সাঁচ:নিৰ্বাচিত লেখা/২০২১/জুলাই

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল - লেখক: ঈশানন্দ ভঁড়ালী, ১৮৮৫


শিশু-কিশোৰৰ ভূগোল-অধ্যয়নৰ বাবে যুগুতোৱা এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ

“ল'ৰাহঁত! তোমালোকে যি পৃথিবীৰ ওপৰত খোজ কাঢ়ি ফুৰা, যি আকাশৰ তলত থাকা, যি পানীত গা ধোৱা আরু যাক পী খোৱা, তাৰ বিষয়ে একো জানিবৰ মন নেযায়নে? তোমাৰ ভৰিৰ তলত ভূমিকম্প, আকাশত বিজুলি আৰু গাজনি, আরু মেঘৰ পৰা বৰষুণ কেনেকৈ হয় তাক জানিবৰ নিমিত্তে হেপাহ নাই নে? এই হেপাহ সকলোৰে থাকে। কিবাহব তোমালোকেও সরুতে মাৰ বাপেৰাৰ ওচৰত বহি এই বিলাকৰ কথা অনেক বাৰ সুধিছিলা। কিন্তু তেওঁবিলাকৰ মুখত বা কোনো কিতাপত এই বিষয়ৰ কথা আদিৰ পৰা অন্তলৈকে শুনিবলৈ বা পঢ়িবলৈ নেপাই তোমালোকৰ সেই হেপাহ গুচিব পাৰে। এতিয়া আমাৰ ইচ্ছা এই যে তোমালোকৰ সেই নুমুৱা পিয়াহ আকৌ যেন জলিব। সেই ভাবিয়েই এই সরু পুথী খনি লিখিছোঁ; তোমালোকে পঢ়ি চাবা।’’