আদৃতা বড়া
নমস্কাৰ, আদৃতা বড়া অসমীয়া ৱিকিউৎসলৈ আপোনাক আদৰণি জনাইছোঁ! ৱিকিউৎস (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়। অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে। অসমীয়া ৱিকিউৎসত আপুনি এনে যিকোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে। যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভুক্ত লিখকসমূহৰ তালিকা চাওক। টুইটাৰত "ৱিকিউৎস"ক অনুসৰণ কৰিবলৈ ইয়াত ক্লিক কৰক। |
Thank you for your participation and support
সম্পাদনা কৰকSorry for writing this message in English - feel free to help us translating it
Dear আদৃতা বড়া,
Apart from this contest end date, we will declare the final result on 20th November 2020. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set. Thanks for your attention |
ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১
সম্পাদনা কৰকপ্রিয় আদৃতা বড়া,
সৰ্বপ্ৰথমে আপোনাক বিগত বৰ্ষত আগবঢ়োৱা প্ৰতিনিধিত্ব আৰু অৱদানৰ বাবে ধন্যবাদ তথা অভিনন্দন জনালোঁ৷ যোৱাটো বৰ্ষৰ দৰে এইবাৰো CIS-A2Kয়ে ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ আয়োজন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ মুহূৰ্তত ভাৰতীয় ধ্ৰুপদী সাহিত্যৰে ডিজিটেল মঞ্চখন সমৃদ্ধ কৰা৷
আপোনাক কি লাগিব
গ্ৰন্থৰ তালিকা: মুদ্ৰণ সংশোধনৰ বাবে কিছুমান গ্ৰন্থৰ সংগ্ৰহ৷ আপোনাৰ মাতৃভাষাত লিখিত কেইখনমান গ্ৰন্থৰ তালিকা যুগুত কৰাত আপুনি আমাক সহায় কৰিব পাৰে৷ লক্ষ্য কৰিব যাতে উল্লিখিত গ্ৰন্থখন তৃতীয় পক্ষৰ ৱেবছাইটত ইউনিক'ড মাধ্যমত উপলব্ধ নহয়৷ অনুগ্ৰহ কৰি গ্ৰন্থ সংগ্ৰহ কৰি আমাৰ প্ৰতিযোগিতাৰ পৃষ্ঠাত তালিকাভুক্ত কৰক৷ কপিৰাইটৰ নিৰ্দেশনাসমূহ আপুনি ইয়াতেই বিচাৰি পাব৷ গ্ৰন্থখন আহৰণ কৰি আপুনি পৃষ্ঠাবোৰত চকু ফুৰাব আৰু এখন পৃষ্ঠা-তালিকা <pagelist/> সাজি উলিয়াব৷
অংশগ্ৰহণকাৰী: প্ৰতিযোগিতাত যদি আপুনি অংশ ল'ব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি অংশগ্ৰহণকাৰীৰ অনুচ্ছেদত স্বাক্ষৰ কৰক৷
পৰ্যবেক্ষক: মুদ্ৰণ সংশোধনৰ প্ৰশাসক/পৰ্যবেক্ষক হিচাপে আপুনি নিজকে ইয়াত মনোনীত কৰিব পাৰে৷ প্ৰশাসক/পৰ্যবেক্ষকেও প্ৰতিযোগিতাত অংশ ল'ব পাৰিব৷
সামাজিক মাধ্যমত সামান্য প্ৰচাৰ: প্ৰতিযোগিতাৰ খবৰটো আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ যথোপযুক্ত পদক্ষেপ লওক৷ ভাৰতীয় ৱিকিউৎস সমাজৰ সদস্যসকললৈ এয়া মোৰ বিনম্ৰ অনুৰোধ ৷ ৱিকিপিডিয়া/ৱিকিউৎসৰ ছাইট ন'টিচ (Sitenotice) ব্যৱহাৰ কৰিবলৈ আমি সদায়েই উদ্গনি জনাওঁ৷ আপোনালোকে অৱশ্যেই ৱিকিউৎসৰ নিজা জাননী ব্যৱহাৰ কৰিব লাগে৷
পুৰস্কাৰ: প্ৰতিযোগিতাৰ অন্তত CIS-A2Kৰ তৰফৰপৰা দুই-এটা পুৰস্কাৰ ঘোষণা হ'ব পাৰে৷
বৈধ আৰু সংশোধিত পৃষ্ঠাৰ হিচাপ ৰখাৰ এটা ব্যৱস্থা: https://indic-wscontest.toolforge.org/
সময়সূচী: ১৫ আগষ্ট ২০২১, ০০.০১ৰ পৰা ৩১ আগষ্ট ২০২১, ২৩.৫৯লৈকে (ভাৰতীয় মান সময়)
নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷
মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷
মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷
আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷
Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K
ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা মার্চ ২০২২

সময়সূচী: ১লা মার্চ ২০২২-১৬ মার্চ ২০২২(ভাৰতীয় মান সময়)
নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷
মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷
মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷
আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷
Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K
Indic Wikisource proofread-a-thon November 2022
সম্পাদনা কৰকSorry for writing this message in English - feel free to help us translate it
Dear আদৃতা বড়া,
Thank you and congratulation to you for your participation and support last year. The CIS-A2K has been conducted again this year Online Indic Wikisource proofread-a-thon November 2022 to enrich our Indian classic literature in digital format.
WHAT DO YOU NEED
- Booklist: a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available on any third-party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline described here. After finding the book, you should check the pages of the book and create <pagelist/>.
- Participants: Kindly sign your name at Participants section if you wish to participate in this event.
- Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
- Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
- Some awards: There may be some award/prize given by CIS-A2K.
- A way to count validated and proofread pages:Indic Wikisource Contest Tools
- Time : Proofreadthon will run: from 14 November 2022 00.01 to 30 Novemeber 2022 23.59 (IST)
- Rules and guidelines: The basic rules and guideline have described here
- Scoring: The details scoring method have described here
I really hope many Indic Wikisources will be present this time.
Thanks for your attention
Jayanta (CIS-A2K)- 9 November 2022 (UTC)
Wikisource Program officer, CIS-A2K