ভেনিচৰ সাওদ/এই নাটত লেখা মানুহসকলৰ নাম

[ xiv ]

এই নাটত লেখা মানুহসকলৰ নাম।

⸻ ⸻

ভেনিচৰ ডিউক (ডোজ্)—ৰজা (চতুৰ্থ অঙ্ক, প্ৰথম দৃশ্যত ওলায়)।

এৰেগণৰ ৰাজকোৱঁৰ, মৰকোৰ ৰাজকোৱঁৰ (দ্বিতীয় অঙ্কত)।

এন্টোনিও (ভেনিচৰ সাওদ)।

  (প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম অঙ্কত)।

বাচানিও (তেওঁৰ বন্ধু) (পাঁচোটী অঙ্কত)৷

চালানিও (এন্টোনিও আৰু বাচানিওৰ বন্ধু)।

  (প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ অঙ্কত)৷

চালাৰিনো (তেওঁলোকৰ বন্ধু) (চলানিওৰ দৰে ওলায়)।

গ্ৰেটিয়ানো (তেওঁলোকৰ বন্ধু) (পাচোটী অঙ্কত)।

লোৰেঞ্জো (জেচিকাৰ প্ৰণয়াকাঙ্ক্ষী)।

  (প্ৰথম, দ্বিতীয়, তৃতীয়, পঞ্চম অঙ্কত)।

শ্বাইলক্ (জা, ইহুদী)।

  (প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ অঙ্কত)।

টিউবাল (আৰু এজন জ্য, শ্বাইলকৰ বন্ধু ) (তৃতীয় অঙ্কত)৷

লন্সলট্ গাৰো (বহুৱা, শ্বাইলকৰ লিগিৰা)।

  (দ্বিতীয়, তৃতীয়, পঞ্চম অঙ্কত)।

গৰো বুঢ়া (লন্সলটৰ বাপেক) (দ্বিতীয় অঙ্কত)।

লিওনাৰ্ডো (বাচানিওৰ লিগিৰা)।

বেল্থাজাৰ (পোৰ্শ্বিয়াৰ লিগিৰা) (তৃতীয় অঙ্কত)। [ xv ] ষ্টিফানো (পোৰ্শ্বিয়াৰ লিগিৰা) (পঞ্চম অঙ্কত)।

পোৰ্শ্বিয়া (এজন ধনী তিৰুতা)৷

  (প্ৰথম, দ্বিতীয়, চতুৰ্থ, পঞ্চম অঙ্কত)।

জেচিকা (শ্বাইকৰ জীয়েক)।

  (দ্বিতীয়, তৃতীয়, পঞ্চম অঙ্কত)।

নেৰিচা (পোৰ্শ্বিয়াৰ লিগিৰী)।

  (প্ৰথম, দ্বিতীয়, চতুৰ্থ, পঞ্চম অঙ্কত)।

ভেনিচৰ ৰজাঘৰীয়া, আদালতৰ বিষয়াসকল, জেল দাৰোগা, লিগিৰাবোৰ আৰু আন আন আলধৰা৷

⸻:০:⸻

ঠাই—ভেনিচত আৰু বেলমন্টত, বেলমন্ট-- পোৰ্শ্বিয়াৰ থকা ঠাই)।

ম্যাক্সৱেণ্টন কটেজ,
শ্বিলং৷
২৬৷৬৷১৯২৫।
}     শ্ৰীজ্ঞানদাভিৰাম বৰুৱা।

⸻:০:⸻