AdoroniBot (বাৰ্তা) ১৭:৩৪, ১৯ ফেব্ৰুৱাৰী ২০২৪ (IST)উত্তৰ দিয়ক

অক্লান্ত সম্পাদক পদক সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
আপোনাৰ ব্যস্ত জীৱনত সময় উলিয়াই অসমীয়া ৱিকিউৎসলৈ নিৰলসভাৱে অৱদান আগবঢ়াই অহাৰ স্বীকৃতিস্বৰূপে আপোনাক এই সন্মান যাচিলোঁ। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—
অসমীয়া ৱিকিমিডিয়া সমাজ

-𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ০৯:৫৫, ২৯ এপ্ৰিল ২০২৪ (IST)উত্তৰ দিয়ক