সদস্য:Ani ttbr/কাৰেঙৰ লিগিৰী/প্ৰথম অঙ্ক/চতুৰ্থ দৰ্শন
কাৰেঙৰ লিগিৰী |
---|
|
[ৰাজ আলিবাট । দুপৰীয়া । টোমে টোমে গাখীৰ ,গুৰ , কোমল চাউল লৈ যোৰে যোৰে মানুহ যাব লাগিছে । কল, কুঁহিয়াৰ আৰু নানা বয়-বস্তু, হোৰাহোৰে কঢ়িয়াই নি থকা দেখা গৈছে । জাকে জাকে পাইকবোৰে কলগছ, বাঁহ ইত্যাদি নানা বস্তু লৈ আহিছে গৈছে । তাৰ মাজে মাজে বৰা, হাজৰিকা, বিষয়া এজন দুজন আহিছে গৈছে । এখন দোলাত এজন ডাঙৰীয়া আৰোৱানৰ আঁৰ হৈ সেই বাটেদি যায় । ]
>