এবাৰ নুমালে সখি জীৱনৰ বন্তি গছি নজ্বলিব আৰুতো দুনাই ভকতি অঞ্জলি কণি হিয়া ভৰি ঢালোঁ আজি আহা সখী পৰাণ মিলাই বজ্ৰডোলে বান্ধ লই এক মন্ত্ৰ গাই গাই !!