইছিল। সেই কাৰণে সাক্ষী আছে যিজনে এইখন পঢ়িব তেওঁ সফলতা প্ৰাপ্ত কৰিব।
তুলসী দাস সদা হৰি চেৰা।
কীজে নাথ হৃদয় মুহঁ ডেৰা॥
হেনাথ হনুমানজী! তুলসী দাস সদায় শ্ৰীৰামৰ দাস। সেই কাৰনে আপুনি তেওঁৰ হৃদয়ত নিবাস কৰক।
পবন তনয় সঙ্কট হৰণ।
মঙ্গল মুৰতি ৰূপ॥
ৰাম-লক্ষণ সীতা সহিত
হৃদয় বসহু সূৰ ভূপ॥
হে সঙ্কট মোচন পবন কুমাৰ। আপুনি আনন্দ মঙ্গল স্বৰূপ। হে দেবাৰাজ আপুনি শ্ৰীৰাম সীতা আৰু লক্ষণৰ লগত মোৰ হৃদয়ত নিবাস কৰক।
হনুমান চালীসা পৃষ্ঠা # ৭
১। (সংকট মোচন হনুমান ষ্টক)
বাল সময় ৰবি ভুক্ষি লিয়ো তব,
তিনহু লোক ভয়ো অন্ধিয়াৰো।
তাহি সো ত্ৰাস ভয়ে জগকো,
ইহ সঙ্কট কাহু সো জাতন টাৰো।
দেবন আনি কৰী বিনতী তব,
ছাড়ি দিয়ো ৰবি কষ্ট নিবাৰো।
কো নহি জানত হায় জগ মে কপি,
সঙ্কট মোচন নাম তিহাৰো।
বালি কী ত্ৰাস কপীস বচে গৰি,
জাত মহাপ্ৰভু পণ্ঠ নিহাৰো।
চৌকি মহামুনি শাপ দিয়ো তব,
চাহিয় কোনবিচাৰ বিচাৰো।
কে দ্বিজ ৰূপ লিবায় মহাপ্ৰভু,
সো তুম দাস কে শোক নিবাৰো।
অঙ্গদকে সঙ্গ লেন গয়ে সিয়,
খোজ কপীস ইহ বেন উচাৰো।
জীবত না বচিহো হম চু জু,
বিনা সুধি লায়ে ইহা পণ্ড ধাৰো।
হেবি থকে তট সিন্ধু সবে তব,
লায় চিয়া-সুধি প্ৰাণ উবাৰো।
ৰাবনত্ৰাস দই সিয় কো সব,
ৰাক্ষসি চোঁ কহি শোক নিবাৰো।
তাহি সময় হনুমান মহাপ্ৰভু,
জায় মহা ৰজনীচৰ মাৰো।
চাহত চীয় অশোক সো আগি চু,
দে প্ৰভু মুদ্ৰিকা শোক নিবাৰো।
হনুমান চালীসা পৃষ্ঠা # ৮
বান লগ্নো উৰ লক্ষিমনকে তব,
প্ৰাণ তজে সুত ৰাবন মাৰো,
লে গৃহ বৈদ্য সুষেণ সমেত,
তবে গিৰি দ্ৰোণ সুবীৰ উপাৰো।
আনি সজীবন হাথ দই তব,
লক্ষি মন কে তুম প্ৰাণ উবাৰো।
ৰাবন যুদ্ধ জু আন কিয়ো তব,
নাগ কি ফাঞ্চ সবে সিৰ ডাৰো।
শ্ৰীৰঘুনাথ সমেত সবে দল,
মোহ ভুয়ো ইহ সঙ্কট মাৰো।
আনি খগেশ তবে হনুমান জু,
বন্ধন কাটি সুত্ৰাস নিবাৰো।
বন্ধু সমেত জবে অহিৰাবন,
লে ৰঘুনাথ পাতাল সিধাৰো।
দেবিহি পুজিভলী বিধিচো বলি,
দেউ সবে মিলী মন্ত্ৰ বিচাৰো।
জায় সহায় ভয়ো তব হী,
অহিৰাবন সৈন সমেত সংহাৰো।
কাজ কিয়ে বড় দেবন কে তুম,
বীৰ মহাপ্ৰভু দেখি বিচাৰো।
কৌন চো সঙ্কট মোৰ গৰীব কো,
জো তুমচু নহি জাত হায় টাবো
বেগি হৰো হনুমান মহাপ্ৰভু,
যো কচু সঙ্কট হোয় হমাৰো।
লাল দেহ লালী লচে, অৰু ধৰি লাল লঙ্গুৰ,
ব্ৰজ দেহ, দানব দলন, জয় জয় কপিচুৰ।
বজৰঙ্গ বান নিশ্চয় প্ৰেম প্ৰতীততে, বিনয় কৰে সনমান।
তেহি কে কাৰজ সকল শুভ, সিন্ধু কৰে হনুমান।
হনুমান চালীসা পৃষ্ঠা # ৯
২। (বজৰঙ্গ বান) জয় হনুমন্ত সন্ত হিতকাৰী,
শুন লীজে প্ৰভু অৰজী হমাৰী॥
জন কে কাজ বিলম্ব ন কীজে,
আতুৰ দৌৰি মহা সুখ দীজে
জৈচে কুদি সিন্ধু মহি পাৰা,
সুৰসা বদন পেঠি বিস্তাৰা॥
আগে জাই লঙ্কিনী ৰৌকা।
মাবহু লাত গই সুৰ লৌকা,
জাই বিভীষণ কো সুখ দীন্থা
সীতা নিৰখি পৰম পদ লীন্থা॥
বাগ উজাৰি সিন্ধু সঁহ বৌৰা
অতি আতুৰ যম কাতৰ তৌৰা।
অক্ষয় কুমাৰ কো মাৰ সংহাৰা।
লুম লপেট লন্ধ কো জাৰা॥
লাহ সমান লঙ্কা জুৰি গই।
জয় জয় ধ্বনি সুৰপুৰ মে ভয়॥
অব বিলম্ব কেহি কাৰণ স্বামী।
কৃপা কৰহু উৰ অন্তৰ্য্যামী।
জয় জয় লক্ষ্মণ প্ৰাণ কে দাতা।
আতুৰ হোয় দুখ কৰহু নিপাতা॥
জয় গিৰিধৰ জয় জয় সুখ সাগৰ।
সুৰ সমুহ সমথ ভট নাগৰ॥
ঔ হনু হনু হনু হনুমন্ত হঠীলে।
বেৰিহি মাৰুব্ৰজ কী কীলে॥
গদা ব্ৰজ লে বেৰিহি মাৰো।
মহাৰাজ প্ৰভু দাস উবাৰো।
ওঁকাৰ হুঁকাৰ প্ৰভু ধাৱো।
হনুমান চালীসা পৃষ্ঠা # ১০
ব্ৰজ গদা হনু বিলম্বন লাৱো।
ঔ হী হী হী হনুমান কপীসা।
ঔ হুঁ হুঁ হুঁ হনু উৰ শীশা
সত্য হোহু হৰিশপথ পাৱ কে।
ৰামদূত ধৰু মাৰু জাই কে॥
জয় জয় জয় হনুমন্ত অগাৱা।
দুঃখ পাৱত জন কেহি অপৰাধা।
পূজ জপ তপ নৈম অচাৰা।
নহী জানত হো দাস তুমহাৰা।
বন উপবন মগ, গিৰি গৃহ মাঁহী।
তুমহাৰে বল হম ডৰপত নাহী।
পাই পৰো কৰি জোৰি মনাৱো ॥
য়হি অবসৰ অব কেহি গোহৰাৱো।
জয় অঞ্জানি কুমাৰ বলবন্তা।
শঙ্কৰ সুবন বীৰ হনুমন্তা।
বদন কৰাল কুল ঘাতক।
ৰাম সহায় সদা প্ৰতিপালক॥
ভূত প্ৰেত পিশাচ নিশাচৰ।
অগ্নি বেতাল কাল মাৰী মৰ॥
ইন্থে মাৰু তোহি শপথ ৰামকী
ৰাখু নাথ মৰ্য্যদা নাম কী॥
জনক সুতা হৰি দাস কহাৱো।
তাকি শপথ বিলম্ব ন লাবো।
জয় জয় জয় ধুনি হোত দুসহ অকাশা।
সুমিৰত হোত দুসহ দুখ নাশা॥
চৰণ শৰণ কৰ জৌৰি মনাৱো।
হনুমান চালীসা পৃষ্ঠা # ১১
ইহি অবসৰ অৱ কেহি গোহৰাৱো॥
উঠ উঠু চলু তোহি ৰাম দোহাই।
পাই পৰো কৰ জোৰি মনাই॥
ঔ চঁ চঁ চঁ চঁ চপল চলন্তা।
ই হনু হনু হনু হনু হনুমন্তা॥
ঔ হঁ হঁ হাক দেত কপি চঞ্চল।
ওঁ চঁ চঁ সহষি কসৱে সত দল॥
অপনে জনকো তুৰত উবাৰো।
সুমৰিত হোয় আনন্দ হমাৰো॥
ইহ বজৰঙ্গ বান জেহি মাৰে।
তাহি কহো ফিৰ কোন উবাৰো॥
পাঠ কৰে বজবঙ্গ বান কী।
হনুমত ৰক্ষা কৰে প্ৰাণ কী॥
ইহ বজৰঙ্গ বান জো জাপে।
তাতে ভূত প্ৰেত সব কাপেঁ
ধূপ দেয় আৰু জপে হমেসা।
তাকে তন নহি ৰহে ক্লেশা॥
প্ৰেম প্ৰতীত হি কপি ভজে,
সদাধৰে উৰ ধ্যান।
তেহি কে কাৰণ সকল শুভ,
সিদ্ধ কৰে হনুমান॥
ইতি শ্ৰীগোসাই তুলসী দাস
কৃত শ্ৰীহনুমন্ত বজৰঙ্গ বান।
(সমাপ্ত)
আৰতি
আৰতি কিযে হনুমান ললা কী,
দুষ্ট দল ৰঘুনাথ কলা কী।
জাকে বলচে গিৰিবৰ কাঁপে,
ৰোগ দোষ জাকে নিকট ন ঝাঁপে,
অঞ্জনি পুত্ৰ মহা বলদাই,
সন্তান কে প্ৰভু সদা সহাই।
দে বীৰা ৰঘুনাথ পঠায়ে,
লঙ্কা জাৰি সীয় সুধ লায়ে
লঙ্কা জাৰি অসুৰ সংহাৰে,
সীতাৰামজী কে কাজ সম্বাৰে
লক্ষ্মণ মুৰ্চিত পৰে সকাৰে,
আনি সঞ্জীবন প্ৰাণ উবাৰে
পেঠি পতাল তোৰ জম-কাৰে,
অহিৰাবন কী ভুজা উখাৰে
বায়ে ভুজা অসুৰ দল মাৰে,
দহিনে ভুজা সন্ত জন তাৰে
সুৰ নৰ মুনি আৰতি উতাৰে,
জয় জয় জয় হনুমান উচাৰে।
কঞ্চন থাল কপুৰ লৌ ছাঁই
আৰতি কৰত অঞ্জনী মাই।
জৌ হনুমান কী আৰতী গাৱে,
বসি বৈকুণ্ঠ পৰম পদ পাৱে। ★★
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।