সূচী আলোচনা:অসমীয়া মৌখিক অঙ্ক.djvu

Latest comment: ৫ বছৰৰ পূৰ্বে by দিব্য দত্ত in topic সাঁচ

সাঁচ সম্পাদনা কৰক

এই কিতাপখনত থিয়কৈ কিছুমান তালিকা আৰু কিছুমান নেওতাৰ তালিকা আছে, যিবোৰ সহজে লিখিবলৈ কিছুমান সাঁচ তৈয়াৰ কৰা হৈছে। সম্পাদকসকলে সাঁচবোৰ ব্যৱহাৰ কৰি চাব পাৰে।

{{পূৰণ নেওতা}} → নেওতা লিখিবলৈ
{{থিয়}} → থিয়কৈ লিখিবলৈ
{{গণ্ডা}} → গণ্ডাৰ হিচাব লিখিবলৈ
{{Gonda}} → গণ্ডাৰ হিচাব লিখিবলৈ
{{পোৱা}} → পোৱাৰ হিচাব লিখিবলৈ

--দিব্য দত্ত (talk) ১৫:৩৬, ২৪ জানুৱাৰী ২০১৯ (IST)উত্তৰ দিয়ক

"অসমীয়া মৌখিক অঙ্ক.djvu" পৃষ্ঠালৈ উভতি যাওক।