লেখক:বেণুধৰ ৰাজখোৱা

বেণুধৰ ৰাজখোৱা
(১৮৭২–১৯৫৫)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক এগৰাকী অসমীয়া সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ।

গ্ৰন্থসমূহ সম্পাদনা কৰক

  1. চন্দ্ৰ সম্ভৱ (১৮৯৫),
  2. পঞ্চকবিতা (১৮৯৫),
  3. সাহিত্য-প্ৰবেশ (১৮৯৫)
  4. দশগীত ( ১৮৯৯),
  5. সৰু লৰাৰ গান (১৯০১),
  6. ডেকা-গাভৰু (১৮৮৯),
  7. সেউতি কিৰণ (১৮৯৪),
  8. অসমীয়া ভাই (১৯০১),
  9. দৰবাৰ (১৯০২),
  10. দুৰ্যোধনৰ উৰুভঙ্গ (১৯০৩),
  11. কলিযুগ (১৯০৪),
  12. বাঁহী (১৯০৬),
  13. দক্ষ-যজ্ঞ (১৯০৮),
  14. কুৰি শতিকাৰ সভ্যতা (১৯০৮),
  15. অশিক্ষিতা ঘৈণী (১৯১২),
  16. বিপ্ৰ দামোদৰ (অসমীয়া খণ্ড)(১৯১৭),
  17. তিনি-ঘৈণী (১৯২৮),
  18. চোৰৰ সৃষ্টি (১৯৩১),
  19. যমপুৰী (১৯৩১),
  20. টোপনিৰ পৰিণাম (১৯৩২)
  21. মোৰ জীৱন দাপোন (১৯৬৯)
  22. সিপুৰীৰ বাতৰি
  23. অসমীয়া খণ্ডবাক্য-কোষ (১৯১৭)
  24. মহাসতী জয়মতী (১৯৪৭)
  25. দেহাৰ প্ৰলয় (১৯২৯)
  26. A Dictionary Of Phrases From Assamese To Assamese And English
 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )