মন ভজহু কমলাপতি গতি কোই আন
।। ৰাগঃ বসন্ত।। তালঃ পৰি।।
ধ্ৰুং।। মন, ভজহু কমলাপতি, গতি কোই আন।
হৰি পদ সেৱা নিগম পৰমাণ।।
পদ।। হৰি-পদ-যুগ সেৱা ভকতি নিশ্চয়।
ওহি মুকুতি হৰিপদকো লঙ্ঘয়।
কমন মূৰুখ দাস ভাৱকো তেজয়।
হৰি পদ লঙ্ঘি সুখ মুকুতি ইচ্ছয়।।
জানি হামাৰি মন কৰু হৰি সেৱা।
নিত্য-নিৰঞ্জন হৰি দেৱকু-দেৱা।।
ঐকান্তিক সুখ হৰি চৰণ উপাসা।
কহয় মাধৱ হৰি দাসকু দাসা।।