"পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮৭"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
  +
<center>
  +
<Poem>পৰিৱেষয়ন্ততদ্ধিত্ব পায়য়ন্তঃ শিশুন পয়ঃ।
  +
শুশ্ৰষন্ত পতীন কাশ্চিদশ্নস্ত্যোহপাস্য ভোজনম্।।</center>
  +
</Poem>
  +
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;ইয়াৰ ভাঙনি পদ শ্ৰীশঙ্কদেৱৰ কীৰ্ত্তনৰপৰা দিওঁ। সেই ভঙনি কি সুন্দৰ, স্বাভাৱিক, concise and compact, অথচ expressive &। এই পদৰ "একো অঙ্গে নাহি ক্ষতি ক্ষুণ্ণ।” ই অনুবাদ, অথচ কেনে অনুবাদ চোৱা। ইয়াক পঢ়িলেই কদাপি মনত নেখেলায় যে ই original নহয়, অনুবাদহে –
  +
<center>
  +
<Poem>কত গোপী যায় গাই দোহনক এৰি।
  +
আখাতে থাকিল দুগ্ধ চৰু সৈতে পৰি।।
  +
পিয়ন্তে আছিল শিশু তাহাকো নগণি।
  +
পতিশুশ্ৰুষাকো এৰি যায় কতোজনী।।
  +
কতো গোপী আছিল স্বামীৰ পৰশন্তে।
  +
আধা ভুঞ্জা হুয়া কতো যায় লৱৰন্তে।</center>
  +
</Poem>
  +
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;লৰালৰিকৈ যাবলৈ গোপীসকলৰ উৎকণ্ঠা কি অদম্য –
  +
<center>
  +
<Poem>লিম্পন্তঃ প্ৰমৃজন্ত্যোহন্য অঞ্জন্তঃ কাশ্চ লোচনে।
  +
ৱ্যত্যস্তৱত্তৰভৰণাঃ কাশ্চিৎ কৃষ্ণান্তিকং যযুঃ।।
  +
কৃষ্ণে হৰিলন্ত চিত্ত হৰাইল চেতন।
  +
পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ।
  +
হাতত নুপুৰ আৰে কঙ্কালত হাৰ।
  +
কৰি বিপৰ্যয় পিন্ধে বস্তু অলঙ্কাৰ।।</center>
  +
</Poem>
  +
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;“ৱ্যত্যস্তৱস্থাভৰণাঃ” অৰ্থাৎ লৰালৰিত তেওঁলোকৰ বস্ত্ৰ-অলঙ্কাৰ বিপৰ্য্যস্ত হ’ল।
   
  +
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কিন্তু তথাপি তেওঁলোকে কোনো বিঘিনি বা প্ৰতিবন্ধক নেমানিলে। কৃষ্ণকৃষ্ট মনৰ মানুহৰ বাটত কোনো বিঘিনি থাকিবই নোৱাৰে।
পৰিৱেষয়ন্ততদ্ধিত্ব পায়য়ন্তঃ শিশুন পয়ঃ। শুশ্ৰষন্ত পতীন কাশ্চিদশ্নস্ত্যোহপাস্য ভোজনম্। ইয়াৰ ভাঙনি পদ শ্ৰীশঙ্কদেৱৰ কীৰ্ত্তনৰপৰা দিওঁ। সেই ভঙনি কি সুন্দৰ, স্বাভাৱিক, concise and compact, অথচ expressive &। এই পদৰ "একো অঙ্গে নাহি ক্ষতি ক্ষুণ্ণ।” ই অনুবাদ, অথচ কেনে অনুবাদ চোৱা। ইয়াক পঢ়িলেই কদাপি মনত নেখেলায় যে ই original নহয়, অনুবাদহে – কত গোপী যায় গাই দোহনক এৰি। আখাতে থাকিল দুগ্ধ চৰু সৈতে পৰি।। পিয়ন্তে আছিল শিশু তাহাকো নগণি৷ পতিশুশ্রুষাকো এৰি যায় কতোজনী।। কতো গোপী আছিল স্বামীৰ পৰশন্তে। আধা ভুঞ্জা হুয়া কতো যায় লৱৰন্তে। লৰালৰিকৈ যাবলৈ গোপীসকলৰ উৎকণ্ঠা কি অদম্য – লিম্পন্তঃ প্ৰমৃজন্ত্যোহন্য অঞ্জন্তঃ কাশ্চ লোচনে। ৱ্যত্যস্তৱত্তৰভৰণাঃ কাশ্চিৎ কৃষ্ণান্তিকং যযুঃ।। কৃষ্ণে হৰিলন্ত চিত্ত হৰাইল চেতন। পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ। হাতত নুপুৰ আৰে কঙ্কালত হাৰ। কৰি বিপৰ্যয় পিন্ধে বস্তু অলঙ্কাৰ।। “ৱ্যত্যস্তৱস্থাভৰণাঃ” অর্থাৎ লৰালৰিত তেওঁলোকৰ বস্ত্ৰ-অলঙ্কাৰ বিপৰ্য্যস্ত হ’ল। কিন্তু তথাপি তেওঁলোকে কোনো বিঘিনি বা প্রতিবন্ধক নেমানিলে। কৃষ্ণকৃষ্ট মনৰ মানুহৰ বাটত কোনো বিঘিনি থাকিবই নোৱাৰে। তা ৱাৰ্য্যমাণাঃ পতিভিঃ পিতৃভিঃ ভ্রাতৃবন্ধুভিঃ। গোৱিন্দাপহতাত্মানো ন ন্যৱৰ্ত্তন্ত মোহিতাঃ। নিবাৰয় পতি পুত্র ভ্ৰাতৃ আগ ভেন্টে। গোবিন্দে হৰিল চিত্ত তথাপি নোলটে। বিমোহিত হুয়া সবে লৱৰে গোপিনী। হৰি-ভকতক যেন নলঙেঘ বিঘিনি।। তেওঁলোকে মুগ্ধ অর্থাৎ possessed হৈ লৰিল ; বিঘিনিয়ে বাটত অগাভেটা কৰি কি ৰাখিব? কোনো কোনো গোপী যাব নোৱাৰি বিৰহত কৃষ্ণৰ ধ্যানত মগ্ন হ’ল। আৰু ধ্যানত অৰ্থাৎ সমাধিত অচ্যুতৰ আলিঙ্গন লভি ক্ষীণমঙ্গলাঃ” অর্থাৎ পুণ্যবন্ধন ক্ষয় হৈ মুক্তি পালে। — যাইবে নাপাই গৃহ মধ্যে কতো গোপীগণ। মনে ধৰি কৃষ্ণক কৰিল আলিঙ্গন। অনেক জন্মৰ কৰ্ম্মবন্ধ কৰি ক্ষীণ।
 
  +
<center>
  +
<Poem>তা ৱাৰ্য্যমাণাঃ পতিভিঃ পিতৃভিঃ ভ্ৰাতৃবন্ধুভিঃ।
  +
গোৱিন্দাপহতাত্মানো ন ন্যৱৰ্ত্তন্ত মোহিতাঃ।
  +
নিবাৰয় পতি পুত্ৰ ভ্ৰাতৃ আগ ভেণ্টে।
  +
গোবিন্দে হৰিল চিত্ত তথাপি নোলটে।
  +
বিমোহিত হুয়া সবে লৱৰে গোপিনী।
  +
হৰি-ভকতক যেন নলঙেঘ বিঘিনি।।</center>
  +
</Poem>
  +
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তেওঁলোকে মুগ্ধ অৰ্থাৎ possessed হৈ লৰিল ; বিঘিনিয়ে বাটত অগাভেটা কৰি কি ৰাখিব? কোনো কোনো গোপী যাব নোৱাৰি বিৰহত কৃষ্ণৰ ধ্যানত মগ্ন হ’ল। আৰু ধ্যানত অৰ্থাৎ সমাধিত অচ্যুতৰ আলিঙ্গন লভি ক্ষীণমঙ্গলাঃ” অৰ্থাৎ পুণ্যবন্ধন ক্ষয় হৈ মুক্তি পালে। —
  +
<center>
  +
<Poem>যাইবে নাপাই গৃহ মধ্যে কতো গোপীগণ।
  +
মনে ধৰি কৃষ্ণক কৰিল আলিঙ্গন।
  +
অনেক জন্মৰ কৰ্ম্মবন্ধ কৰি ক্ষীণ।</center>
  +
</Poem>