লেখক:হলিৰাম মহন্ত

হলিৰাম মহন্ত
(১৮৪৬–১৯৫০)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক

হলিৰাম মহন্ত (১৮৪৬-১৯৫০) অসমৰ এগৰাকী লেখক, বৈষ্ণৱ সাহিত্যৰ সংগ্ৰাহক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৃতীয়জন পদাধিকাৰ৷

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

  1. হিন্দু-ধৰ্ম্ম-সাৰ
  2. বিশ্বদৰ্পণ
  3. গা ভালে ৰাখিবৰ সহজ উপায়
  4. আত্মা পৰিচয়
  5. শঙ্কৰ চৰিত
  6. ঠাকুৰ আতা (পদ ছন্দৰ জীৱনী)
  7. ফকৰাৰ পুথি (নাৰায়ণ দাস ঠাকুৰ আতা কৃত ৩৫১টা ফকৰাৰ সংগৃহীত পুথি)
  8. শঙ্কৰদেৱৰ গুৰুধৰ্ম
  9. নীতি সোপান
  10. শ্ৰীশ্ৰীমাধৱদেৱ (সংক্ষিপ্ত জীৱনী)
  11. শ্ৰীমদ্ভগৱদ গীতা (ব্যাখ্যা টীকা সম্বলিত)
  12. ভক্তি ৰত্নাকৰ
  13. প্ৰসঙ্গ প্ৰণালী
  14. যুগল পুথি
  15. বৰ্ণমালা (প্ৰথম আৰু দ্বিতীয় ভাগ)


 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )