সাঁচ:নিৰ্বাচিত লেখা
বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি
লেখক : হিৰণ্ময়ী দেৱী(২০২০)
১৯৪৭ চনত যেতিয়া ইন্দিৰা মিৰি শিক্ষা-বিষয়া ৰূপে নেফাত উপস্থিত হৈছিল তেতিয়া তাত শিক্ষানুষ্ঠান বুলিবলৈ মাথোন তিনিখন প্ৰাথমিক বিদ্যালয় আছিল, এখন পাছীঘাটত, এখন শদিয়াত আৰু ৩ য় খন মেকাত। পাছীঘাটৰ স্কুলখন টানমুদ মৰাং নামৰ এজন মিৰিলোকে চলাইছিল। শদিয়াৰ খনৰ দায়িত্বত আছিল খ্ৰীষ্টিয়ান মিছনেৰী; চিলিণ্ডাৰ চাহাব নামে খ্যাত এজন ইউৰোপীয়ৰ তত্ত্বাবধানত সেইখন চলিছিল। মেকাৰ স্কুলখনৰ শিক্ষক আছিল ডুগিয়ন লেগো নামে এজন আবৰ লোক। তিনিওখনৰে মাধ্যম অসমীয়া আছিল। তিনিওখনতে অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমেই চলিছিল।
Usage
This template is designed to automatically switch between chosen works depending on the month. There is no requirement to edit this template, chosen texts should be added to the respective files (as the month) displayed below, and these files will be transcluded into place.
Default format for each page
<!-- -->{{featured download|**pagename**}}<!-- -->''"'''[[**pagename**]]'''" (**short introductory statement**) [[Author:**name**|]].'' (**Summary statement about work**) [[File:**selected image name**.jpg|150px|right]] <!--80px if portrait--> <div style="margin-left: 2em; font-size: 0.88em;"> (**snippet of starting text of work**) </div> :('''[[**pagename**|Read on...]]''')
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/জানুৱাৰী
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/ফেব্ৰুৱাৰী
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/মাৰ্চ
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/এপ্ৰিল
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/মে’
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/জুন
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/জুলাই
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/আগষ্ট
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/ছেপ্টেম্বৰ
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/অক্টোবৰ
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/নৱেম্বৰ
- সাঁচ:নিৰ্বাচিত লেখা/২০২৫/ডিচেম্বৰ
Note that each of these files is protected.
The above documentation is transcluded from সাঁচ:নিৰ্বাচিত লেখা/doc. (edit | history) Editors can experiment in this template's sandbox (create | mirror) and testcases (create) pages. Please add categories to the /doc subpage. Subpages of this template. |