পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অসমীয়া সাহিত্যৰ চানেকি। হই, ভিন দেসৰ পৰ৷ কপাহ নি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
হই, ভিন দেসৰ পৰ৷ কপাহ নি ভাপৰ কলেৰে কপিৰ কৰে, আৰু এপখৰ বন এক
হই, ভিন দেসৰ পৰ৷ কপাহ নি ভাপৰ কলেৰে কপিৰ কৰে, আৰু এপখৰ বন এক
মুহুতৰ্কত হই। ক্ৰিসি কৰমতও ইংলণ্ড ঘাটি নহই, অসমত জদি পুৰাৰ মাটিত
মুহুতৰ্কত হই। ক্ৰিসি কৰমতও ইংলণ্ড ঘাটি নহই, অসমত জদি পুৰাৰ মাটিত
দহ টকা উতপন ইই তাত দহ গুনে বহা হই, কিয়নো তাৰ খেতিয়কবিলাক বহ
দহ টকা উত্পন ইই তাত দহ গুনে বহা হই, কিয়নো তাৰ খেতিয়কবিলাক বহ
বুধিয়ক। ইংলণ্ডৰ বানিজ্য অসিম আৰু প্ৰিথিবিৰ সকলো ঠাইলৈকে ইংৰাজৰ
বুধিয়ক। ইংলণ্ডৰ বানিজ্য অসিম আৰু প্ৰিথিবিৰ সকলো ঠাইলৈকে ইংৰাজৰ
জাহাজ বেপাৰলৈ জাই।
জাহাজ বেপাৰলৈ জাই।
ইংলণ্ড দেসত প্ৰাই এক কোটি চলিচ লাখ মান লোক আচে। ইংৰাজ
ইংলও দেসত প্ৰাই এক কোটি চলিচ লাখ মান লোক আচে। ইংৰাজ
সকল অতি স্বাধিন অৰ্থাৎ কাৰো তলতিয়া হৈ থাকিব নোখোজ; সিবিলাক বৰ
সকল অতি স্বাধিন অৰ্থাৎ কাৰো তলতিয়া হৈ থাকিব নোখোজ; সিবিলাক বৰ
সাহিয়াল, পৰিস্ৰমি, আৰু সিল্প কৰম আদিত বৰ পাৰ্গত। প্ৰিথিবিৰ কোনো
সাহিয়াল, পৰিস্ৰমি, আৰু সিল্প কৰম আদিত বৰ পাৰ্গত। প্ৰিথিবিৰ কোনো
দেসত বিদ্যাৰ অনুসিলন বহাকৈ নহই। ইংলণ্ডত ভাল মানুহৰ সন্তান সকলক
দেসত বিদ্যাৰ অনুসিলন বহাকৈ নহই। ইংলণ্ডত ভাল মানুহৰ সন্তান সকলক
পহাবলৈ অসংখ্য পঢ়াসালি আছে, তাত বাজে জি সকল লোক দুখিয়া আৰু ধন।
পাবলৈ অসংখ্য পঢ়াসালি আছে, তাত বাজে জি সকল লোেক দুখিয়া আৰু ধন
ভগন কৰি পৰ্হিব নোআৰে সিহঁতৰ গিয়ানলৈ দেসৰ ধনৱন্ত সকলে অপোনাৰ
ভগন কৰি পৰ্হিব নোআৰে সিহঁতৰ গিয়ানলৈ দেসৰ ধনৱন্ত সকলে অপোনাৰ
ধনেৰে পহলি হেজাৰে হেজাৰে পাতিচে। এই ৰূপে দেসৰ আটাইৰে গিয়ান
ধনেৰে পৰ্যাসালি হেজাৰে হেজাৰে পাতিচে। এই ৰূপে দেসৰ আটাইৰে গিয়ান
বাহি সুতৰাং ধৰ্মৱন্ত হৈছে। ইংৰাজৰ ভাসাৰে লাখে লাখে পুথি নানা বিদ্যা
বাহি সুতৰাং ধমন্ত হৈছে। ইংৰাজৰ ভাসাৰে লাখে লাখে পুথি নানা বিদ্যা
বিসয়ক আচে, আৰু লোকৰ এনেহে বিদ্যাত মন জে প্ৰাই নিতো নতুন পুথি
বিসয়ক আচে, আৰু লোকৰ এনেহে বিদ্যাত মন জে এই নিতে নতুন পুথি
ৰচনা হৈ আচে।
ৰচনা হৈ আচে।
ইংলণ্ড দেসৰ আন আন ব্ৰিোন্ত জেনে আচৰিত তাৰ ৰাজ্য শাসনৰ কথাও
ইংলণ্ড দেশৰ আন আন ব্ৰিোন্ত জেনে আচৰিত তাৰ ৰাজ্য সাসনৰ কথাও
তাতকৈ সৰু আচৰিত নহই। সি বা এজনা আৰু পাৰ্লিমেন্ট নামে এখন বৰ
গতকৈ সৰু আচৰিত নহই। সি বা এজনা আৰু পাৰ্লিমেন্ট নামে এখন বৰ
সভাৰ দোআৰাই সাসিত হৈছে। দেসত বৰ বিসয়া আৰু বিস্তপ নামে জি ধৰম
সভাৰ দোআৰাই সাসিত হৈচে। দেসত বৰ বিসয়া আৰু বিস্তপ নামে জি ধৰম
অধিপতি সকল আচে সিবিলাকৰ এক সভা, আৰু প্ৰজা সকলৰ প্ৰতিনিধিবিলাকৰ
অধিপতি সকল আচে সিবিলাকৰ এক সভা, আৰু প্ৰজা সকলৰ প্ৰতিনিধিবিলাকৰ
এক সভা, এই দুই সভাই পাৰ্লিমেন্ট। সেই পাৰ্লিমেন্টে দেস সাসনৰ বেৱস্থা
এক সভা, এই দুই সভাই পাৰ্লিমেন্ট। সেই পাৰ্লিমেন্টে দেস সাসনৰ বেৱস্থা
কৰাই, আৰু খাটনি ধনো তাৰ অনুমতিৰেহে সধা হই। এই ৰূপে ৰজাই স্বতন্ত্ৰ
কৰাই, আৰু খাটনি ধনো তাৰ অনুমতিৰেহে সধা হই। এই ৰূপে ৰজাই স্বতন্ত্ৰ
হৈ একোকে কৰিব নোআৰে আৰু বেৱস্থাত নিসেধ কোনো কৰম কৰিবৰ অখ্যম।
হৈ একোকে কৰিব নোআৰে আৰু বেৱস্থাত নিসেধ কোনো কৰম কৰিবৰ অখ্যম।
ইংৰাজৰ দেশত বৰি একাৱন কোটি টকা কঁটল উতপন হই।
ইংৰাজৰ দেসত বচৰি একাৱন কোটি টকা কঁটল উতপন হই।
আন সকলো কথাতকৈ ইংৰাজৰ বুৰঞ্জি জনা বৰ আৱশ্যক ১৯০০ বচৰৰ পুৰ্বে
আন সকলো কথাতকৈ ইংৰাজৰ বুৰঞ্জি জনা বৰ আৱশ্যক ১৯০০ বচৰৰ পুৰ্বে
ইংৰাজবিলাক অতি অসভ্য আচিল। সিহঁতে কাপৰ পিন্ধিব নেজানি নাঙ্গটে
ইংৰাজবিলাক অতি অসভ্য আচিল। সিহঁতে কাপৰ পিন্ধিব নেজানি নাঙ্গটে
ফুৰি গাবোৰত আকিচিল, হাবিত বাস কৰিছিল আৰু গাঁত বা গচৰ ডালি আৰু
ফুৰি গাবোৰত আকিচিল, হাবিত বাস কৰিচিল আৰু গাঁত বা গচৰ ডালি আৰু
পাতেৰে সজা ঘৰত থাকি গিয়া কৰি জি মঙ্গহ পাই, তাকে খাই প্ৰান ধাৰন কৰি
পাতেৰে সজা ঘৰত থাকি খ্ৰিগয়া কৰি জি মঙ্গহ পাই, তাকে খাই প্ৰান ধাৰন কৰি
চিল। সিহঁত তেতিয়া নিচেই আগিয়ান আচিল, আৰু পুৰোহিত হঁতেহে বিদ্যা
চিল। সিহঁত তেতিয়া নিচেই আগিযান আচিল, আৰু পুৰোহিত হঁতেহে বিদ্যা
জানিচিল। সিহঁতে প্ৰতিমা পুজা কৰিচিল আৰু অনেক অকৰমে কৰিচিল;
জানিচিল। সিহঁতে প্ৰতিমা পুজা কৰিচিল আৰু অনেক অকৰমো কৰিচিল;